ৰাষ্ট্ৰীয়

April 4, 2025 7:37 PM

views 29

প্রবীন অভিনেতা-পৰিচালক মনোজ কুমাৰৰ অন্ত্যোষ্টিক্রিয়া কাইলৈ দিনৰ ১১ বজাত মুম্বাইৰ পৱনহংসত সম্পন্ন কৰা হ’ব

আজি পুৱা মুম্বাইত দেহাৱসান ঘটা প্রবীন অভিনেতা-পৰিচালক মনোজ কুমাৰৰ অন্ত্যোষ্টিক্রিয়া কাইলৈ দিনৰ ১১ বজাত মুম্বাইৰ পৱনহংসত সম্পন্ন কৰা হ'ব। বর্ষীয়ান অভিনেতাগৰাকীৰ বিয়োগত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় আৰু প্ৰধানমন্ত্ৰীয়ে নৰেন্দ্ৰ মোদীকে ধৰি দেশৰ বিশিষ্ট ব্যক্তিসকলে গভী...

April 4, 2025 5:55 PM

views 26

প্রবীণ অভিনেতা আৰু পৰিচালক মনোজ কুমাৰৰ দেহাৱসান

প্রবীণ অভিনেতা আৰু পৰিচালক মনোজ কুমাৰৰ আজি পুৱা মুম্বাইত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৭ বছৰ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় আৰু প্ৰধানমন্ত্ৰীয়ে নৰেন্দ্ৰ মোদীকে ধৰি দেশৰ বিশিষ্ট ব্যক্তিসকলে প্রসিদ্ধ অভিনেতাগৰাকীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে। উল্লেখযোগ...

April 4, 2025 5:12 PM

views 24

আন্তর্জাতিক কল্যাণ ত্বৰান্বিত কৰাৰ হকে বিমষ্টেক এখন উল্লেখযোগ্য মঞ্চঃ প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আন্তর্জাতিক কল্যাণ ত্বৰান্বিত কৰাৰ হকে বিমষ্টেক এখন উল্লেখযোগ্য মঞ্চ বুলি মত প্ৰকাশ কৰি কয়, যে বিমষ্টেক অধিক শক্তিশালী হোৱাটো প্রয়োজন। বেংককত অনুষ্ঠিত ষষ্ঠ বিমষ্টেক শীর্ষ সন্মিলনত প্রধানমন্ত্ৰীগৰাকীয়ে সহযোগিতাৰ বিভিন্ন দিশ সামৰি ২১ দফীয়া কাৰ্য পৰিকল্পনাৰ প্ৰস্তাৱ আ...

April 4, 2025 5:06 PM

views 17

সংসদত ৱক্‌ফ সংশোধনী বিধেয়ক ২০২৫ গৃহীত হোৱাটো ঐতিহাসিক বুলি অভিহিত গৃহমন্ত্রী অমিত শ্বাহৰ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহেও সংসদত ৱক্‌ফ সংশোধনী বিধেয়ক ২০২৫ গৃহীত হোৱাটো ঐতিহাসিক বুলি অভিহিত কৰিছে। সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰা এটা বাৰ্তাত শ্ৰী শ্বাহে কয়, যে ইয়াৰ জৰিয়তে অন্যায় আৰু দুৰ্নীতিৰ এছোৱা দীঘলীয়া সময়ৰ অৱসান ঘটাই ন্যায় আৰু সমতাৰ যুগৰ আৰম্ভণি হ’ল। এই ব্যৱস্থাই দেশৰ মুছ...

April 4, 2025 4:59 PM

views 29

দেশৰ প্ৰতিগৰাকী নাগৰিকৰ মৰ্যাদাক অগ্ৰাধিকাৰ প্ৰদান কৰি এখন শক্তিশালী ভাৰতবৰ্ষ গঢ়াৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধঃ প্ৰধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদৰ উভয় সদনত ৱাকফ সংশোধনী বিধেয়ক আৰু মুছলমান ৱাকফ বাতিলকৰণ বিধেয়ক গৃহীত হোৱাটো আর্থ সামাজিক ন্যায় স্বচ্ছতা আৰু সামগ্ৰিক বিকাশৰ ক্ষেত্ৰত চৰকাৰে চলাই অহা অবিৰত প্ৰচেষ্টাৰ দিশৰ পৰা ঐতিহাসিক বুলি মত প্ৰকাশ কৰিছে। সামাজিৰ মাধ্যমত দিয়া এটা বাৰ্তাত শ্ৰী মোদীয়ে, এই বিধ...

