ৰাষ্ট্ৰীয়

March 26, 2025 12:25 PM

views 20

গুৱাহাটীৰ বৰ্ষাপাৰাত আজি আই পি এল ক্রিকেট প্রতিযোগিতাৰ ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মেচ

আই পি এল ক্রিকেট প্রতিযোগিতাৰ গুৱাহাটীৰ বৰ্ষাপাৰাৰ অসম ক্রিকেট সন্থাৰ ষ্টেডিয়ামত আজি ৰিয়ান পৰাগৰ নেতৃত্বত ৰাজস্থান ৰয়েলছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া ৭ বজাত আৰম্ভ হ'ব। ২৩ বছৰীয়া ক্ৰিকেটাৰ ৰিয়ান পৰাগৰ গৃহ ৰাজ্যত খেল প্ৰদৰ্শন উপভোগ কৰিবলৈ জনসাধাৰণৰ মাজত ব্যাপক উৎসাহ ...

March 25, 2025 8:43 PM

views 13

ভাৰতবৰ্ষক ২০৪৭ ৰ পূৰ্বে আত্মনিৰ্ভৰশীল ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ ক্ষেত্ৰত সংখ্যালঘু সম্প্রদায়সমূহৰ অৱদান গুৰুত্বপূৰ্ণ হ’ব – কিৰেন ৰিজিজু

ভাৰতবৰ্ষক ২০৪৭ ৰ পূৰ্বে আত্মনিৰ্ভৰশীল ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ ক্ষেত্ৰত সংখ্যালঘু সম্প্রদায়সমূহৰ অৱদান গুৰুত্বপূৰ্ণ হ'ব। সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে আজি নতুন দিল্লীত আয়োজিত ৰাজ্যিক সংখ্যালঘু সন্মিলনত ভাষণ দি এইদৰে প্ৰকাশ কৰে। এই উপলক্ষে মন্ত্ৰীগৰাকীয়ে সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলক শিক...

March 25, 2025 8:41 PM

views 25

দেশত পথ দুৰ্ঘটনাৰ ফলত মৃত্যু হোৱা লোকৰ ৬০ শতাংশৰো অধিক ১৮ ৰ পৰা ৪৫ বছৰ বয়সৰ বুলি নীতিন গাডকাৰীয়ে মন্তব্য

 আমাৰ দেশত পথ দুৰ্ঘটনাৰ ফলত মৃত্যু হোৱা লোকৰ ৬০ শতাংশৰো অধিক ১৮ ৰ পৰা ৪৫ বছৰ বয়সৰ বুলি কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে মন্তব্য কৰিছে। আজি নতুন দিল্লীত আমেৰিকান চেম্বাৰ অৱ কমাৰ্চৰ পথ সুৰক্ষাৰ বাবে - আমচামৰ প্ৰযুক্তি হস্তক্ষেপ -আমেৰিকা-ভাৰত অংশীদাৰিত্ব শীর্ষক অনুষ্ঠানত ভাষণ দি...

March 25, 2025 8:39 PM

views 18

লোকসভাত আজি বিত্ত বিধেয়ক ২০২৫ গৃহীত

লোকসভাত আজি বিত্ত বিধেয়ক ২০২৫ গৃহীত হয়। এই বিধেয়কখনৰ জৰিয়তে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ বিত্তীয় প্ৰস্তাৱসমূহক ফলপ্রসু কৰি তুলিব বিচৰা হৈছে। বিধেয়কখন সন্দৰ্ভত হোৱা বিতৰ্কৰ উত্তৰ দি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে কয় যে কৰাতাসকলৰ সন্মানাৰ্থে আৰু ব্যৱসায় সূচল কৰি তোলা...

March 25, 2025 8:37 PM

views 10

পৰৱৰ্তী ৫ বছৰত দেশত দুগ্ধ উৎপাদন ৩০ কোটি মেট্রিকটনলৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে বুলি ৰাজীৱ ৰঞ্জন সিঙৰ প্ৰকাশ

ভাৰত বিশ্বৰ সৰ্বাধিক দুগ্ধ উৎপাদনকাৰী আৰু পৰৱৰ্তী ৫ বছৰত দেশত দুগ্ধ উৎপাদন বৰ্তমানৰ ২৩ কোটি ৯০ লাখ মেট্রিকটনৰ পৰা ৩০ কোটি মেট্রিকটনলৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে বুলি কেন্দ্ৰীয় পশুপালন আৰু দুগ্ধ উৎপাদন মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙে প্ৰকাশ কৰিছে। লোকসভাত আজি শ্রীসিঙে কয যে ২০১৪ চনত ৰাষ্ট্ৰীয় গো...

