ৰাষ্ট্ৰীয়

April 10, 2025 10:20 AM

views 9

শ্লোভাকিয়াৰ ৰাষ্ট্ৰপতি পিটাৰ পেলেগ্ৰীনিৰ সৈতে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ প্ৰতিনিধি পৰ্যায়ৰ আলোচনা

শ্লোভাকিয়া ভ্ৰমণৰত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে কালি ব্ৰাটিশ্লাভাত দেশখনৰ ৰাষ্ট্ৰপতি পিটাৰ পেলেগ্ৰীনিৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হয়। দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পৰ্কৰ বিভিন্ন দিশ সম্পর্কে আলোচনা কৰে আৰু পাৰস্পৰিক স্বার্থ জড়িত বিভিন্ন বিষয় লৈ মত বিনিময় কৰে। এই সাক্ষাৎকালত ...

April 10, 2025 10:19 AM

views 9

মুম্বাইত ২০০৮ চনৰ সন্ত্ৰাসবাদী আক্ৰমণত অভিযুক্ত তহব্বুৰ ৰাণাৰ প্ৰত্যর্পণ মোডী চৰকাৰৰ কূটনীতিৰ বৃহৎ সফলতাঃ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ২০০৮ চনৰ মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণত অভিযুক্ত তহব্বুৰ ৰাণাৰ প্ৰত্যর্পণ মোডী চৰকাৰৰ কূটনীতিৰ বৃহৎ সফলতা বুলি অভিহিত কৰিছে। কালি এটা ব্যক্তিগত টিভি চেনেলৰ সৈতে হোৱা কথা বতৰাত শ্ৰীশ্বাহে কয় যে, ভাৰতৰ জনসাধাৰণৰ সৈতে দুৰ্ব্যৱহাৰ কৰা সকলোকে ঘূৰাই অনাটো কেন্দ্ৰীয় চৰকাৰৰ...

April 10, 2025 10:17 AM

views 13

কাইলৈ উত্তৰ প্ৰদেশ আৰু মধ্যপ্ৰদেশ ভ্ৰমণ কৰিব প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ উত্তৰ প্ৰদেশ আৰু মধ্যপ্ৰদেশ ভ্ৰমণ কৰিব। এই ভ্ৰমণকালত তেওঁ বাৰাণসীলৈ যাত্ৰা কৰাৰ লগতে ৩,৪০০ কোটি টকাৰো অধিক ব্যয় সাপেক্ষ কেইবাটাও প্রকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। শ্রীমোদীয়ে প্ৰথমবাৰলৈ ৭০ বছৰৰ ঊৰ্ধ্বৰ বয়সৰ জ্যেষ্ঠ নাগৰিকসকলক আয়ুষ্মান বয় বন্দনা কার্ডো...

April 10, 2025 10:16 AM

views 10

চীনৰ বাহিৰে আন সকলো দেশৰ বাবে আমেৰিকাৰ প্রতিশুল্ক ব্যৱস্থা ৯০ দিনৰ বাবে বন্ধ ঘোষণা ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ

এটা উল্লেখযোগ্য ঘটনাক্ৰমত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে চীনৰ বাহিৰে আন সকলো দেশৰ বাবে প্রতিশুল্ক ব্যৱস্থা ৯০ দিনৰ বাবে বন্ধ ৰখাৰ কথা ঘোষণা কৰিছে। সামাজিক মাধ্যম যোগে শ্রীট্রাম্পে কয়, যে তেওঁ শুল্ক পৰিকল্পনাৰ অংশ হিচাপে ৯০ দিনৰ স্থগিতকৰণত অনুমোদন জনাইছে। অৱশ্যে চীনৰ বাবে শুল্কৰ হাৰ ততালিকে কা...

April 10, 2025 10:14 AM

views 3

বিশ্বত আজি বিশ্ব হোমিঅ’পেথী দিৱস পালন

সমগ্ৰ বিশ্বত আজি বিশ্ব হোমিঅ'পেথী দিৱস পালন কৰা হৈছে। হোমিঅ'পেথী বিশ্বৰ দ্বিতীয় সর্ববৃহৎ চিকিৎসা প্ৰণালী। স্বাস্থ্য সেৱাৰ সৰ্বাত্মক দৃষ্টিভংগী বহন কৰা হোমিঅ'পেথীয়ে প্রাকৃতিক পদ্ধতিৰ বাবে বিশ্বৰ লাখ লাখ লোকক আকৰ্ষিত কৰি আহিছে। আয়ুষ মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি দেশত ১০ কোটিৰো অধিক লোকে স্বা...

