March 6, 2025 8:21 PM
17
আন্তঃৰাষ্ট্ৰীয় সমবায় প্ৰতিষ্ঠানসমূহৰ সৈতে অংশীদাৰিত্ব বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব আৰোপ প্ৰধানমন্ত্ৰীৰ
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় সমবায় খণ্ডক প্ৰসাৰিত কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় সমবায় প্ৰতিষ্ঠানসমূহৰ সৈতে অংশীদাৰিত্ব বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। শ্ৰী মোদীয়ে লগতে সমবায় প্রতিষ্ঠানসমূহৰ জৰিয়তে জৈৱিক সামগ্ৰীসমূহৰ প্ৰচাৰ আৰু প্ৰসাৰৰ গুৰুত্ব সম্পৰ্কেও আলোকপাত কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে...