ৰাষ্ট্ৰীয়

March 28, 2025 8:07 PM

views 18

ৰাজ্যসভাত আজি বিমান সামগ্ৰীৰ স্বাৰ্থ সুৰক্ষা বিধেয়ক, ২০২৫ বিবেচনাৰ বাবে গ্ৰহণ

ৰাজ্যসভাত আজি উত্থাপন হোৱা বিমান সামগ্ৰীৰ স্বাৰ্থ সুৰক্ষা বিধেয়ক, ২০২৫ বিবেচনাৰ বাবে গ্ৰহণ কৰা হৈছে। এই সন্দৰ্ভত হোৱা আলোচনাৰ সময়তে কংগ্ৰেছ সাংসদ নীজ ডাংগিয়ে বিমান বন্দৰসমূহৰ ব্যক্তিগতকৰণ আৰু বিমান যাত্ৰাৰ উচ্চ নিৰিখৰ বিষয়টো উত্থাপন কৰে। দেশৰ সাধাৰণ জনগণে উচ্চমানৰ নিৰিখ বহন কৰিবলৈ সমৰ্থ নহয় বুল...

March 28, 2025 8:04 PM

views 30

বৈদ্যুতিক সামগ্রী উৎপাদন আঁচনিত অনুমোদন কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে আজি বৈদ্যুতিক সামগ্ৰীৰ উৎপাদন বৃদ্ধি কৰাৰ লগতে এই সামগ্ৰীসমূহৰ যোগান শক্তিশালী কৰিবলৈ বৈদ্যুতিক সামগ্রী উৎপাদন আঁচনিত অনুমোদন জনাইছে। আজি নতুন দিল্লীত মন্ত্ৰীসভাৰ সিদ্ধান্তসমূহৰ বিষয়ে সংবাদ মাধ্যমৰ আগত অৱগত কৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয়, যে বৈদ্যুতিক সামগ্রী উ...

March 28, 2025 8:02 PM

views 29

লোকসভাত আজি সাগৰীয় পথেৰে সামগ্ৰীৰ পৰিবহন বিধেয়ক ২০২৪ গৃহীত

ভাৰতীয় সাগৰীয় পথেৰে সামগ্ৰীৰ পৰিবহন আইন ১৯২৫ ৰ সলনি কৰি আজি লোকসভাত সাগৰীয় পথেৰে সামগ্ৰীৰ পৰিবহন বিধেয়ক ২০২৪ গৃহীত হৈছে। বিধেয়কখনৰ সন্দৰ্ভত সদনত হোৱা বিতৰ্কৰ উত্তৰ দি কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী সর্বানন্দ সোনোৱালে কয় যে বিধেয়কখনৰ মূল উদ্দেশ্য হৈছে পূৰ্বৰ আইনখনক সৰল কৰা। আই...

March 28, 2025 8:01 PM

views 20

নীতি আয়োগৰ ট্ৰেড ৱাচ ত্রৈমাসিক প্রতিবেদন মুকলি অৰবিন্দ বিৰমানীৰ

নীতি আয়োগৰ সদস্য অৰবিন্দ বিৰমানীয়ে আজি নতুন দিল্লীত নীতি আয়োগৰ ট্ৰেড ৱাচ ত্রৈমাসিক প্রতিবেদন মুকলি কৰে। ২০২৫ বিত্তীয় বৰ্ষৰ জুলাইৰ পৰা ছেপ্টেম্বৰলৈ দ্বিতীয় ত্রৈমাসিকৰ বাবে এই ত্রৈমাসিক প্রতিবেদন প্রকাশ কৰা হৈছে। প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি ২০২৩ বৰ্ষৰ একে সময়ৰ তুলনাত এপ্ৰিলৰ পৰা ছেপ্টেম্বৰলৈ ভা...

March 28, 2025 7:04 PM

views 32

ষষ্ঠ BIMSTEC সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে অহা ৩ এপ্ৰিলত প্রধানমন্ত্ৰী বেংককলৈ ৰাওনা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ষষ্ঠ BIMSTEC সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে অহা ৩ এপ্ৰিলত দুদিনীয়া ভ্রমণসূচীৰে থাইলেণ্ডৰ বেংককলৈ যাব। থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী পেটংটাৰ্ন চীনাৱাট্টাৰ আমন্ত্ৰণ মৰ্মে শ্ৰী মোদী দেশখনলৈ যাব। এয়া হ'ব তেওঁৰ তৃতীয়টো থাইলেণ্ড ভ্রমণ। এই সন্মিলনত BIMSTEC ৰাষ্ট্ৰসংঘৰ মাজত সহযোগিতা ব...

