ৰাষ্ট্ৰীয়

March 22, 2025 9:02 PM

views 7

মণিপুৰৰ ইম্ফলত উপস্থিত ন্যায়াধীশ বি আৰ গৱাইৰ নেতৃত্বত উচ্চতম ন্যায়ালয়ৰ ৫জনীয়া প্ৰতিনিধি দল

ন্যায়াধীশ বি আৰ গৱাইৰ নেতৃত্বত উচ্চতম ন্যায়ালয়ৰ এটা ৫জনীয়া প্ৰতিনিধি দল আজি পুৱা মণিপুৰৰ ৰাজধানী ইম্ফলত উপস্থিত হয়। প্রতিনিধি দলটোৰ ৩গৰাকী বিচাৰপতি– ন্যায়াধীশ গৱাই, ন্যায়াধীশ বিক্রম নাথ আৰু ন্যায়াধীশ এম এম সুন্দ্ৰেছে চূড়াচান্দপুৰলৈ গৈ জিলাখনত আইন সেৱা শিবিৰ, স্বাস্থ্য শিবিৰ আৰু আইনী সাহায্য...

March 22, 2025 9:01 PM

views 11

নাগপুৰত সংঘটিত হিংসাত্মক ঘটনাত ক্ষতি হোৱা সম্পত্তিৰ মূল্য সংঘৰ্ষত লিপ্ত লোকৰ পৰা আদায় কৰা হ’বঃ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাড়নবিছ

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাড়নবিছে নাগপুৰত সংঘটিত হিংসাত্মক ঘটনাৰ সময়ত ক্ষতি হোৱা সম্পত্তিৰ মূল্য, সংঘৰ্ষত লিপ্ত লোকৰ পৰা আদায় কৰা হ’ব বুলি ঘোষণা কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে ধন আদায় নিদিয়া লোকসকলৰ সম্পত্তি জব্দ কৰি বিক্ৰী কৰা হ’ব বুলি সকীয়াই দিছে। মুখ্যমন্ত্রী ফাড়নবিছে নাগপুৰৰ হ...

March 22, 2025 8:59 PM

views 6

ইছৰোৱে এগৰাকী ভাৰতীয়ক চন্দ্ৰলৈ প্ৰেৰণ কৰি সুকলমে পৃথিৱীলৈ ওভতাই অনাৰ বিশেষ অভিযানৰ প্ৰস্তুতি চলাই আছেঃ অধ্যক্ষ ড° ভি নাৰায়ণন

ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান (ইছৰো)ৰ অধ্যক্ষ ড° ভি নাৰায়ণনে কৈছে, যে প্ৰতিষ্ঠানটোৱে এগৰাকী ভাৰতীয়ক চন্দ্ৰলৈ প্ৰেৰণ কৰি সুকলমে পৃথিৱীলৈ ওভতাই অনাৰ এটা বিশেষ অভিযানৰ প্ৰস্তুতি চলাই আছে। তেওঁ লগতে কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই অভিযানৰ প্ৰস্তুতি চলোৱাৰ বাবে ইতিমধ্যে নীতি নিৰ্দেশনা প্রদ...

March 22, 2025 8:58 PM

views 15

ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন বিগত দহ বছৰত ১০৫ শতাংশ বিকাশ হাৰেৰে দুগুণলৈ বৃদ্ধি

ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন বিগত দহ বছৰত ১০৫ শতাংশ বিকাশ হাৰেৰে দুগুণলৈ বৃদ্ধি পাইছে। ২০১৫ চনত ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন ২ লাখ ১০ হাজাৰ কোটি ডলাৰ আছিল আৰু ২০২৫ চনত এই পৰিমাণ ৪ লাখ ৩০ হাজাৰ ডলাৰ বৃদ্ধি পাইছে। আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি আই এন এফৰ তথ্যত এইকথা প্রকাশ পাইছে। আই এন এফে প্ৰকাশ কৰা মতে, মুঠ ঘৰুৱা ...

March 22, 2025 8:57 PM

views 13

অবৈধ অথবা অনলাইন গেমিঙৰ নীতি-নিয়ম পালন নকৰা ৩৫৭টা ৱেবছাইট বন্ধ সামগ্ৰী আৰু সেৱা কৰ চোৰাংচোৱা সঞ্চালকালয়ৰ

সামগ্ৰী আৰু সেৱা কৰ চোৰাংচোৱা সঞ্চালকালয়ে অবৈধ অথবা অনলাইন গেমিঙৰ নীতি-নিয়ম পালন নকৰা ৩৫৭ টা ৱেবছাইট বন্ধ কৰিছে। সঞ্চালকালয়ে বিদেশৰ পৰা পৰিচালিত অনলাইন গেমিং প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধে ব্যৱস্থা তীব্ৰতৰ কৰি তুলিছে। অনলাইন মানী গেমিং উদ্যোগৰ সৈতে ঘৰুৱা আৰু বিদেশী কোম্পানী জড়িত হৈ আছে। সামগ্ৰী আৰু সে...