April 4, 2025 12:20 PM

views 23

প্রবীণ অভিনেতা মনোজ কুমাৰৰ দেহাৱসান

প্রবীণ অভিনেতা আৰু পৰিচালক মনোজ কুমাৰৰ আজি পুৱা মুম্বাইত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৭ বছৰ। বলিউদৰ কিংবদন্তি অভিনেতাগৰাকী তেওঁৰ দেশপ্ৰেমমূলক চলচ্চিত্ৰৰ বাবে ভাৰত কুমাৰ নামেৰে জনাজাত আছিল। ভাৰতীয় চিনেমালৈ আগবঢ়োৱা উল্লেখনীয় অৱদানৰ বাবে তেওঁক পদ্মশ্ৰী আৰু দাদাচাহেব ফাল্কে বঁটাৰে সন...

April 4, 2025 11:38 AM

views 26

থাইলেণ্ডৰ ষষ্ঠ বিমস্টেক শীর্ষ সন্মিলনত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি থাইলেণ্ডৰ বেংককত ষষ্ঠ বিমস্টেক শীর্ষ সন্মিলনত অংশগ্ৰহণ কৰিব। এই সন্মিলনৰ মূল বিষয়বস্তু হৈছে বিমস্টেক-সমৃদ্ধিশালী, স্থিতিস্থাপক গুণসম্পন্ন আৰু মুকলি। এইবেলি শীৰ্ষ সন্মিলনত ‘বেংকক দৃষ্টিভংগী-২০৩০’ আনুষ্ঠানিকভাৱে গ্ৰহণ কৰাৰ লগতে সংগঠনটোৰ পৰৱৰ্তী কাৰ্যব্যৱস্থা নিৰূপণৰ...

April 4, 2025 11:30 AM

views 24

সংসদত ৱক্‌ফ সংশোধনী বিধেয়ক ২০২৫ গৃহীত

ৱক্‌ফ সংশোধনী বিধেয়ক ২০২৫ সংসদত গৃহীত হৈছে। ৰাজ্যসভাই প্ৰায় ১২ ঘণ্টা জোৰা আলোচনাৰ অন্তত যোৱানিশা বিধেয়কখনত অনুমোদন জনায়। উচ্চ সদনত ১২৮ গৰাকী সদস্যই সংশোধনী বিধেয়কখনৰ সপক্ষে আৰু ৯৫ গৰাকীয়ে বিপক্ষে ভোটদান কৰে। লোকসভাত ইতিমধ্যে বিধেয়খন গৃহীত হৈছে। ৱক্‌ফ সংশোধনী বিধেয়ক ২০২৫ ৰ মূল উদ্দেশ্য হৈছে— ...

April 3, 2025 7:00 PM

views 27

পশ্চিমবংগৰ বিদ্যালয়সমূহৰ ২৫ হাজাৰৰো অধিক শিক্ষক আৰু আন কৰ্মীৰ নিযুক্তি অবৈধ বুলি কলকতা উচ্চ ন্যায়ালয়ে দিয়া ৰায় উচ্চতম ন্যায়ালয়ে বাহাল ৰাখিছে

উচ্চতম ন্যায়ালয়ে আজি পশ্চিমবংগৰ বিদ্যালয়সমূহৰ ২৫ হাজাৰৰো অধিক শিক্ষক আৰু আন কৰ্মীৰ নিযুক্তি অবৈধ বুলি কলকতা উচ্চ ন্যায়ালয়ে দিয়া ৰায় বাহাল ৰাখিছে। উচ্চতম ন্যায়ালয়ে কয়, যে সমগ্র নিযুক্তি প্ৰক্ৰিয়াটো আসোঁৱাহযুক্ত আৰু ইয়াৰ বিশ্বাসযোগ্যতা আৰু বৈধতা গ্ৰহণযোগ্য নহয়। দেশৰ মুখ্য ন্যায়াধীশ সঞ্জী...

April 3, 2025 6:54 PM

views 18

BIMSTEC নতুন শৃংখলাটো মূলতঃ আঞ্চলিক তথা বিষয়নিষ্ঠ হৈ উঠিছেঃ ড° এছ জয়শংকৰ

বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ড° এছ জয়শংকৰে BIMSTEC গোষ্ঠীৰ সদস্য ৰাষ্ট্ৰসমূহক সাম্প্ৰতিক বিশ্বৰ প্ৰেক্ষাপটত সামগ্রিক অনিশ্চয়তা তথা অস্থিৰতাৰ বিষয়ে বিবেচনা কৰি সংগঠনটোৰ প্ৰতি অধিক অভিলাষী দৃষ্টিভংগী গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। থাইলেণ্ডৰ বেংককত BIMSTEC-ৰ মন্ত্ৰী পৰ্যায়ৰ ২০ সংখ্যক বৈঠকত ভাষণ দি ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।