ৰাষ্ট্ৰীয়

April 5, 2025 11:36 AM

views 19

বাস্তৰ পাণ্ডুম মহোৎসৱৰ সামৰণি অনুষ্ঠানত ভাগ ল’ব গৃহমন্ত্রী অমিত শ্বাহে

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি চত্তিশগড়ৰ বাস্তৰ খণ্ডৰ দান্তেৱাৰা জিলাত বাস্তৰ পাণ্ডুম মহোৎসৱৰ সামৰণি অনুষ্ঠানত ভাগ ল'ব। গৃহমন্ত্ৰীগৰাকী কালি দুদিনীয়া চত্তিশগড় ভ্রমণসূচীৰে ৰায়পুৰত উপস্থিত হয়। শ্রীশ্বাহে আজি ৰায়পুৰত নক্সালবিৰোধী অভিযান সন্দৰ্ভত এখন পর্যালোচনা বৈঠকত অধ্যক্ষতা কৰিব। তেওঁ লগ...

April 5, 2025 11:33 AM

views 26

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে আলোচনা ফলপ্রসু হৈছে : নেপালৰ প্ৰধানমন্ত্রী কে পি শর্মা অলি

নেপালৰ প্ৰধানমন্ত্রী কে পি শর্মা অলিয়ে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে অতি ফলপ্রসু আলোচনাত মিলিত হোৱাৰ কথা প্ৰকাশ কৰিছে। বেংককত অনুষ্ঠিত ষষ্ঠ BIMSTEC সন্মিলনৰ সুযোগতে দুয়োগৰাকী নেতাই কালি এখন বৈঠকত মিলিত হয়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত নেপালৰ প্রধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে শ্রীমোদীৰ ...

April 5, 2025 11:21 AM

views 11

নতুন দিল্লীৰ ভাৰত মণ্ডমপত ষ্টার্টআপ মহাকুম্ভৰ দ্বিতীয় সংস্কৰণ

নতুন দিল্লীৰ ভাৰত মণ্ডমপত অনুষ্ঠিত ষ্টার্টআপ মহাকুম্ভৰ দ্বিতীয় সংস্কৰণত বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে কয় যে ভাৰত উদ্ভাৱন আৰু প্ৰযুক্তি খণ্ডত বিশ্বৰ আগশাৰীৰ দেশ হিচাপে আত্মপ্রকাশ কৰিবলৈ সাজু হৈছে। তেঁও লগতে কয় যে ভাৰতে উদ্ভাৱনৰ ক্ষেত্ৰত উল্লেখনীয় অগ্রগতি লাভ কৰিছে আৰু অতি সোনকালে এই অগ...

April 5, 2025 11:19 AM

views 12

দেশত ৬২ সংখ্যক ৰাষ্ট্ৰীয় সামুদ্রিক দিৱস উদযাপন

আজি ৰাষ্ট্ৰীয় সামুদ্রিক দিৱস। জাহাজ পৰিবহণ উদ্যোগত দেশৰ উল্লেখনীয় অগ্ৰগতিক সুঁৱৰি ভাৰতে আজি ৬২ সংখ্যক ৰাষ্ট্ৰীয় সামুদ্রিক দিৱস উদযাপন কৰিব। সামুদ্রিক অভিযানৰ গুৰুত্বত আলোকপাত কৰাৰ উপৰি কেইবামাহ ধৰি সমুদ্ৰত সাহসিকতাৰে কৰ্মৰত লোকসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশৰ চিন স্বৰূপে প্ৰতিবছৰে ৫ এপ্ৰিলত এই দিৱস উদ...

April 5, 2025 11:15 AM

views 30

শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিৰে পাৰস্পৰিক স্বার্থ সম্বলিত বিভিন্ন বিষয়ত আলোচনাত মিলিত হ’ব প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কলম্বোেত শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰা দিশানায়কেৰ সৈতে পাৰস্পৰিক স্বার্থ সম্বলিত বিভিন্ন বিষয়ত আলোচনাত মিলিত হ'ব। দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পর্ক সুদৃঢ় কৰাৰ উদ্দেশ্যে শক্তি, বাণিজ্য, যোগাযোগ, প্ৰতিৰক্ষা আৰু ডিজিটেলাইজেচন আদি ক্ষেত্ৰক সামৰি আলোচনা কৰিব। ...

