ৰাষ্ট্ৰীয়

March 24, 2025 11:23 AM

views 15

আজি বিশ্ব যক্ষ্মা দিৱস

আজি বিশ্ব যক্ষ্মা দিৱস। যক্ষ্মা ৰোগৰ ফলত হোৱা স্বাস্থ্যজনিত, সামাজিক আৰু অর্থনৈতিক সমস্যাসমূহৰ প্ৰতি সজাগতা সৃষ্টি আৰু বিশ্বৰ পৰা এই মহামাৰী নিৰ্মূল কৰাৰ উদ্দেশ্যে প্রতি বছৰৰ ২৪ মাৰ্চৰ দিনটোত এই দিৱস পালন কৰা হয়। ১৮৮২ চনত ড° ৰ'বাৰ্ট কোচ্চে যক্ষ্মাৰোগৰ বেক্টেৰীয়া আৱিস্কাৰৰ চিনস্বৰূপে প্ৰতিবছৰে এই দ...

March 24, 2025 11:19 AM

views 9

সকলো ধৰ্ম আৰু সম্প্ৰদায়ৰ উৎসৱসমূহ শান্তিপূৰ্ণ পৰিৱেশত অনুষ্ঠিত হৈছে : যোগী আদিত্যনাথ

উত্তৰ প্ৰদেশ চৰকাৰৰ ৮ বছৰীয়া কাৰ্যকালৰ সময়ছোৱাত এতিয়ালৈ সকলো ধৰ্ম আৰু সম্প্ৰদায়ৰ উৎসৱসমূহ শান্তিপূৰ্ণ পৰিৱেশত অনুষ্ঠিত হৈছে বুলি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে উল্লেখ কৰিছে। অহা দুসপ্তাহত চৈত্ৰ নৱৰাত্ৰি, ৰাম নৱমী, ঈদ-উল-ফিটৰ বৈশাখী আদি গুৰুত্বপূৰ্ণ উৎসৱ পালন কৰা হ'ব। উৎসৱসমূহৰ পূৰ্বে ৰাজ্...

March 24, 2025 11:17 AM

views 14

সীমান্তৰ সিপাৰৰ পৰা অহা সন্ত্ৰাসবাদী গোটৰ বিৰুদ্ধে নিৰাপত্তাৰক্ষীৰ তীব্ৰ অভিযান

জম্মু-কাশ্মীৰৰ কাথুৱা জিলাৰ ঘন জংঘলত নিৰাপত্তাৰক্ষীয়ে কালি সীমান্তৰ সিপাৰৰ পৰা অহা এটা সন্ত্ৰাসবাদী গোটৰ বিৰুদ্ধে তীব্ৰ অভিযান চলায়। সন্ত্রাসবাদী গোটটোৱে পাকিস্তান সীমান্তৰ মাত্র ৫ কিলোমিটাৰ দূৰত্বত ঘাটি পতাৰ তথ্য চোৰাংচোৱাৰ পৰা লাভ কৰাৰ পাছতে এই অভিযান চলোৱা হয় বুলি এটা চৰকাৰী সত্ৰত প্ৰকাশ পাইছে...

March 24, 2025 11:14 AM

views 26

টাৰ্ণঅভাৰ আৰু বিনিয়োগ সমিতিৰ সংশোধনৰ অধিসূচনা জাৰি

চৰকাৰে ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগৰ শ্ৰেণীভুক্ত কৰাৰ বাবে টাৰ্ণঅভাৰ আৰু বিনিয়োগ সমিতিৰ উল্লেখযোগ্য সংশোধনৰ বিষয়ে অধিসূচনা জাৰি কৰিছে। এই সংশোধন পহিলা এপ্ৰিলৰ পৰা কাৰ্যকৰী হ'ব। আঢ়ৈ কোটি টকা বিনিয়োগ কৰা ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগক ক্ষুদ্র উদ্যোগ হিচাপে শ্রেণীভুক্ত কৰা হ'ব। প্ৰথমে এই শ্ৰেণ...

March 24, 2025 11:11 AM

views 15

দিল্লী বিধানসভাৰ বাজেট অধিবেশন আজি আৰম্ভ

দিল্লী বিধানসভাৰ বাজেট অধিবেশন আজি আৰম্ভ হ'ব। এই অধিবেশন অহা ২৮ মাৰ্চলৈ অব্যাহত থকাৰ কথা। প্ৰয়োজনত অধিৱেশনৰ সময়সীমা বৃদ্ধি কৰা হ'ব। এই অধিবেশনত আজি ডিটিচিৰ কাম-কাজ সন্দৰ্ভত কেগৰ প্ৰতিবেদন উত্থাপন কৰা হ'ব। কাইলৈ বাজেট উত্থাপন কৰাৰ লগতে বছৰটোৰ বাবে চৰকাৰী পৰিকল্পনা আৰু বিত্তীয় অগ্ৰাধিকাৰৰ বিষয়সমূহ...

