ৰাষ্ট্ৰীয়

November 24, 2025 6:15 PM November 24, 2025 6:15 PM

views 8

দেশৰ ৫৩ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে ন্যায়াধীশ সূর্য কান্তৰ শপত গ্ৰহণ

  ন্যায়াধীশ সূর্য কান্তে আজি দেশৰ ৫৩ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে ৰাষ্ট্ৰপতি ভৱনত আয়োজিত অনুষ্ঠানত ন্যায়াধীশগৰাকীক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপতবাক্য পাঠ কৰোৱাব। ন্যায়াধীশ বি আৰ গাভাইৰ কাৰ্যকাল কালি সামৰণি পৰাৰ পাছত ন্যায়াধীশ সূৰ্য কান্তে ...

November 24, 2025 6:00 PM November 24, 2025 6:00 PM

views 7

প্রধানমন্ত্ৰী মোডীয়ে কাইলৈ উত্তৰপ্ৰদেশৰ অযোধ্যাৰ ৰামজনমভূমি মন্দিৰ পৰিদৰ্শন কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কাইলৈ উত্তৰপ্ৰদেশৰ অযোধ্যাৰ ৰামজনমভূমি মন্দিৰ পৰিদৰ্শন কৰিব। তেওঁ মহর্ষি বশিষ্ঠ, মহর্ষি বিশ্বামিত্র, মহর্ষি অগ্যস্ত, মহর্ষি বাল্মিকী, দেৱী অহল্যা, নিষধৰাজ গুহা আৰু মাতা শবৰীৰ মন্দিৰ থকা সপ্তমন্দিৰ স্থানো দৰ্শন কৰিব। তাৰ পাছতে প্রধানমন্ত্ৰীয়ে শেষঅৱতাৰ মন্দিৰলৈ যাব। প্র...

November 24, 2025 5:53 PM November 24, 2025 5:53 PM

views 8

ভাৰতীয় চলচ্চিত্ৰ জগতৰ যশস্বী অভিনেতা, প্রযোজক তথা প্রাক্তন সাংসদ ধর্মেন্দ্ৰৰ দেহাৱসান

ভাৰতীয় চলচ্চিত্ৰ জগতৰ যশস্বী অভিনেতা, প্রযোজক তথা প্রাক্তন সাংসদ ধর্মেন্দ্ৰৰ আজি মুম্বাইত দেহাৱসান ঘটে। দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা অভিনেতাগৰাকীক ১২ দিন পূৰ্বে চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছিল। মৃত্যুৰ সময়ত তেঁওৰ বয়স হৈছিল ৮৯ বছৰ। ভাৰতীয় চলচ্চিত্ৰ ইতিহাসৰ সুদৰ্শন, সফল তাৰকা হিচাপে পৰিচিত ধর্ম...

November 24, 2025 9:33 AM November 24, 2025 9:33 AM

views 8

অযোধ্যাৰ শ্ৰীৰাম জন্মভূমি তীর্থক্ষেত্ৰৰ ধৰ্মধবজা উত্তোলন উপলক্ষে বিশেষ পর্ব

অযোধ্যাৰ শ্ৰীৰাম জন্মভূমি তীর্থক্ষেত্ৰৰ ধৰ্মধবজা উত্তোলন কাৰ্যসূচী উপলক্ষে কাইলৈ বিশেষ পর্ব অনুষ্ঠিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই কাৰ্যসূচীত অংশ ল'ব। তেওঁ লগতে অযোধ্যা চহৰত এটা ৰোড শ্ব’তো ভাগ ল'ব। উল্লেখযোগ্য যে মন্দিৰৰ নিৰ্মাণকাৰ্যৰ সামৰণি উপলক্ষে ধবজাৰোহণ কাৰ্যসূচীৰ বাবে পূর্ণ প্রস্তুতি ...

November 24, 2025 9:24 AM November 24, 2025 9:24 AM

views 16

শিখসকলৰ নৱম গুৰু, গুৰু টেগ বাহাদুৰৰ ৩৫০ সংখ্যক বলিদান দিৱস সমগ্র দেশতে পালন

শিখসকলৰ নৱম গুৰু, গুৰু টেগ বাহাদুৰৰ ৩৫০ সংখ্যক বলিদান দিৱস আজি সমগ্র দেশতে পালন কৰা হ'ব। ১৬৭৫ চনত মোগল সম্রাট ঔৰংজেবৰ আদেশমৰ্মে গুৰু টেগ বাহাদুৰক মৃত্যু দণ্ড দিয়া হৈছিল। গুৰু টেগ বাহাদুৰে দেশৰ বিভিন্ন ঠাইলৈ গৈ গুৰু নানকদেবৰ শিক্ষা প্ৰচাৰ কৰিছিল। তেওঁ ১১৬টা শব্দ আৰু ১৫টা ৰাগ ৰচনা কৰিছিল। তেওঁৰ শিক্ষ...

