ৰাষ্ট্ৰীয়

March 10, 2025 12:57 PM

views 13

আজি সংসদৰ বাজেট অধিবেশনৰ দ্বিতীয় পৰ্যায় আৰম্ভ

সংসদৰ বাজেট অধিবেশনৰ দ্বিতীয় পৰ্যায় আজি আৰম্ভ হৈছে। ৪ এপ্ৰিললৈ চলিবলগীয়া এই অধিবেশনত ২০ খন বৈঠক অনুষ্ঠিত হ'ব। বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে আজি মণিপুৰৰ বাবে বিশেষ বাজেট উত্থাপন কৰাৰ কথা। যোৱা মাহত মুখ্যমন্ত্ৰী এন বীৰেন সিঙে পদত্যাগ কৰাৰ পাছত ৰাজ্যখনত সম্প্ৰতি ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হৈছে। এই পৰ...

March 9, 2025 8:08 PM

views 17

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ স্বাস্থ্য সম্প্ৰতি সুস্থিৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ সৰ্বভাৰতীয় আয়ুর্বিজ্ঞান প্ৰতিষ্ঠানত উপস্থিত হৈ উপ- ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ স্বাস্থ্যৰ বুজ লয়। প্রধানমন্ত্ৰীগৰাকীয়ে তেওঁৰ সুস্বাস্থ্য তথা আশু আৰোগ্য কামনা কৰে। উল্লেখযোগ্য যে উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ক শাৰীৰিক অসুস্থতাৰ পৰিপ্ৰেক্ষিতত কালি নিশা চিকিৎ...

March 9, 2025 8:02 PM

views 13

দেশৰ গাড়ীচালকসকলৰ বাবে এটা সমবায় সংগঠন মুকলি কৰিবলৈ চৰকাৰে গ্ৰহণ কৰা পৰিকল্পনাৰ বিষয়ে কেন্দ্রীয় সমবায় মন্ত্রী অমিত শ্বাহৰ ঘোষণা

কেন্দ্রীয় গৃহ তথা সমবায় মন্ত্রী অমিত শ্বাহে আজি দেশৰ গাড়ীচালকসকলৰ বাবে এটা সমবায় সংগঠন মুকলি কৰিবলৈ চৰকাৰে গ্ৰহণ কৰা পৰিকল্পনাৰ বিষয়ে ঘোষণা কৰিছে। আহমেদাবাদৰ জেটালপুৰত আহমেদাবাদ জিলাৰ জিলা সমবায় বেংকৰ শতবার্ষিকী উদযাপন অনুষ্ঠানৰ সামৰণি সমাৰোহত মন্ত্ৰীগৰাকীয়ে ভাষণ দিয়ে। তেওঁ কয় যে চৰকাৰে কৃষ...

March 9, 2025 7:59 PM

views 41

ত্ৰিপুৰাত কন্যা শিশুৰ বাবে মুখ্যমন্ত্রী বালিকা সমৃদ্ধি যোজনা আৰু মুখ্যমন্ত্রী কন্যা আত্মনিৰ্ভৰ যোজনা শীৰ্ষক দুখন আঁচনিৰ বিষয়ে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী নাড্ডাৰ ঘোষণা

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডাই আজি ত্ৰিপুৰাত কন্যা শিশুৰ বাবে মুখ্যমন্ত্রী বালিকা সমৃদ্ধি যোজনা আৰু মুখ্যমন্ত্রী কন্যা আত্মনিৰ্ভৰ যোজনা শীৰ্ষক দুখন আঁচনিৰ বিষয়ে ঘোষণা কৰে। আগৰতলাৰ স্বামী বিবেকানন্দ গ্রাউণ্ডত আয়োজিত এখন দলীয় সভাত ভাষণ দি...

March 9, 2025 7:55 PM

views 148

দেশৰ জনস্বাস্থ্য প্রতিষ্ঠানসমূহ সবল কৰি তোলাৰ লগতে সকলোৰে বাবে স্বাস্থ্যৰ সুবিধা সুনিশ্চিত কৰাৰ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্রী জে পি নাড্ডাৰ প্ৰতিশ্ৰুতি

কেন্দ্ৰীয় স্বাস্থ্য তথা পৰিয়াল কল্যাণ মন্ত্রী জে পি নাড্ডাই দেশৰ জনস্বাস্থ্য প্রতিষ্ঠানসমূহ সবল কৰি তোলাৰ লগতে সকলোৰে বাবে স্বাস্থ্যৰ সুবিধা সুনিশ্চিত কৰাৰ প্ৰতিশ্ৰুতি দোহাৰিছে। নতুন দিল্লীত ৰাষ্ট্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ প্ৰতিষ্ঠানৰ ৪৮ সংখ্যক বাৰ্ষিক দিৱস উদযাপন অনুষ্ঠানত ভার্চুৱেল পদ্ধত...

