ৰাষ্ট্ৰীয়

March 13, 2025 9:22 PM

views 7

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ সংসদীয় সমষ্টি গান্ধী নগৰত কেইবাটাও উন্নয়নমূলক প্রকল্প উদ্বোধন-আধাৰশিলা স্থাপন

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি তেওঁৰ সংসদীয় সমষ্টি গান্ধী নগৰত ১৪৬ কোটি টকা ব্যয়সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্রকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। ভার্চুৱেল ব্যৱস্থাৰ জৰিয়তে অংশগ্ৰহণ কৰা এই অনুষ্ঠানত ৰে’ল, স্থলপথ আৰু স্বাস্থ্য খণ্ডৰ প্ৰকল্পসমূহক সামৰি লোৱা হৈছে। অনুষ্ঠানত অংশগ্ৰহণ কৰি গ...

March 13, 2025 9:21 PM

views 9

প্ৰসাৰ ভাৰতীৰ শব্দ প’ৰ্টেলৰ সেৱাৰ এবছৰ সম্পূৰ্ণ

প্ৰসাৰ ভাৰতীৰ শব্দ প'ৰ্টেলৰ সেৱাই চলিত মাহত এবছৰ সম্পূৰ্ণ কৰিলে। এই সেৱাৰ সময় অহা বছৰলৈ পুনৰ বৃদ্ধি কৰা হৈছে। অহা বৰ্ষৰ মাৰ্চ মাহলৈকে শব্দ প'ৰ্টেলে বিনামূলীয়া সেৱা আগবঢ়াই থাকিব বুলি প্ৰসাৰ ভাৰতীৰ সূত্ৰই প্ৰকাশ কৰিছে। ১৫০০তকৈও অধিক সাংবাদিক, সংবাদদাতা তথা অন্যান্যসকলে দূৰদৰ্শন আৰু আকাশবাণীৰ বাতৰিস...

March 13, 2025 9:20 PM

views 7

কেন্দ্ৰীয় চৰকাৰে কৌশলগত নীতি আৰু পদক্ষেপেৰে যুৱ প্ৰজন্ম সবলীকৰণৰ প্ৰতিশ্ৰুতি দিছেঃ ড০ মনসুখ মন্দাভিয়া

কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াই কয়, যে কেন্দ্ৰীয় চৰকাৰে কৌশলগত নীতি আৰু পদক্ষেপেৰে যুৱ প্ৰজন্ম সবলীকৰণৰ প্ৰতিশ্ৰুতি দিছে, যাতে ২০৪৭ চনত উন্নত ভাৰত গঢ়াৰ লক্ষ্যক বাস্তৱায়িত কৰিব পাৰে। কালি সন্ধিয়া কাশ্মীৰ বিশ্ববিদ্যালয়ত অনুষ্ঠিত বিকশিত ভাৰত- যুৱ প্ৰজন্মৰ সংযোগ শী...

March 13, 2025 9:18 PM

views 8

কলম্বোত ছাত্ৰ-ছাত্ৰীৰ মাজত ৫০০খন অমৰ চিত্ৰকথা জাতকৰ সাধু বিতৰণ ভাৰতীয় উচ্চায়ুক্তৰ

মেডিন পূর্ণিমা পয়া দিৱস উপলক্ষে কলম্বোত থকা ভাৰতীয় উচ্চায়ুক্তই আজি সিংহলী ভাষালৈ অনুবাদ কৰা ৫০০ খন অমৰ চিত্ৰকথা জাতকৰ সাধু ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিতৰণ কৰে। এই চিত্রকথাসমূহ শ্রী পাগংনাথিছা ধৰ্ম বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিতৰণ কৰা হয়। উল্লেখযোগ্য যে, অনুবাদিত এই চিত্রকথাসমূহৰ জৰিয়তে বুদ্ধৰ...

March 13, 2025 9:16 PM

views 16

ইটালীত অনুষ্ঠিত বিশেষ অলিম্পিক- বিশ্ব শীতকালীন ক্রীড়াত ভাৰতৰ পদকৰ সংখ্যা ৯লৈ বৃদ্ধি

ইটালীত চলি থকা বিশেষ অলিম্পিক- বিশ্ব শীতকালীন ক্রীড়াৰ দ্বিতীয় দিনা ভাৰতে দুটা সোণ, দুটা ৰূপ আৰু এটা ব্ৰঞ্জেৰে মুঠ পদকৰ সংখ্যা ৯লৈ বৃদ্ধি কৰিছে। স্নোবোর্ডিঙত আজি ভাৰতীয়ে সোণৰ পদক আৰু হৰ্ষিতা ঠাকুৰে ব্ৰঞ্জৰ পদক দখল কৰে। এলপাইন স্কিৱিঙতো ভাৰতীয় খেলুৱৈসকলে উন্নত প্ৰদৰ্শন কৰে। এই শিতানত নিৰ্মলা দেৱীয...