March 22, 2025 8:54 PM

views 6

দক্ষিণ-পশ্চিম নাইজাৰৰ মছজিদত আক্রমণ, ৪৪জন লোক নিহত

দক্ষিণ-পশ্চিম নাইজাৰৰ এটা মছজিদত সংঘটিত আক্রমণত কমেও ৪৪জন অসামৰিক লোকে প্রাণ হেৰুৱায় আৰু অন্য ১৩ জন আহত হৈছে। দেশখনৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে, ফমবিতা গাঁৱত শুকুৰবৰীয়া নামাজৰ সময়ত হোৱা আক্ৰমণত এই লোককেইজন নিহত হয়। মন্ত্রালয়ে আইএছৰ সৈতে জড়িত এটা সন্ত্রাসবাদী সংগঠনক এই আক্ৰমণৰ বাবে জ...

March 22, 2025 7:22 PM

views 25

বিশ্ব জল দিৱস উপলক্ষে পানী সংৰক্ষণ আৰু বহনক্ষম উন্নয়নৰ প্ৰতিশ্ৰুতি সুনিশ্চিত কৰিবলৈ প্রধানমন্ত্ৰীৰ আহ্বান

আজি বিশ্ব জল দিৱস। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই উপলক্ষে পানী সংৰক্ষণ আৰু বহনক্ষম উন্নয়নৰ প্ৰতিশ্ৰুতি সুনিশ্চিত কৰিবলৈ ৰাষ্ট্ৰবাসীক আহ্বান জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্রীমোদীয়ে পানী সংৰক্ষণৰ গুৰুত্বপূৰ্ণ ভিডিঅ' এটা শ্বেয়াৰ কৰি কয় যে, পানী হৈছে সভ্যতাৰ জীৱনৰেখা আৰু ভৱিষ্যৎ প্ৰজন্মৰ ব...

March 22, 2025 12:44 PM

views 18

নতুন দিল্লীত কালি চতুর্থ ভাৰত-ইউৰোপীয় সংঘ সামুদ্রিক নিৰাপত্তা আলোচনা অনুষ্ঠিত

নতুন দিল্লীত কালি চতুর্থ ভাৰত-ইউৰোপীয় সংঘ সামুদ্রিক নিৰাপত্তা আলোচনা অনুষ্ঠিত হয়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ নিৰস্ত্ৰকৰণ আৰু আন্তঃৰাষ্ট্ৰীয় সুৰক্ষা পৰিক্ৰমা বিভাৰ যুটীয়া সচিব মুৱানপুই ছেয়াৱিয়ে ভাৰতীয় প্ৰতিনিধিসকলক নেতৃত্ব দিয়ে। আনহাতে ইউৰোপৰ প্ৰতিনিধিসকলক ইউৰোপীয় বৈদেশিক কাৰ্যসেৱাৰ নিৰাপত...

March 22, 2025 12:42 PM

views 35

সমাজৰ অৱহেলিত শ্ৰেণীৰ প্ৰতি দেখুওৱা সংবেদনশীলতাই এখন দেশ বা সমাজৰ মৰ্যাদা নিৰ্ণয় কৰে- শ্ৰীমতী দ্রৌপদী মুৰ্মু

সমাজৰ অৱহেলিত শ্ৰেণীৰ প্ৰতি দেখুওৱা সংবেদনশীলতাই এখন দেশ বা সমাজৰ মৰ্যাদা নিৰ্ণয় কৰে। ৰাষ্ট্ৰপতি ভৱনত কালি সন্ধিয়া অনুষ্ঠিত পাৰ্পল মহোৎসৱত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে দয়া, সৌহাদ্য, আৰু অন্তৰ্ভুক্তিকৰণে ভাৰতীয় সংস্কৃতি আৰু সভ্যতাৰ মূল্যবোধ নিৰূ...

March 21, 2025 8:40 PM

views 26

চৰকাৰে গোলকীয় দক্ষিণ আৰু উত্তৰৰ ৩০খনতকৈও অধিক দেশৰ সৈতে কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰিছে – পৱিত্ৰ মাৰ্ঘেৰিটা

চৰকাৰে গোলকীয় দক্ষিণ আৰু উত্তৰৰ ৩০খনতকৈও অধিক দেশৰ সৈতে কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰিছে। ৰাজ্যসভাত লিখিত উত্তৰত বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই কয় যে শক্তিশালী দ্বিপাক্ষিক অংশীদাৰিত্বৰ উপৰিও চৰকাৰে আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতা শক্তিশালী কৰিবলৈ বিভিন্ন বৈদেশিক নীতি গ্রহণ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।