ৰাষ্ট্ৰীয়

March 27, 2025 3:58 PM

views 22

এছিয়াৰ দীর্ঘতম সুৰংগ, জম্মু-কাশ্মীৰৰ জ’জিলা সুৰংগ নিৰ্মাণৰ কাম প্রায় ৭০ শতাংশ সম্পূৰ্ণ

এছিয়াৰ দীর্ঘতম সুৰংগ, জম্মু-কাশ্মীৰৰ জ'জিলা সুৰংগ নিৰ্মাণৰ কাম প্রায় ৭০ শতাংশ সম্পূৰ্ণ হৈছে। ৫,৫০০ কোটিতকৈ অধিক টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা এই প্রকল্পই শ্রীনগৰ আৰু লাডাখৰ মাজত বছৰৰ সকলো সময়তে যোগাযোগ সম্ভৱ কৰি তুলিব। ১৩ কিলোমিটাৰতকৈ অধিক দৈৰ্ঘ্যৰ মূল সুৰংগপথ আৰু সুৰংগলৈ সংযোগী ১৭ কিলোমিটাৰতকৈ অধিক ...

March 27, 2025 3:56 PM

views 12

ৰাষ্ট্ৰীয় মহিলা আয়োগে দেশৰ প্ৰতিখন জিলাতে একোটা প্রাক বৈবাহিক পৰামৰ্শ কেন্দ্ৰ মুকলি কৰিব

ৰাষ্ট্ৰীয় মহিলা আয়োগে দেশৰ প্ৰতিখন জিলাতে একোটা প্রাক বৈবাহিক পৰামৰ্শ কেন্দ্ৰ মুকলি কৰিব। পাটনাত আজি এই কথা প্ৰকাশ কৰি আয়োগৰ অধ্যক্ষা বিজয়া ৰাহাটকাৰে কয়, যে চলিত বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ সৈতে সংগতি ৰাখি এই নতুন ব্যৱস্থাৰ আৰম্ভ কৰিবলৈ লোৱা হৈছে। বৰ্তমানলৈ দেশৰ ১১ খন জিলাত মুঠ ২৩ টা এনে কেন্দ্ৰ...

March 27, 2025 3:53 PM

views 27

অহা ৩০ মার্চত আকাশবাণীৰ ‘মন কী বাত’ অনুষ্ঠান

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে অহা ৩০ মার্চত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ-বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাব ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ ১২০ সংখ্যক খণ্ড। প্রধানমন্ত্রীয়ে মন কী বাতৰ আসন্ন খণ্ডটিৰ বাবে জনসাধাৰণৰ দিহা-পৰামৰ্শ বিচাৰিছে। জনসাধাৰণে ১৮০০-১১-৭৮০০ শুল্ক বিহীন নম্বৰত ফোন কৰি এই...

March 27, 2025 3:50 PM

views 29

প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থা DRDO আৰু নৌ-সেনাৰ হ্রস্ব দূৰত্বভেদি ক্ষেপনাস্ত্ৰৰ পৰীক্ষা সফলতাৰে সম্পন্ন

  প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থা DRDO আৰু নৌ-সেনাই কালি ওড়িশাৰ চান্দিপুৰৰ সংহত পৰীক্ষণস্থলীৰ পৰা থলুৱাভাৱে বিকশাই তোলা ভূপৃষ্ঠৰ পৰা আকাশমাৰ্গলৈ উলম্বভাবে নিক্ষেপ কৰিব পৰা হ্রস্ব দূৰত্বভেদি ক্ষেপনাস্ত্ৰৰ পৰীক্ষা সফলতাৰে সম্পন্ন কৰে। পৰীক্ষাকালত ভূ-ভাগৰ পৰা উলম্ব উৎক্ষেপকৰ সহায়ত একেবাৰে ওচৰৰ ...

March 27, 2025 3:33 PM

views 19

শিশুৰ মৃত্যু প্রতিহত কৰাৰ বাবে ভাৰতে গ্ৰহণ কৰা ব্যৱস্থা দৃষ্টান্তমূলকঃ ৰাষ্ট্ৰসংঘ

■ ৰাষ্ট্ৰসংঘই, শিশুৰ মৃত্যু প্রতিহত কৰাৰ বাবে ভাৰতে গ্ৰহণ কৰা ব্যৱস্থা আৰু এইক্ষেত্ৰত লাভ কৰা অগ্রগতিক দৃষ্টান্তমূলক বুলি অভিহিত কৰি ইয়াৰ বাবে দেশখনক প্ৰশংসা কৰিছে। আয়ুস্মান ভাৰতকে ধৰি স্বাস্থ্যখণ্ডৰ বাবে ভাৰতে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে উল্লেখ কৰি আন্তঃৰাষ্ট্ৰীয় সংস্থাটোৰ এখন প্রতিবেদনত এনে ...