March 28, 2025 6:59 PM

views 31

অহা ৩০ মাৰ্চৰ পৰা প্রধানমন্ত্ৰীৰ মহাৰাষ্ট্ৰ আৰু ছত্তিশগড় ভ্ৰমণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৩০ মাৰ্চৰ পৰা মহাৰাষ্ট্ৰ আৰু ছত্তিশগড় ভ্ৰমণ কৰিব। মহাৰাষ্ট্ৰ ভ্ৰমণৰ সময়ত প্রধানমন্ত্ৰীয়ে নাগপুৰলৈ গৈ স্মৃতি মন্দিৰ দৰ্শন কৰাৰ লগতে দীক্ষা ভূমিও ভ্ৰমণ কৰিব। ইয়াৰ পাছত তেওঁ নাগপুৰত মাধৱ নেত্ৰালয় প্রিমিয়াম চেণ্টাৰৰ আধাৰশিলা স্থাপন কৰাৰ লগতে এখন জনসভাতো ভাষণ দিব।...

March 28, 2025 6:58 PM

views 14

ৰাজ্যসভাত আজি ৰামজি লাল সুমনৰ মন্তব্যক কেন্দ্ৰ কৰি হুলস্থূলীয়া পৰিস্থিতিৰ উদ্ভৱ

ৰাজ্যসভাত আজি সমাজবাদী পাৰ্টীৰ সাংসদ ৰামজি লাল সুমনৰ মন্তব্যক কেন্দ্ৰ কৰি হুলস্থূলীয়া পৰিস্থিতিৰ উদ্ভৱ হোৱাত সভা স্থগিত ৰাখিবলগীয়া হয়। সাংসদগৰাকীয়ে ষোড়শ শতিকাৰ মেৱাৰৰ শাসনকর্তা ৰানা ছাংগাৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য প্ৰকাশ কৰাৰ প্ৰতিবাদত শাসকীয় পক্ষৰ সদস্যসকলে হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি কৰ...

March 28, 2025 1:50 PM

views 25

২০২৫-২৬ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেটত সংসদৰ অনুমোদন

সংসদে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেটত অনুমোদন জনাইছে। ৰাজ্যসভাই আলোচনাৰ অন্তত কালি বিত্ত বিধেয়ক ২০২৫ আৰু ৩ নম্বৰ বিনিয়োজন বিধেয়ক লোকসভালৈ ঘূৰাই পঠিওৱাৰ লগে লগে বাজেট প্রক্রিয়া সম্পূর্ণ হয়। লোকসভাই মঙলবাৰে বিধেয়কখনত অনুমোদন জনাইছিল। ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ বিত্তীয...

March 28, 2025 1:49 PM

views 9

লোকসভাত Immigration আৰু বিদেশী বিধেয়ক, ২০২৫ গৃহীত

লোকসভাত কালি Immigration আৰু বিদেশী বিধেয়ক, ২০২৫ গৃহীত হয়। এই বিধেয়কখনৰ জৰিয়তে Immigration নীতিৰ আধুনিকীকৰণ কৰিব বিচৰা হৈছে আৰু বিধেয়কখনত পাৰপত্ৰ, ভ্ৰমণনথী, ভিছা আৰু পঞ্জীয়নৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰক কিছুমান বিশেষ ক্ষমতা প্ৰদানৰ ব্যৱস্থা আছে। বিধেয়কখন সন্দৰ্ভত হোৱা বিতৰ্কৰ উত্তৰ দি কেন্দ্ৰী...

March 28, 2025 1:45 PM

views 23

জম্মু-কাশ্মীৰৰ কঠুৱা জিলাত সুৰক্ষা বাহিনীৰে হোৱা সংঘৰ্ষত ৩জন সন্ত্রাসবাদী নিহত, ৩জন জোৱান শ্বহীদ

জম্মু-কাশ্মীৰৰ কঠুৱা জিলাৰ ছুফেইন বনাঞ্চলত যোৱানিশা হোৱা এটা সংঘৰ্ষত ৩ জন সন্ত্রাসবাদী নিহত হয়। এই সংঘৰ্ষত সুৰক্ষা বাহিনীৰ ৩ জন জোৱানো শ্বহীদ হয় আৰু এগৰাকী উপআৰক্ষী অধীক্ষক আৰু এগৰাকী পেৰা কামাণ্ডোসহ ৪গৰাকী সুৰক্ষা কৰ্মী আহত হয়। আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।