March 9, 2025 7:43 PM

views 23

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ সোমবাৰৰপৰা হাৰিয়ানা, চণ্ডীগড় আৰু পঞ্জাব তিনিদিনীয়া ভ্ৰমণসূচী

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে সোমবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে হাৰিয়ানা, চণ্ডীগড় আৰু পঞ্জাব ভ্ৰমণ কৰিব। এই ভ্ৰমণ কালৰ প্ৰথম দিনা ৰাষ্ট্ৰপতিগৰাকীযে হিছাৰত গুৰু জন্তেশ্বৰ বিজ্ঞান আৰু প্রযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন সমাৰোহত অংশগ্ৰহণ কৰিব। শ্রীমতী মুৰ্মুৱে একে দিনাই ব্ৰহ্মকুমাৰীৰ সো...

March 9, 2025 11:29 AM

views 35

শ্ৰমিকসকলক ই-শ্রম প’ৰ্টেলত নাম পঞ্জীয়ন কৰিবলৈ শ্ৰম আৰু নিয়োগ মন্ত্ৰ্যালয়ৰ আহ্বান

শ্ৰম আৰু নিয়োগ মন্ত্ৰ্যালয়ে বিভিন্ন সংস্থাত কাম কৰা শ্ৰমিকসকলক আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ উপকাৰ লাভ কৰাৰ বাবে ই-শ্রম প'ৰ্টেলত নাম পঞ্জীয়ন কৰিবলৈ আহ্বান জনাইছে। আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত দেশৰ বিভিন্ন প্ৰান্তৰ ৩১ হাজাৰৰো অধিক তালিকাভুক্ত ৰাজহুৱা আৰু ব্যক...

March 9, 2025 8:22 PM

views 15

সোমবাৰৰ পৰা আৰম্ভ সংসদৰ বাজেট অধিৱেশনৰ দ্বিতীয় পৰ্যায়

সংসদৰ বাজেট অধিবেশনৰ দ্বিতীয় পৰ্যায় কাইলৈ আৰম্ভ হ'ব। ৪ এপ্ৰিললৈ চলিবলগীয়া এই অধিবেশনত ২০ খন বৈঠক অনুষ্ঠিত হ'ব। বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে কাইলৈ মণিপুৰৰ বাবে বিশেষ বাজেট উত্থাপন কৰাৰ কথা। যোৱা মাহত মুখ্যমন্ত্ৰী এন বিৰেন সিঙে পদত্যাগ কৰাৰ পাছত ৰাজ্যখনত সম্প্ৰতি ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হৈছে। এই...

March 8, 2025 8:05 PM

views 30

কৰ্মশক্তিত মহিলাৰ অধিক অংশগ্রহণত গুৰুত্ব আৰোপ ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৰ

ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱে কৰ্মশক্তিত মহিলাৰ অধিক অংশগ্রহণত গুৰুত্ব আৰোপ কৰিছে। ভাৰত বিশ্বৰ তৃতীয় সর্ববৃহৎ অর্থব্যবস্থা হ'বলৈ ওলোৱাৰ বাবে এনে আৱশ্যকতা জৰুৰী বুলিও ৰাষ্ট্ৰপতি মুর্মুৱে উল্লেখ কৰিছে। আন্তর্জাতিক নাৰী দিৱস উপলক্ষে আজি নতুন দিল্লীত নাৰী শক্তিৰ জৰিয়তে বিকশিত ভাৰত বিষয়বস্তুৰে আয়োজ...

March 8, 2025 7:41 PM

views 13

আন্তর্জাতিক নাৰী দিৱস উপলক্ষে নৱচাৰীত আয়োজিত লাখপতি দিদি সন্মিলনত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি মহিলাসকলৰ জীবন উন্নত কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে আলোকপাত কৰি বিজেপি চৰকাৰ মহিলা সৱলীকৰণৰ প্ৰতি উৎসর্গিত বুলি মন্তব্য কৰে। আন্তর্জাতিক নাৰী দিৱস উপলক্ষে গুজৰাটৰ নৱচাৰীত আয়োজিত লাখপতি দিদি সন্মিলনত অংশ লৈ তেওঁ কয় যে ভাৰতে মহিলা নেতৃত্বাধীন উন্নয়নৰ দিশত আগবা...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।