March 27, 2025 11:06 AM

views 21

১০ বছৰৰ ভিতৰত ভাৰত-ম্যানমাৰ সীমান্ত সম্পূৰ্ণৰূপে ছীল কৰাৰ সিদ্ধান্ত কেন্দ্ৰৰ

■ উগ্রপন্থী সংগঠন আলফা স্বাধীনকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ উগ্ৰপন্থী গোটসমূহৰ আহ-যাহ বন্ধ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে অহা ১০ বছৰৰ ভিতৰত ভাৰত-ম্যানমাৰ সীমান্ত সম্পূৰ্ণৰূপে ছীল কৰাৰ সিদ্ধান্ত লৈছে। ৩১ হাজাৰ কোটি টকা ব্যয়সাপেক্ষ এই কাম ইতিমধ্যে আৰম্ভ হৈছে। ইয়াৰ অধীনত এহেজাৰ ৬৪৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ ভাৰত-ম্...

March 26, 2025 8:32 PM

views 11

ৰাজ্যসভাত বেংকৰ আইন সংশোধনী বিধেয়ক ২০২৪ বিবেচনা আৰু পাৰিতৰ বাবে উত্থাপন

ৰাজ্যসভাত আজি বেংকৰ আইন সংশোধনী বিধেয়ক ২০২৪ বিবেচনা আৰু পাৰিতৰ বাবে উত্থাপন কৰে। এই বিধেয়ক ১৯৩৪ চনৰ ভাৰতীয় ৰিজাৰ্ভ বেংক আইন, বেংকৰ নিয়ন্ত্রণ আইন ১৯৪৯, ভাৰতীয় ষ্টেট বেংক আইন ১৯৫৫, বেংকিং কোম্পানী আইন ১৯৭০ আৰু ১৯৮০ ৰ সংশোধনী বিচৰা হৈছে। এই সংশোধনীত প্ৰতিটো বেংকৰ একাউণ্ট ধাৰকসকলৰ পূৰ্বৰ এজন নমিনি ...

March 26, 2025 8:28 PM

views 11

ত্ৰিভুৱন চহকাৰী ইউনিভাৰ্ছিটি বিধেয়ক ২০২৫ বিবেচনা আৰু পাৰিতৰ বাবে উত্থাপন

লোকসভাই আজি ত্ৰিভুৱন চহকাৰী ইউনিভাৰ্ছিটি বিধেয়ক ২০২৫ বিবেচনা আৰু পাৰিতৰ বাবে উত্থাপন কৰে। এই বিধেয়কত গুজৰাটৰ আনন্দৰ গ্ৰাম্য ব্যৱস্থাপনা প্রতিষ্ঠানক ত্ৰিভুৱন চহকাৰী বিশ্ববিদ্যালয় হিচাপে প্ৰতিষ্ঠা কৰি ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলাৰ ব্যৱস্থা কৰা হৈছে। এই প্ৰতিষ্ঠানত সমবায় খণ্ড...

March 26, 2025 7:34 PM

views 19

বিজেপিৰ সংখ্যালঘু মৰ্চাৰ ছৌগাত-এ-মোদী শীৰ্ষক অভিযান আৰম্ভ

ভাৰতীয় জনতা পাৰ্টীৰ সংখ্যালঘু মৰ্চাই ছৌগাত-এ-মোদী শীৰ্ষক এটা অভিযান আৰম্ভ কৰিছে। ঈদৰ পূৰ্বে সমগ্ৰ দেশৰে অনগ্ৰসৰ ৩২ লাখ মুছলমান পৰিয়ালক বিশেষ উপহাৰৰ টোপোলা বিতৰণ কৰাৰ লক্ষ্যৰে এই অভিযান আৰম্ভ কৰা হৈছে। অৱহেলিত মুছলমান পৰিয়ালসমূহে যাতে কোনো অসুবিধা নোহোৱাকৈ উৎসৱ উদযাপন কৰিব পাৰে তাক সুনিশ্চিত কৰাই ...

March 26, 2025 7:29 PM

views 10

ছত্তিশগড়ৰ চুকমা জিলাত ৯জন মাওবাদীৰ আত্মসমৰ্পন

ছত্তিশগড়ৰ চুকমা জিলাত আজি ৯জন মাওবাদীয়ে আত্মসমৰ্পন কৰে। তেওঁলোকৰ ভিতৰত ছগৰাকী মহিলা মাওবাদীও আছে। আত্মসমৰ্পণ কৰা মাওবাদী কেইজন কেইবাটাও গুৰুতৰ ঘটনাৰ সৈতে জড়িত আছিল। মাওবাদী কেইজনক ধৰাই দিব পাৰিলে ২৬ লাখ টকাৰ পুৰস্কাৰ প্ৰদান কৰা হ'ব বুলি ইতিপূৰ্বে ঘোষণা কৰা হৈছিল।

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।