March 26, 2025 7:16 PM
25
খাদ্যত ভেজালকৰণৰ অভিযোগৰ ক্ষেত্ৰত চৰকাৰৰ কঠোৰ আৰু খৰতকীয়া ব্যৱস্থা গ্ৰহণ : প্ৰহ্লাদ যোশী
খাদ্য আৰু ৰাজহুৱা বিতৰণ দপ্তৰৰ মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে কয় যে খাদ্যত ভেজালকৰণৰ অভিযোগৰ ক্ষেত্ৰত চৰকাৰে কঠোৰ আৰু খৰতকীয়া ব্যৱস্থা গ্ৰহণ কৰি আহিছে। লোকসভাত আজি কেইটামান পৰিপূৰক প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে খাদ্যত ভেজালকৰণ সন্দৰ্ভত অভিযোগ পালে চৰকাৰে লগে লগেই এই বিষয়ে অনুসন্ধানৰ ব্যৱস্থা কৰ...