April 9, 2025 8:16 PM
19
দেশত প্ৰব্ৰজন ৰোধৰ বাবে গ্ৰাম্য ভাৰতক কেন্দ্ৰ কৰি নীতি নিৰ্ধাৰণ কৰাত গুৰুত্ব প্ৰদান নিতিন গাডকাৰীৰ
কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰী নিতিন গাডকাৰীয়ে দেশত প্ৰব্ৰজন ৰোধৰ বাবে গ্ৰাম্য ভাৰতক কেন্দ্ৰ কৰি নীতি নিৰ্ধাৰণ কৰাত গুৰুত্ব প্ৰদান কৰে। নতুন দিল্লীত অনুষ্ঠিত কিশান কুম্ভমেলা ২০২৫ ত অংশগ্রহণ কৰি মন্ত্ৰী শ্ৰীগাডকাৰীয়ে কয়, যে চৰকাৰী নীতিসমূহে গ্ৰাম্য এলেকাৰ খেতিয়ক আৰু দুৰ্বল শ্ৰেণীৰ কল্যান ...