ৰাষ্ট্ৰীয়

December 25, 2025 11:03 AM

views 18

প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি এম ভেংকয়া নাইডুক নতুন দিল্লীৰ অটল স্মৃতি ন্যাস সমিতিৰ সভাপতি হিচাপে নিৰ্বাচিত

দেশৰ প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি এম ভেংকয়া নাইডুক নতুন দিল্লীৰ অটল স্মৃতি ন্যাস সমিতিৰ সভাপতি হিচাপে নিৰ্বাচিত কৰা হৈছে। প্ৰাক্তন উপ-ৰাষ্ট্ৰপতিগৰাকীৰ চৰকাৰী বাসগৃহত অনুষ্ঠিত এখন বৈঠকত কালি ন্যাসৰ প্ৰতিষ্ঠাপক সদস্য ৰাম বাহাদুৰ ৰায়ে অন্য সদস্যসকলৰ সৈতে আলোচনা কৰি সভাপতি পদৰ বাবে শ্রীনাইডুৰ নাম প্ৰস্তাৱ ক...

December 25, 2025 10:46 AM

views 14

দেশৰ প্ৰাক্তন প্রধানমন্ত্ৰী ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ ১০১ সংখ্যক জয়ন্তী

আজি দেশৰ প্ৰাক্তন প্রধানমন্ত্ৰী ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ ১০১ সংখ্যক জয়ন্তী। এই উপলক্ষে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লক্ষ্ণৌত ৰাষ্ট্ৰ প্ৰেৰণাস্থল উদ্বোধন কৰিব আৰু এখন জনসভাক সম্বোধন কৰিব। নিজৰ নেতৃত্বৰ জৰিয়তে দেশৰ গণতান্ত্রিক, ৰাজনৈতিক আৰু বিকাশৰ যাত্ৰাত গভীৰ প্ৰভাৱ বিস্তাৰ কৰা ভাৰতৰ অন্...

December 24, 2025 8:33 PM

views 19

আৰাৱলী পৰ্বতক লৈ উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্ত সন্দৰ্ভত মন্ত্রী ভূপেন্দ্ৰ যাদৱৰ প্ৰতিক্ৰিয়া

আৰাৱলী পৰ্বতক লৈ উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্ত সন্দৰ্ভত কোনো কোনো ৰাজনৈতিক দলে বিশেষকৈ কংগ্ৰেছে ভুল তথ্য বিয়পাইছে বুলি কেন্দ্রীয় পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্রী ভূপেন্দ্ৰ যাদৱে প্রকাশ কৰিছে। তেওঁ কয় যে এই দলসমূহে উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তক জানি-বুজি ভুলকৈ প্ৰচাৰ কৰিছে আৰু এই বিষয়টোক নিজৰ স্বাৰ...

December 24, 2025 8:27 PM

views 8

বৰদিনৰ প্ৰাক্-সন্ধিয়া জনসাধাৰণলৈ ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৰ শুভেচ্ছা

ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱে বৰদিনৰ প্ৰাক্-সন্ধিয়া জনসাধাৰণলৈ শুভেচ্ছা জনাইছে। এটা বার্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে বৰদিন হৈছে আনন্দ আৰু উল্লাসৰ উৎসৱ যিয়ে প্ৰেম আৰু দয়াৰ বাৰ্তা কঢ়িয়াই আনে। তেওঁ কয় যে বৰদিনে প্রত্যেককে মানৱতাৰ কল্যাণৰ বাবে প্ৰভু যীশুখ্ৰীষ্টৰ ত্যাগৰ কথা সোঁৱৰাই দিয়ে। শ্রীমতী মুর...

December 24, 2025 8:24 PM

views 8

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কাইলৈ উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত ৰাষ্ট্ৰ প্ৰেৰণা স্থল মুকলি

প্রাক্তন প্রধানমন্ত্রী ভাৰতৰত্ন সন্মানেৰে বিভূষিত অটল বিহাৰী বাজপেয়ীৰ ১০১ সংখ্যক জন্মবার্ষিকীৰ লগত সংগতি ৰাখি প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ জীৱন আৰু আদৰ্শৰাজিৰ সন্মানার্থে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কাইলৈ উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত ৰাষ্ট্ৰ প্ৰেৰণা স্থল মুকলি কৰিব। ঐতিহাসিক ৰাষ্ট্ৰীয় স্মাৰক আৰু ৰাষ্ট্ৰ...