April 10, 2025 10:13 AM

views 8

মিজোৰামৰ কেলছিহত অনুষ্ঠিত ৰাষ্ট্ৰীয় জনজাতি যুৱ মহোৎসৱৰ আজি অন্তিম দিন

মিজোৰামৰ কেলছিহত থকা ৰাজ্যিক জনজাতীয় সম্পদ কেন্দ্ৰত চাৰিদিনীয়াকৈ অনুষ্ঠিত ৰাষ্ট্ৰীয় জনজাতি যুৱ মহোৎসৱৰ আজি সামৰণি পৰিব। আদিবাসী মুক্তিযোদ্ধা বীৰচা মুণ্ডাৰ ১৫০ সংখ্যক জয়ন্তীৰ বছৰজোৰা উদযাপনৰ সৈতে সংগতি ৰাখি এই মহোৎসৱৰ আয়োজন কৰা হৈছে৷ জনজাতীয় মুক্তিযোদ্ধাসকলক সন্মান জনোৱাৰ লগতে যুৱ প্ৰজন্ম আৰু জ...

April 10, 2025 10:11 AM

views 10

চীনত অনুষ্ঠিত এছিয়া চেম্পিয়নশ্বিপ বেডমিণ্টন প্রতিযোগিতাৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত ভাৰতৰ পি ভি সিন্ধু, প্রিয়াংশু ৰাজাৱট, কিৰণ জর্জ

ভাৰতৰ পি ভি সিন্ধু, প্রিয়াংশু ৰাজাৱট আৰু কিৰণ জর্জে চীনৰ নিংবোত অনুষ্ঠিত এছিয়া চেম্পিয়নশ্বিপ বেডমিণ্টন প্রতিযোগিতাৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। অলিম্পিকত দুবাৰকৈ পদক বিজেতা সিন্ধু আজি পুৱা হ'বলগীয়া মহিলাৰ ছিংগলছৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত জাপানৰ আকানে য়ামাগুচিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। সিন্ধ...

April 10, 2025 10:10 AM

views 17

আই পি এল ক্রিকেট প্রতিযোগিতাৰ এখন খেলত ৰাজস্থান ৰয়েলছক ৫৮ ৰানত পৰাস্ত গুজৰাট টাইটানছৰ

গুজৰাট টাইটানছে যোৱানিশা আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত আই পি এল ক্রিকেট প্রতিযোগিতাৰ এখন খেলত ৰাজস্থান ৰয়েলছক ৫৮ ৰানত পৰাস্ত কৰে। ৰাজস্থান ৰয়েলছে ২১৮ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৯ অভাৰ আৰু দুটা বলত আটাইকেইটা উইকেট হেৰুৱাই ১৫৯ ৰানহে কৰিবলৈ সমৰ্থ হয়। ইয়াৰ পূৰ্বে গুজৰাট টাইটা...

April 9, 2025 8:21 PM

views 26

থিৰু কুমাৰী অনন্থনৰ মৃত্যুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গভীৰ শোক প্ৰকাশ

৯২ বছৰ বয়সত আজি দেহাৱসান ঘটা বিশিষ্ট কংগ্ৰেছ নেতা থিৰু কুমাৰী অনন্থনৰ মৃত্যুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ শোক প্ৰকাশ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয়, যে তামিলনাডুৰ জনসাধাৰণৰ কল্যাণ আৰু তামিলনাডুৰ উন্নতিৰ বাবে নেতাগৰাকীয়ে আগবঢ়োৱা অৱদানৰ বাবে তেওঁ স্মৰণীয় হৈ থাকিব। শ্রীমোদ...

April 9, 2025 8:19 PM

views 9

ৰামসাহায় পাণ্ডেৰ মৃত্যুত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গভীৰ শোক প্ৰকাশ

পদ্মশ্ৰী সন্মানেৰে সন্মানিত মধ্যপ্ৰদেশৰ বিশিষ্ট লোককলা শিল্পী, ৰাই নৃত্যবিদ ৰামসাহায় পাণ্ডেৰ মৃত্যুত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমত প্ৰকাশ কৰা এটা বাৰ্তাত শ্রীমোদীয়ে কয়, যে প্রয়াত পাণ্ডে কলাত্মক প্ৰদৰ্শন তথা কঠোৰ পৰিশ্ৰম আৰু উচৰ্গাৰ মনোভাৱেৰে বুন্দেলখণ্ডৰ ল...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।