March 13, 2025 3:21 PM

views 37

কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰ আৰু তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে দিল্লীত গোলকীয় সম্প্ৰদায়ৰ সৈতে মত-বিনিময় কৰিব

বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ড° এছ জয়শংকৰ আৰু তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি নতুন দিল্লীত গোলকীয় সম্প্ৰদায়ৰ সৈতে মত-বিনিময় কৰিব। বিশ্ব দৃশ্য-শ্ৰব্য আৰু মনোৰঞ্জন শীৰ্ষ সন্মিলন, ‘ৱেভ্ছ’ৰ পূৰ্বে আজিৰ এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই শীৰ্ষ সন্মিলনৰ জৰিয়তে চৰকাৰে দ্ৰুতগতিত ...

March 13, 2025 3:17 PM

views 19

আৰ বি আয়ে একাউণ্ট সংগ্ৰাহক ব্যৱস্থা তদাৰক কৰাৰ উদ্দেশ্যে স্ব-নিয়ামক সংস্থাৰ বাবে আবেদন বিচাৰিছে

ভাৰতীয় ৰিজাৰ্ভ বেংক -আৰ বি আয়ে একাউণ্ট সংগ্ৰাহক ব্যৱস্থা তদাৰক কৰাৰ উদ্দেশ্যে স্ব-নিয়ামক সংস্থাৰ বাবে আবেদন বিচাৰিছে। আৰ বি আয়ে জাৰি কৰা পৰিপত্ৰ অনুসৰি ইচ্ছুক আবেদনকাৰীয়ে প্ৰৱাহ প'ৰ্টেলৰ মাধ্যমেৰে ১৫ জুনলৈকে আবেদন পত্র দাখিল কৰিব পাৰিব। আবেদন নিৰ্দিষ্ট আৰ্হিৰ হ'ব লাগিব বুলি আৰ বি আয়ে স্পষ্ট কৰ...

March 13, 2025 3:14 PM

views 31

একাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ ১০০ দিনীয়া ক্ষণগণনাৰ অংশ হিচাপে যোগ মহোৎসৱ, ২০২৫ মুকলি

কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী প্ৰতাপৰাও যাধৱে ২১ জুনত সমগ্ৰ বিশ্বত পালন কৰিবলগীয়া একাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ ১০০ দিনীয়া ক্ষণগণনাৰ অংশ হিচাপে আজি নতুন দিল্লীত যোগ মহোৎসৱ, ২০২৫ মুকলি কৰে। এই উপলক্ষে মন্ত্ৰীগৰাকীয়ে ১০০ দিনৰ ভিতৰত দেশৰ বিভিন্ন অংশত ১০ টা বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হ'ব বুলি ঘোষণা কৰে।...

March 13, 2025 3:09 PM

views 29

গান্ধী নগৰত ১৪৬ কোটি টকা ব্যয়সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্রকল্প উদ্বোধন আৰু আধাৰশিলা গৃহমন্ত্রী অমিত শ্বাহৰ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি তেওঁৰ সংসদীয় সমষ্টি গান্ধী নগৰত ১৪৬ কোটি টকা ব্যয়সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্রকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। ভার্চুৱেল ব্যৱস্থাৰ জৰিয়তে অংশগ্ৰহণ কৰা এই অনুষ্ঠানত ৰে'ল, স্থলপথ আৰু স্বাস্থ্য খণ্ডৰ প্ৰকল্পসমূহক সামৰি লোৱা হৈছে। অনুষ্ঠানত অংশগ্ৰহণ কৰি গ...

March 12, 2025 1:46 PM

views 8

পাকিস্তানৰ বেলুচিস্তানত জাফৰ এক্সপ্ৰেছ অপহৰণ সন্ত্ৰাসবাদীৰ, ১৫০ৰো অধিক লোকক উদ্ধাৰ, ২৭জন সন্ত্ৰাসবাদী নিহত

পাকিস্তানৰ বেলুচিস্তান প্ৰদেশৰ কচ্চি জিলাৰ পৰা বেলুচ লিবাৰেচন আৰ্মীৰ সদস্যই কালি ৪০০ গৰাকীৰো অধিক যাত্ৰীৰ সৈতে অপহৰণ কৰা ৰে'লগাড়ীখনৰ ডেৰশৰো অধিক পণবন্দীক দেশখনৰ সুৰক্ষা বাহিনীয়ে উদ্ধাৰ কৰিবলৈ সমৰ্থ হৈছে। সুৰক্ষা বাহিনীৰ অভিযানত জাফৰ এক্সপ্ৰেছ নামৰ ৰে'লগাড়ীখনৰ অপহৰণ কাণ্ডৰ সৈতে জড়িত ২৭ জন সন্ত্রাস...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।