ৰাষ্ট্ৰীয়

March 28, 2025 1:43 PM

views 13

এছিয়ান চেম্পিয়নশ্বিপ মল্লযুদ্ধৰ ৭৬ কিলোগ্রাম ওজন শাখাৰ ফাইনেলত ভাৰতৰ ৰিতিকা হুদা

ভাৰতৰ ৰিতিকা হুদাই জৰ্দানৰ আম্মানত চলি থকা এছিয়ান চেম্পিয়নশ্বিপ মল্লযুদ্ধ প্রতিযোগিতাৰ ৭৬ কিলোগ্রাম ওজন শাখাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ছেমি ফাইনেলত কালি ৰিতিকাই জাপানৰ নদোক য়ামামতো পৰাস্ত কৰে। ফাইনেলত খেলুৱৈগৰাকী দুবাৰকৈ এছিয়ান চেম্পিয়নশ্বিপৰ খিতাপ অৰ্জন কৰা কিগিস্তানৰ আইপেৰী মেডেট কিজিৰ মুখামুখি ...

March 28, 2025 1:40 PM

views 13

চলিত বৰ্ষৰ খেলো ইণ্ডিয়া পেৰা গেমছ প্রতিযোগিতাৰ সামৰণি, ৩৪টা সোণৰ পদকেৰে হাৰিয়ানা শীৰ্ষস্থানত

নতুন দিল্লীৰ জৱাহৰলাল নেহেৰু ষ্টেডিয়ামত কালি চলিত বৰ্ষৰ খেলো ইণ্ডিয়া পেৰা গেমছ প্রতিযোগিতাৰ সামৰণি পৰে। সামৰণি অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া ৰাজ্য মন্ত্ৰী ৰক্ষা নিখিল খাদছেই কয় যে খেলো ইণ্ডিয়া পেৰা গেমছ পেৰা এথলীটসকলৰ বাবে নিজৰ দক্ষতা প্ৰদৰ্শন আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰত...

March 28, 2025 1:02 PM

views 9

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি ৰয়েল চেলেঞ্জার্ছ বেংগালুৰু আৰু চেন্নাই ছুপাৰ কিংছৰ মেচ

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি চেন্নাইত হ'বলগীয়া এখন খেলত ৰয়েল ছেলেঞ্জার্ছ বেংগালুৰু চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ'ব। ইপিনে, লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে যোৱানিশা হায়দৰাবাদত অনুষ্ঠিত এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদক ৫ উইকেটত পৰাস্ত কৰে। লক্ষ্ণৌ দলে ১৯...

March 27, 2025 9:23 PM

views 8

চহকাৰ সে সমৃদ্ধিৰ পদক্ষেপৰ অংশ হিচাপে চহকাৰ টেক্সি নামৰ বাহন সেৱা মুকলি কৰা হ’বঃ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে অ'লা আৰু উবেৰৰ পাছত এটা সমবায়ৰ পদক্ষেপেৰে যাত্ৰীৰ আহ-যাহৰ বাবে চহকাৰ টেক্সি নামৰ এটা বাহন সেৱা মুকলি কৰিব বুলি ঘোষণা কৰিছে। লোকসভাত বিতৰ্কত অংশ লৈ শ্ৰীশ্বাহে কয়, যে চহকাৰ সে সমৃদ্ধিৰ পদক্ষেপৰ অংশ হিচাপে এই সেৱা আৰম্ভ কৰা হ'ব। তেওঁ অনাগত কেইটামান মাহৰ ভ...

March 27, 2025 9:22 PM

views 7

হুৰিয়তৰ অনুমোদনপ্রাপ্ত দুটা বিচ্ছিন্নতাবাদী গোট মূলসুঁতিলৈ ঘূৰি আহিছেঃ অমিত শ্বাহ

কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে আজি হুৰিয়তৰ অনুমোদনপ্রাপ্ত দুটা বিচ্ছিন্নতাবাদী গোট মূল সুঁতিলৈ ঘূৰি আহিছে বুলি প্ৰকাশ কৰিছে। জম্মু-কাশ্মীৰৰ প্ৰসংগ উত্থাপনেৰে তেওঁ কয়, যে তেহৰিকী ইস্তেকলাল আৰু তেহৰিক-ই-ইস্তিকামত নামৰ দুটা বিচ্ছিন্নতাবাদী গোটে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নতুন বিকশিত ভাৰতৰ প্ৰতি...