March 25, 2025 8:35 PM

views 24

লোকসভাত আজি বাষ্পিকৰণ পাত্ৰ বিধেয়ক ২০২৪ উত্থাপন

লোকসভাত আজি বিবেচনা আৰু গ্ৰহণৰ বাবে বইলাৰ অৰ্থাৎ বাষ্পিকৰণ পাত্ৰ বিধেয়ক ২০২৪ উত্থাপন কৰা হয়। এই বিধেয়কখনৰ জৰিয়তে বইলাৰ যন্ত্ৰসমূহৰ নিয়ন্ত্ৰণ, বইলাৰ যন্ত্ৰৰ বিস্ফোৰণৰ পৰা ধন-জনৰ নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। বিধেয়কখনত সমগ্ৰ দেশত বইলাৰৰ নিৰ্মাণ আৰু ব্যৱহাৰৰ পঞ্জীয়ন আৰু নিৰীক্ষণৰ বাবে একেধৰণৰ ব্...

March 25, 2025 8:32 PM

views 16

ৰাজ্যসভাত দুর্যোগ ব্যৱস্থাপনা সংশোধনী বিধেয়ক ২০২৪ সন্দৰ্ভত আলোচনা

ৰাজ্যসভাত দুর্যোগ ব্যৱস্থাপনা সংশোধনী বিধেয়ক ২০২৪ সন্দৰ্ভত আলোচনা চলি আছে। আলোচনাৰ পাতনি মেলি কংগ্ৰেছৰ নিজ দাংগিয়ে কয় যে বিধেয়কখনত প্ৰধানমন্ত্ৰী পৰিচৰ্যা পুজি আৰু ইয়াৰ ব্যৱহাৰ সম্পৰ্কে কোনো নিৰ্দিষ্ট দিয়া হোৱা নাই। শাসকীয় পক্ষৰ সাংসদসকলে চৰকাৰৰ কোৱিড ব্যৱস্থাপনা সন্দৰ্ভত দাংগিয়ে কৰা এই মন্তব...

March 25, 2025 8:30 PM

views 28

বিচ্চিন্নতাবাদ এতিয়া কাশ্মীৰৰ বাবে অতীত বুলি অমিত শ্বাহৰ মন্তব্য

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে বিচ্চিন্নতাবাদ এতিয়া কাশ্মীৰৰ বাবে অতীত বুলি মন্তব্য কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰীশ্বাহে কেন্দ্ৰীয় চৰকাৰৰ একত্ৰীকৰণ নীতিসমূহে জম্মু আৰু কাশ্মীৰৰ বিচ্চিন্নতাবাদী আন্দোলনসমূহক সফলতাৰে নিৰ্মূল কৰা বুলি উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে লগতে হুৰিয়তৰ সৈতে সম্পৰ্ক থ...

March 25, 2025 7:10 PM

views 9

জৰ্জ কোৰিয়ানৰ আজি ৰাজ্যিক সংখ্যালঘু আয়োগৰ এখন সন্মিলন মুকলি

কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা ৰাজ্য মন্ত্ৰী জৰ্জ কোৰিয়ানে আজি নতুন দিল্লীত ৰাজ্যিক সংখ্যালঘু আয়োগৰ এখন সন্মিলন মুকলি কৰে। সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলৰ শিক্ষা আৰু সৱলীকৰণৰ দিশত গুৰুত্ব আৰোপ কৰি ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগে এই সন্মিলনৰ আয়োজন কৰিছে। সন্মিলনত নীতি নিৰ্মাতা, বিশেষজ্ঞ আৰু অংশীদাৰসকলে স...

March 25, 2025 7:08 PM

views 9

অমৃত পাল সিঙৰ সাতজন সহযোগীক আজনালা আদালতত পুনৰ হাজিৰ

খালিস্তানী নেতা তথা সাংসদ অমৃত পাল সিঙৰ সাতজন সহযোগীক আজি আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত পঞ্জাৱৰ অমৃতসৰৰ আজনালা আদালতত পুনৰ হাজিৰ কৰোৱা হয়। আদালতে তেওঁলোকক পুনৰ তিনি দিনৰ বাবে ২৮ মার্চ পর্যন্ত আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে। তেওঁলোক ২০২৩ চনত আজনালা থানা আক্রমণৰ ঘটনাত জড়িত আছিল। ডি এছ পি গুৰ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।