ৰাষ্ট্ৰীয়

March 4, 2025 8:25 PM

views 15

জন ঔষধি কেন্দ্ৰৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে চৰকাৰে অভিযান আৰম্ভ কৰা বুলি ভি কে প’লৰ প্ৰকাশ

চৰকাৰে জন ঔষধি কেন্দ্ৰৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে অভিযান আৰম্ভ কৰিছে বুলি নীতি আয়োগৰ সদস্য ভি কে প'লে প্ৰকাশ কৰিছে। আসন্ন জন ঔষধি দিৱস সম্পর্কে আজি সাংবাদিকৰ সৈতে হোৱা কথা- বতৰাত কয়, যে জন ঔষধি কেন্দ্ৰসমূহত প্ৰায় দুহেজাৰবিধ ঔষধ আৰু অস্ত্ৰোপচাৰৰ ৩ হাজাৰ আহিলা উপলব্ধ ৷ তেওঁ লগতে কয়, যে বহনসাধ্য দ...

March 4, 2025 8:23 PM

views 15

সমগ্ৰ দেশৰ প্ৰায় ১০ লাখ ৪০ হাজাৰ মহিলা পঞ্চায়তীৰাজ প্ৰতিষ্ঠানসমূহৰ সৈতে জড়িত হৈছে বুলি ৰাজীৱ ৰঞ্জন সিঙৰ প্ৰকাশ

সম্প্ৰতি সমগ্ৰ দেশৰ প্ৰায় ১০ লাখ ৪০ হাজাৰ মহিলা পঞ্চায়তীৰাজ প্ৰতিষ্ঠানসমূহৰ সৈতে জড়িত হৈছে বুলি কেন্দ্ৰীয় পঞ্চায়তীৰাজ মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙে জানিবলৈ দিছে। নতুন দিল্লীত আজি নির্বাচিত মহিলা প্রতিনিধিসকলৰ ৰাষ্ট্ৰীয় অভিৱৰ্তনত সৱল পঞ্চায়ত নেত্রী অভিযান শীর্ষক উদ্বোধনী অনুষ্ঠানত ভাষণ দি মন্ত্ৰীগৰ...

March 4, 2025 8:21 PM

views 22

ভাৰতীয় ৰাজহ সেৱাৰ বিষয়াসকলৰ কাৰ্য্য শাসন আৰু কল্যাণৰ দিশৰ পৰা অতিকৈ গুৰুত্বপূৰ্ণ – শ্ৰীমতী দ্রৌপদী মুর্মু

বহনক্ষম আৰু সৰ্বাত্মক বিকাশৰ বাবে সম্পদৰ দক্ষ আৰু নিৰপেক্ষ ব্যৱস্থাপনাৰ বিষয়ে গুৰুত্ব আৰোপ কৰা উচিত বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৰ মন্তব্য কৰিছে। ৰাষ্ট্ৰপতি ভৱনত আজি ভাৰতীয় ৰাজহ সেৱাৰ প্রশিক্ষার্থী বিষয়াসকলক উদ্দেশি ভাষণ দি ৰাষ্ট্ৰপতিগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। শ্ৰীমতী মুৰ্মুৱে কয়, যে দে...

March 4, 2025 8:19 PM

views 62

চৰকাৰে এখন আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ লক্ষ্যৰে কাম কৰি আছে আৰু বিভিন্ন ক্ষেত্ৰত সংস্কাৰৰ গতি ক্ষীপ্ৰতৰ কৰি তুলিছে বুলি প্ৰধানমন্ত্ৰীৰ প্ৰকাশ

চৰকাৰে এখন আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ লক্ষ্যৰে কাম কৰি আছে আৰু বিভিন্ন ক্ষেত্ৰত সংস্কাৰৰ গতি ক্ষীপ্ৰতৰ কৰি তুলিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। তেওঁ কৈছে, যে চৰকাৰে বিগত ১০ বছৰত সংস্কাৰ, বিত্তীয় নিয়মানুৱৰ্তিতা, স্বচ্ছতা আৰু সৰ্বাত্মক বিকাশৰ প্ৰতি প্ৰতিশ্ৰুতিৱদ্ধতা প্ৰকাশ কৰি আহিছে। ...

March 4, 2025 6:30 PM

views 21

নতুন দিল্লীত আজিৰে পৰা ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ মুখ্য নির্বাচনী বিষয়াসকলৰ দুদিনীয়া সন্মিলন

নির্বাচন আয়োগে আজিৰে পৰা ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ মুখ্য নির্বাচনী বিষয়াসকলৰ বাবে নতুন দিল্লীত এখন দুদিনীয়া সন্মিলনৰ আয়োজন কৰিছে। ৰাষ্ট্ৰীয় ৰাজধানীখনৰ ভাৰত আন্তঃৰাষ্ট্ৰীয় গণতন্ত্ৰ আৰু নিৰ্বাচন পৰিচালনা প্ৰতিষ্ঠানত এই সন্মিলন অনুষ্ঠিত হ'ব। মুখ্য নির্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে কাৰ্য...