November 24, 2025 9:07 AM November 24, 2025 9:07 AM

views 15

দেশৰ ৫৩ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে ন্যায়াধীশ সূর্য কান্তে শপত গ্ৰহণ কৰিব

ন্যায়াধীশ সূর্য কান্তে আজি দেশৰ ৫৩ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰিব। ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুমুৱে আজি ৰাষ্ট্ৰপতি ভৱনত ন্যায়াধীশগৰাকীক দেশৰ মুখ্য ন্যায়াধীশ হিচাপে পদ আৰু গোপনীয়তা ৰক্ষাৰ শপতবাক্য পাঠ কৰোৱাব। ন্যায়াধীশ বি আৰ গাভাইৰ কাৰ্যকাল কালি সামৰণি পৰাৰ পাছত ন্যায়াধীশ সূর্য ...

November 24, 2025 9:01 AM November 24, 2025 9:01 AM

views 17

জোহান্সবার্গত অনুষ্ঠিত জি-২০ শীর্ষ সন্মিলনত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ  কেইবাগৰাকীও বিশ্বনেতাৰ সৈতে বৈঠক

জোহান্সবার্গত অনুষ্ঠিত জি-২০ শীর্ষ সন্মিলনত অংশগ্ৰহণৰ সুযোগতে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি কেইবাগৰাকী বিশ্বনেতাৰ সৈতে বৈঠকত মিলিত হয়। শ্রীমোদীয়ে ইটালীৰ প্ৰধানমন্ত্রী জর্জিয়া মেল’নিক সাক্ষাৎ কৰি বাণিজ্য, বিনিয়োগ, প্ৰতিৰক্ষা, উদ্ভাৱন, কৃত্রিম বুদ্ধিমত্তা, মহাকাশ আৰু শিক্ষা খণ্ডত সম্পৰ্ক সুদ...

November 23, 2025 8:12 PM November 23, 2025 8:12 PM

views 10

বিশেষ সংশোধনীৰ দ্বিতীয় পর্যায় আৰম্ভ হোৱাৰ পিছৰে পৰা ভোটদাতাসকলৰ মাজত ৫০ কোটি ৪৭ লাখতকৈ অধিক গণনা প্ৰ-পত্ৰ বিতৰণ কৰা বুলি নির্বাচন আয়োগৰ প্ৰকাশ

নির্বাচন আয়োগে কয় যে, বিশেষ সংশোধনীৰ দ্বিতীয় পর্যায় আৰম্ভ হোৱাৰ পিছৰে পৰা ভোটদাতাসকলৰ মাজত ৫০ কোটি ৪৭ লাখতকৈ অধিক গণনা প্ৰ-পত্ৰ বিতৰণ কৰা হৈছে। চলিত মাহৰ ৪ তাৰিখৰ পৰা ৯খন ৰাজ্য আৰু তিনিখন কেন্দ্রীয় শাসিত অঞ্চলত ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ দ্বিতীয় পর্যায় আৰম্ভ হৈছে। অহা বছৰৰ ৭ ফেব্ৰুৱাৰীত চূড়ান্ত ভো...

November 23, 2025 8:06 PM November 23, 2025 8:06 PM

views 9

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে জি-২০ শীর্ষ সন্মিলনৰ সামৰণি সত্ৰত গুৰুত্বপূৰ্ণ প্রযুক্তিসমূহক উদগণি যোগোৱাৰ উদ্দেশ্যে বুনিয়াদি পৰিৱৰ্তনৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে গুৰুত্বপূর্ণ প্রযুক্তিসমূহক উদগণি যোগোৱাৰ উদ্দেশ্যে বুনিয়াদি পৰিৱৰ্তনৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। জোহান্সবার্গত আজি জি-২০ নেতৃবৰ্গৰ শীর্ষ সম্মিলনৰ তৃতীয় সত্ৰত "সকলোৰে বাবে নিৰপেক্ষ আৰু ন্যায়পূর্ণ ভবিষ্যত- গুৰুত্বপূর্ণ খনিজ, উপযুক্ত কার্য, কৃত্রিম বুদ্ধিমত্তা ...

November 23, 2025 7:59 PM November 23, 2025 7:59 PM

views 7

নাচিনত অসামৰিক সেৱা বিষয়া প্রশিক্ষার্থীসকলক ব্যক্তিগত সাফল্যতকৈ দলগত সফলতাক অধিক গুৰুত্ব দিবলৈও উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণৰ আহ্বান

উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে আজি অন্ধ্রপ্রদেশৰ পালাসমুদ্ৰমৰ নেচনেল একাডেমী অৱ কাষ্টমছ, ইনডাইৰেক্ট টেক্সেছ এণ্ড নার্কটিক্স-চমুকৈ নাচিনত অসামৰিক সেৱা বিষয়া প্রশিক্ষার্থীসকলক উদ্দেশ্যি ভাষণ দিয়ে। তেওঁ সীমাশুল্ক আৰু জি এছ টি, দক্ষতা বিকাশৰ এটা মূল কেন্দ্র হিচাপে শিক্ষানুষ্ঠানখনৰ দ্রুত বিকাশৰ প্ৰশংসা ক...