March 24, 2025 11:06 AM

views 24

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৰ ছত্তিশগড় আৰু ওড়িশা ভ্ৰমণ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু আজি চত্তিশগড় আৰু ওড়িশালৈ যাব। ভ্ৰমণৰ সময়ছোৱাত ৰাষ্ট্ৰপতিয়ে ৰায়পুৰত চত্তিশগড় বিধানসভাৰ ৰূপালী জয়ন্তী অনুষ্ঠানত ভাগ ল'ব। শ্ৰীমতী মুর্মু ওড়িশাৰ নায়াগড়ত ভাৰতীয় বিশ্ববাসু শ্ববৰ সমাজৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীতো উপস্থিত থাকিব ।

March 23, 2025 7:59 PM

views 16

সোমবাৰৰ পৰা দিল্লী বিধানসভাৰ বাজেট অধিৱেশন

দিল্লী বিধানসভাৰ বাজেট অধিৱেশন কাইলৈ আৰম্ভ হ'ব। এই অধিৱেশন অহা ২৮ মার্চলৈ অব্যহত থকাৰ কথা। প্রয়োজনত এই সময়সীমা সম্প্ৰসাৰিত হ'ব পাৰে। এই অধিৱেশনত কাইলৈ দিটিচিৰ কাম-কাজ সন্দৰ্ভত চি এ জি প্রতিবেদন উত্থাপন কৰা হ'ব। অহা মঙলবাৰে বাজেট উত্থাপন কৰা হোৱাৰ লগতে বছৰটোৰ বাবে চৰকাৰী পৰিকল্পনা আৰু বিত্তীয় অগ্র...

March 23, 2025 6:58 PM

views 13

ড০ ৰাম মনোহৰ লোহিয়াৰ জয়ন্তীত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ শ্ৰদ্ধা জ্ঞাপন

প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ড০ ৰাম মনোহৰ লোহিয়াৰ জয়ন্তীত আজি শ্ৰদ্ধা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্রধানমন্ত্রী শ্রীমোদীয়ে কয় যে ড০ লোহিয়া এগৰাকী দূৰদৰ্শী নেতা, এগৰাকী স্বাধীনতা যুঁজাৰু আৰু সামাজিক ন্যায়ৰ প্ৰতিমূৰ্তি আছিল। দেশৰ প্ৰতি তেওঁৰ অৱদানক সুঁৱৰি প্রধানমন্ত্রী শ্রীমোদীয়...

March 23, 2025 6:51 PM

views 37

পিয়াঁজ ৰপ্তানীৰ ওপৰত কেন্দ্ৰীয় চৰকাৰৰ ২০ শতাংশ শুল্ক প্রত্যাহাৰ

কেন্দ্ৰীয় চৰকাৰে পিয়াঁজ ৰপ্তানীৰ ওপৰত ২০ শতাংশ শুল্ক প্রত্যাহাৰ কৰিছে। এই নীতি পহিলা এপ্ৰিলৰ পৰা কাৰ্যকৰী হ'ব। কেন্দ্রীয় গ্রাহক পৰিক্রমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰ্যালয়ে কৈছে যে ইয়াৰ দ্বাৰা কৃষকসকলৰ পাৰিতোষিক নিশ্চিত কৰা হ'ব আৰু গ্ৰাহকৰ বাবে পিয়াঁজ ব্যয়সাধ্য হৈ থাকিব। পিয়াঁজকে ধৰি আন কে...

March 23, 2025 6:12 PM

views 32

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্ত কৰিবলৈ ৩ জনীয়া অভ্যন্তৰীণ তদন্ত কমিটি গঠন

উচ্চতম ন্যায়ালয়ে যোৱা নিশা দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ বাসগৃহৰ পৰা নগদ ধন উদ্ধাৰ হোৱাৰ অভিযোগ সন্দৰ্ভত ফটো, ভিডিঅ'সহ অভ্যন্তৰীণ প্রতিবেদন ৱেবছাইটত আপলোড কৰে। সর্বোচ্চ ন্যায়ালয়ে এই ঘটনা সন্দৰ্ভত ন্যায়াধীশ বাৰ্মাৰ উত্তৰো জাৰি কৰিছে। ন্যায়াধীশ বার্মাই তেওঁৰ উত্তৰত অভিযোগসমূহ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।