March 27, 2025 9:21 PM

views 10

কেন্দ্ৰীয় চৰকাৰে কৃষকৰ বন্ধু আৰু কৃষকৰ কল্যাণৰ হকে অহৰহ কাম কৰি আহিছেঃ কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহান

কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানে কেন্দ্ৰীয় চৰকাৰে কৃষকৰ বন্ধু আৰু কৃষকৰ কল্যাণৰ হকে অহৰহ কাম কৰি আহিছে বুলি মন্তব্য কৰিছে। তেওঁ কয়, যে এই বিবেচনাৰে কৃষকৰ উৎপাদিত সামগ্ৰীসমূহ ন্যূনতম সমৰ্থন মূল্যত ক্ৰয় কৰা হৈছে। শ্রীচৌহানে কয়, যে ৰাজ্য চৰকাৰসমূহে ন্যূনতম সমৰ্থন মূল্যৰ তলত কৃষকৰ উৎপাদিত স...

March 27, 2025 9:20 PM

views 10

নেপালত বসন্তকালীন পর্বতাৰোহণৰ বাবে অনুমতি

নেপালত এই বৰ্ষৰ বসন্তকালীন পর্বতাৰোহণৰ বাবে অনুমতি দিয়া হৈছে। নেপালৰ পৰ্যটন বিভাগৰ সূত্ৰই জনোৱা মতে, মুঠ ৫৮ গৰাকী লোকে এইবাৰ পৰ্বতাৰোহণৰ বাবে অনুমতি লাভ কৰিছে। ইয়াৰে ১৮ গৰাকী মহিলা আৰু ৪০ গৰাকী পুৰুষ। মুঠ ৮ টা পৰ্বতাৰোহণ দলত অন্তৰ্ভুক্ত হোৱা এই পৰ্বতাৰোহীসকলে অন্নপূর্ণা ১ৰ লগতে বিভিন্ন শৃংগ আৰোহণ ...

March 27, 2025 9:18 PM

views 10

দিল্লীত অনুষ্ঠিত খেলো ইণ্ডিয়া পেৰা গেমছৰ সামৰণি

দিল্লীত অনুষ্ঠিত খেলো ইণ্ডিয়া পেৰা গেমছৰ আজি সামৰণি পৰিছে। সামৰণিৰ দিনটোত খেলুৱৈসকলে টেবুল টেনিছত তেওঁলোকৰ উন্নত প্ৰদৰ্শন দাঙি ধৰিছে। টেবুল টেনিছৰ ফাইনেলৰ পুৰুষৰ ক্লাছ ছিক্স শাখাৰ য়েছডি আছপি ভামগাৰাই সোণৰ পদক আৰু বিকাশ ঠাকুৰে ৰূপৰ পদক লাভ কৰিছে। মহিলাৰ ক্লাছ ছিক্স শাখাত ভাৱিকা কুকাডিয়াই সোণৰ পদক ...

March 27, 2025 4:08 PM

views 19

খাদ্যৰ মান নির্ণয়কাৰী ৰাষ্ট্ৰীয় সংস্থা, ভাৰতীয় মান্যক ব্যুৰ’ৰ দিল্লীত এমাজন ছেল্ল্ প্রাইভেট লিমিটেডৰ গুডামত অভিযান

খাদ্যৰ মান নির্ণয়কাৰী ৰাষ্ট্ৰীয় সংস্থা, ভাৰতীয় মান্যক ব্যুৰ'ৱে দিল্লীত এমাজন ছেল্ল্ প্রাইভেট লিমিটেডৰ গুডামত আজি তালাচী অভিযান চলায়। গ্রাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্র্যালয়ে এটা বিবৃতিত প্রকাশ কৰা অনুসৰি মান্যক ব্যুৰ'ৱে এমাজনৰ গুডামত প্রায় ১৫ ঘণ্টা ধৰি অভিযান চলাই ৩,৫০০ ৰো অধিক সামগ্রী ...

March 27, 2025 4:00 PM

views 26

বিহাৰৰ ভাৰতীয় প্রশাসনিক সেৱাৰ বিষয়া সঞ্জীৱ হংসৰ মালিকানাধীন পাটনাৰ ভিন্ন স্থানত বিধি বলৱৎকাৰী সঞ্চালকালয়ৰ অভিযান

আয়ৰ সৈতে সামঞ্জস্যবিহীন সম্পত্তি আৰু দুৰ্নীতিৰ গোচৰত বিধি বলৱৎকাৰী সঞ্চালকালয়ে আজি বিহাৰৰ ভাৰতীয় প্রশাসনিক সেৱাৰ বিষয়া সঞ্জীৱ হংসৰ মালিকানাধীন পাটনাৰ কেইবাটাও স্থানত তালাচী অভিযান চলায়। বিহাৰৰ শক্তি বিভাগৰ প্ৰাক্তন সচিব হংস আৰু তেওঁৰ কেইবাগৰাকী সহযোগীৰ বিৰুদ্ধে ক'লাধন বৈধকৰণ আৰু নিবিদাৰ ক্ষেত্ৰত দুর...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।