December 24, 2025 10:58 AM

views 16

দিল্লীৰ প্ৰদূষণ সন্দৰ্ভত প্ৰাক্তন মুখ্যমন্ত্ৰী অৰিবিন্দ কেজৰিৱাললৈ দিল্লীৰ উপ-ৰাজ্যপালৰ পত্ৰ প্ৰেৰণ

দিল্লীৰ উপ ৰাজ্যপাল বিনয় কুমাৰ ছাক্সেনাই ৰাজধানী চহৰখনৰ প্ৰদূষণ সন্দৰ্ভত প্ৰাক্তন মুখ্যমন্ত্ৰী অৰিবিন্দ কেজৰিৱাললৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। ১৫ পৃষ্ঠাৰ এই পত্ৰখনত শ্ৰীছাক্সেনাই আম আদমী দলে বিগত ১১ বছৰত কৰা গাফিলতি আৰু বায়ু প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰাত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন...

December 24, 2025 10:28 AM

views 14

যুৱ পৰিক্ৰমা আৰু ক্রীড়া মন্ত্ৰ্যালয়ৰ ইন্টার্নশ্বিপ নীতি আৰম্ভ

দেশৰ যুৱ প্ৰতিভাক এখন মঞ্চ দিয়াৰ লগতে ক্রীড়া ক্ষেত্ৰক শক্তিশালী কৰাৰ উদ্দেশ্যৰে যুৱ পৰিক্ৰমা আৰু ক্রীড়া মন্ত্ৰ্যালয়ে ইন্টার্নশ্বিপ নীতি আৰম্ভ কৰিছে। মন্ত্ৰ্যালয়ে কয়, যে এই পদক্ষেপে মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলক ইণ্টাৰ্নশ্বিপৰ সুযোগ প্ৰদান কৰিব। ইয়াৰ দ্বাৰা তেওঁলোকে ক্ৰীড়াৰ ...

December 24, 2025 10:23 AM

views 16

ভাৰত পুনৰ আন্তঃৰাষ্ট্ৰীয় অসামৰিক বিমান পৰিবহণ সংস্থা আই চি এ অ’লৈ নিৰ্বাচিত

ভাৰত পুনৰ আন্তঃৰাষ্ট্ৰীয় অসামৰিক বিমান পৰিবহণ সংস্থা আই চি এ অ'লৈ নিৰ্বাচিত হৈছে বুলি কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ দপ্তৰৰ মন্ত্ৰী ৰাম মোহন নাইডুৱে প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্ট যোগে মন্ত্ৰীগৰাকীয়ে কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতীয় অসামৰিক বিমান পৰিবহণ খণ্ডই বিশ্ব প...

December 24, 2025 10:21 AM

views 17

উত্তৰ ৰেলৱেৰ জম্মু সংমণ্ডলৰ নিৰ্বাচিত ৰে’লৰ বাবে “স্ক্রেচ ৰেক” বা অতিৰিক্ত ৰেকৰ ব্যৱস্থাৰ প্ৰৱৰ্তন

শীতকালত ঘন কুঁৱলীৰ ফলত হোৱা বিলম্ব হ্ৰাস কৰাৰ লগতে যাত্ৰীৰ সুবিধা সুনিশ্চিত কৰাৰ বাবে উত্তৰ ৰেলৱেৰ জম্মু সংমণ্ডলে নিৰ্বাচিত ৰে'লৰ বাবে "স্ক্রেচ ৰেক" বা অতিৰিক্ত ৰেকৰ ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিছে। বিশেষকৈ উত্তৰ ভাৰতত শীতকালত প্ৰায়ে তীব্ৰ কুঁৱলীৰ ফলত প্ৰভাৱিত হোৱা ৰে'লসমূহৰ সময়মতে যাত্ৰা আৰু আগমন সুনিশ্...

December 24, 2025 10:19 AM

views 17

আকাশ NGৰ ব্যৱহাৰকাৰী মূল্যায়ন সম্পৰীক্ষা সফলতাৰে সম্পূৰ্ণ ডি আৰ ডি অ’ৰ

প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা- ডি আৰ ডি অ'ই পৰৱৰ্তী প্ৰজন্মৰ আকাশ ক্ষেপণাস্ত্র ব্যৱস্থা বা আকাশ NGৰ ব্যৱহাৰকাৰী মূল্যায়ন সম্পৰীক্ষা সফলতাৰে সম্পূৰ্ণ কৰিছে। প্ৰতিৰক্ষা মন্ত্রালয়ে এটা বিবৃতিত জনাইছে যে, পৰীক্ষাৰ সময়ত এই ক্ষেপণাস্ত্ৰসমূহে সীমাৰ সমীপৰ -কম উচ্চতাৰ আৰু দীৰ্ঘ দূৰত্বৰ, উচ্চ উচ্চতা...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।