March 4, 2025 5:07 PM
13
চৰকাৰে এখন আত্মনিৰ্ভৰ ভাৰতৰ লক্ষ্যৰে কাম কৰি আছে আৰু বিভিন্ন ক্ষেত্ৰৰ সংস্কাৰৰ দিশে গৈ আছেঃ প্রধানমন্ত্ৰী
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, চৰকাৰে এখন আত্মনিৰ্ভৰ ভাৰতৰ লক্ষ্যৰে কাম কৰি আছে আৰু বিভিন্ন ক্ষেত্ৰৰ সংস্কাৰৰ দিশে গৈ আছে। তেওঁ প্ৰকাশ কৰে যে, চৰকাৰে বিগত ১০ বছৰত প্ৰতিশ্ৰুতি অনুসৰি সংস্কাৰ, বিত্তীয় নিয়মানুৱৰ্তীতা, স্বচ্ছতা আৰু বিস্তাৰিত বিকাশ সাধন কৰিছে। নতুন দিল্লীত অনুষ্ঠিত বিকাশ, নির্...