December 27, 2025 8:20 PM
14
নতুন দিল্লীত আজি সীমা শুল্ক অনুমোদন সমিতিৰ বৈঠক অনুষ্ঠিত
নতুন দিল্লীত আজি সীমা শুল্ক অনুমোদন সমিতিৰ এখন বৈঠক অনুষ্ঠিত হয়। দিল্লী মণ্ডলৰ মুখ্য সীমা শুল্ক আয়ুক্তৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত সহযোগী পক্ষসমূহৰ বিশ্বাস শক্তিশালী কৰাৰ উদ্দেশ্যে ব্যৱস্থা গ্ৰহণ কৰা হয়। এই বৈঠকত এফ এছ এছ এ আই, প্লেণ্ট কোৱাৰেণ্টাইন, ঔষধ নিয়ন্ত্ৰকৰ দৰে চৰকাৰী ভালেমান সংস্থাৰ লগ...