April 4, 2025 8:52 PM

views 19

জীৱ-জন্তু আৰু মানুহৰ মাজত সংক্ৰমিত হ’ব পৰা ৰোগৰ সমাধানৰ বাবে ভাৰতে আন্তঃমন্ত্ৰালয় বৈজ্ঞানিক অধ্যয়নৰ আৰম্ভ কৰিব

ভাৰতে মানৱ, বন্যপ্ৰাণী আৰু পৰিবেশৰ সংযোগস্থলীত জীৱ-জন্তু আৰু মানুহৰ মাজত সংক্ৰমিত হ’ব পৰা ৰোগৰ সমাধানৰ বাবে এটা আন্তঃমন্ত্ৰালয় বৈজ্ঞানিক অধ্যয়নৰ আৰম্ভ কৰিব। ছিকিম, মহাৰাষ্ট্ৰ আৰু তামিলনাডুৰ নিৰ্বাচিত পক্ষী অভয়াৰণ্য আৰু জলাশয়ত এই অধ্যয়ন কৰা হ'ব। মানুহ আৰু পৰিভ্ৰমী চৰাই উভয়ৰে স্বাস্থ্য পৰীক্ষা ক...

April 4, 2025 8:41 PM

views 32

কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্রালয়ে শ্রম কল্যাণ আঁচনিত অন্তৰ্ভুক্ত লোকৰ বাবে বিত্তীয় সাহায্যৰ ব্যৱস্থা কৰিছে

কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্রালয়ে বিড়ি, চিনেমা আৰু কয়লা খনিৰ বাহিৰে আন খনিত কৰ্মৰত লোকসকলৰ শিক্ষাৰ বাবে যোগ্য আবেদনকাৰীসকলক শ্রম কল্যাণ আঁচনিত অন্তৰ্ভুক্ত কৰি তেওঁলোকৰ বিত্তীয় সাহায্যৰ ব্যৱস্থা কৰিছে। ২০২৪-২৫ বৰ্ষৰ জলপানিৰ বাবে আবেদন জনোৱা ৯২টা ৱাৰ্ডৰ বিড়ি, চিনেমা আৰু কয়লা খনিৰ বাহিৰে আন খ...

April 4, 2025 8:33 PM

views 18

সংসদীয় অধিবেশনৰ কাৰ্যক্ৰমণিকা সফলতাৰে সমাপ্ত হৈছেঃ ৰিজিজু

সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে আজি জনাইছে যে এইবাৰৰ সংসদীয় অধিবেশনৰ কাৰ্যক্ৰমণিকা সফলতাৰে সমাপ্ত হৈছে। নতুন দিল্লীত সংবাদ মেলক উদ্দেশ্যি তেওঁ কয় যে এই অধিবেশনৰ সময়ছোৱাত কোনো ধৰণৰ বিবাদ অবিহনে ৱাকফ বিধেয়কখন গৃহীত হৈছে আৰু সংসদৰ বুৰঞ্জীত ইয়াৰ পূৰ্বে কোনোবাৰেই কোনো বিধেয়কক লৈ ইমান সুন্দৰ...

April 4, 2025 8:30 PM

views 25

ভাৰতত দুর্যোগ ব্যৱস্থাপনাৰ বিমষ্টেক উৎকর্ষতা কেন্দ্ৰ স্থাপন কৰা হ’বঃ প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আন্তর্জাতিক কল্যাণ ত্বৰান্বিত কৰাৰ হকে বিমষ্টেক এখন উল্লেখযোগ্য মঞ্চ বুলি মত প্রকাশ কৰে। তেওঁ লগতে কয়, যে বিমষ্টেক অধিক শক্তিশালী হোৱাটো প্ৰয়োজন। বেংককত অনুষ্ঠিত ষষ্ঠ বিমষ্টেক শীৰ্ষ সন্মিলনত প্রধানমন্ত্ৰীগৰাকীয়ে সহযোগিতাৰ বিভিন্ন দিশ সামৰি ২১ দফীয়া কাৰ্য পৰিকল্পনাৰ...

April 4, 2025 8:25 PM

views 18

বিমষ্টেক শীৰ্ষ সন্মিলনত বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছৰ সৈতে প্রধানমন্ত্ৰী মোদীৰ চমু বৈঠকত

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বেংককত বিমষ্টেক শীৰ্ষ সন্মিলনৰ আহৰিত বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছৰ সৈতে এখন চমু বৈঠকত মিলিত হয়। প্রধানমন্ত্রী মোদীয়ে এই বৈঠকত চুবুৰীয়া দেশখনত এখন গণতান্ত্রিক সুস্থ, শান্তিপূর্ণ, প্ৰগতিশীল আৰু সকলো জাতি-জনগোষ্ঠীৰ সম-অধিকাৰ বৰ্তি থকা...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।