March 4, 2025 6:21 PM

views 28

মহাৰাষ্ট্ৰ চৰকাৰৰ খাদ্য, অসামৰিক যোগান আৰু উপভোক্তা সুৰক্ষা ধনঞ্জয় মুণ্ডেৰ মন্ত্ৰীসভাৰ পৰা পদত্যাগ

মহাৰাষ্ট্ৰ চৰকাৰৰ খাদ্য, অসামৰিক যোগান আৰু উপভোক্তা সুৰক্ষা ধনঞ্জয় মুণ্ডেই আজি মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰে। তেওঁ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাৱিছলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে। সংবাদ মাধ্যমত মুখ্যমন্ত্ৰীগৰাকীয়ে জনায় যে, তেওঁ শ্ৰী মুণ্ডেৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰিছে আৰু পৰৱৰ্তী কাৰ্যব্যৱস্থাৰ বাবে পদত্যা...

March 4, 2025 6:17 PM

views 25

জে পি নাড্ডাৰ অধ্যক্ষতাত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ মিছন ষ্টিয়েৰিং গোটৰ নৱমখন বৈঠক

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়ালকল্যাণ মন্ত্রী জে পি নাড্ডাই আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ মিছন ষ্টিয়েৰিং গোটৰ নৱমখন বৈঠকত অধ্যক্ষতা কৰে। বৈঠকত স্বাস্থ্যক্ষেত্ৰৰ উন্নত সা- সুবিধা বৃদ্ধি আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ লক্ষ্য প্ৰাপ্তিৰ বাবে নীতি পৰিকাঠামো, কাৰ্যকৰী কৌশল...

March 4, 2025 6:12 PM

views 28

চৰকাৰী কাৰ্যসূচীৰে ব্ৰিটেইন আৰু আয়াৰলেণ্ডলৈ যাত্ৰা ড° এছ জয়শংকৰৰ

বিদেশ মন্ত্রী ড° এছ জয়শংকৰ আজি চৰকাৰী কাৰ্যসূচীৰে ব্ৰিটেইন আৰু আয়াৰলেণ্ডলৈ যাত্ৰা কৰিব। ভ্ৰমণৰ সময়ছোৱাত বিদেশ মন্ত্ৰীগৰাকীয়ে দুয়োখন দেশৰ সম্বন্ধক নতুন মাত্ৰা দিয়াৰ উদ্দেশ্যে ব্ৰিটেইনৰ বিদেশ সচিব ডেভিড লেমিৰ লগতে অন্যান্য চৰকাৰী উচ্চ পদস্থ বিষয়াক সাক্ষাৎ কৰিব। ইয়াৰ পাছতে দুদিনীয়া ভ্রমণসূচীৰে...

March 4, 2025 6:07 PM

views 14

অষ্ট্ৰিয়াৰ ফেডাৰেল চেন্সেলৰ নিৰ্বাচিত হোৱাৰ বাবে খ্ৰীষ্টিয়ান ষ্টকাৰক প্রধানমন্ত্ৰীৰ অভিনন্দন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অষ্ট্ৰিয়াৰ ফেডাৰেল চেন্সেলৰ নিৰ্বাচিত হোৱাৰ বাবে খ্ৰীষ্টিয়ান ষ্টকাৰক অভিনন্দন জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰী মোদীয়ে আশা কৰে, যে অনাগত বছৰবোৰত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ সম্বন্ধই নতুন মাত্ৰা পাবলৈ সমৰ্থ হ'ব। প্রধানমন্ত্রীয়ে কয়, যে দুয়োখন দেশৰ দ্বিপাক্ষিক সহয...

March 4, 2025 6:02 PM

views 19

আভ্যন্তৰীণ সুৰক্ষাৰ বাবে উন্নত প্রযুক্তি শীর্ষক এখন আলোচনা চক্ৰত ৰাজনাথ সিঙৰ অংশগ্ৰহণ

হাইব্রিড যুদ্ধ, চাইবাৰ আৰু মহাকাশ ভিত্তিক বাধাৰ দৰে অগতানুগতিক বিপদসমূহে নিৰাপত্তা ব্যৱস্থাত প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। নতুন দিল্লীত আজি আভ্যন্তৰীণ সুৰক্ষাৰ বাবে উন্নত প্রযুক্তি শীর্ষক এখন আলোচনা চক্ৰত অংশ লৈ দিয়া ভাষণত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে আভ্যন্তৰীণ আৰু ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।