ৰাষ্ট্ৰীয়

January 3, 2026 6:35 PM January 3, 2026 6:35 PM

views 6

ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদ BCCI-য়ে ২০২৬ বৰ্ষৰ আই পি এলৰ পূৰ্বে বাংলাদেশৰ বেগী বলাৰ মুস্তাফিজুৰ ৰহমানক দলৰপৰা অব্যাহতি দিবলৈ কলকাতা নাইট ৰাইদাৰ্ছক আহ্বান

ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদ BCCI-য়ে ২০২৬ বৰ্ষৰ আই পি এলৰ পূৰ্বে বাংলাদেশৰ বেগী বলাৰ মুস্তাফিজুৰ ৰহমানক দলৰপৰা অব্যাহতি দিবলৈ কলকাতা নাইট ৰাইদাৰ্ছক আহ্বান জনাইছে। কলকাতা নাইট ৰাইদাৰ্ছ দলে যোৱামাহত হোৱা খেলুৱৈৰ নিলামীৰ সময়ত চেন্নাই ছুপাৰ কিংছ আৰু ডেলহি কেপিটেলছৰ সৈতে কঠোৰ প্ৰতিযোগিতাৰ অন্তত ৩০ ...

January 3, 2026 6:30 PM January 3, 2026 6:30 PM

views 6

বাংলাদেশ নেচনেলিষ্ট পাৰ্টি, বি এন পিৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ তাৰিক ৰহমানে দলৰ অধ্যক্ষৰ দায়িত্ব গ্রহণ কৰিব

বাংলাদেশ নেচনেলিষ্ট পাৰ্টি, বি এন পিৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ তাৰিক ৰহমানে দলৰ অধ্যক্ষৰ দায়িত্ব গ্রহণ কৰিব। বি এন পিৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি দলৰ সংবিধান অনুযায়ী অধ্যক্ষ বেগম খালেদা জিয়াৰ মৃত্যুৰ পাছত তাৰিক ৰহমান স্বতঃস্ফূর্তভাৱে অধ্যক্ষ পদত অধিষ্ঠিত হ'ব। এই সন্দৰ্ভত দলৰ ফালৰ পৰা কোনো ধৰণৰ আনুষ্ঠানিক...

January 3, 2026 6:28 PM January 3, 2026 6:28 PM

views 6

কডিয়াক্কৰাইৰ পৰা তামিলনাডুৰ মায়ালাদুথুৰাইৰ ৯ জন মাছমৰীয়াক গ্ৰেপ্তাৰ শ্ৰীলংকাৰ নৌ সেনাবাহিনীৰ

শ্ৰীলংকাৰ নৌ সেনাবাহিনীয়ে আজি কডিয়াক্কৰাইৰ পৰা তামিলনাডুৰ মায়ালাদুথুৰাইৰ ৯ জন মাছমৰীয়াৰ গ্ৰেপ্তাৰ কৰে। মাছমৰীয়া কেইজনে কালি নাৱেৰে সাগৰত মাছ ধৰিবলৈ গৈছিল আৰু সাগৰৰ সমীপৰ কড়িয়াক্কৰাইত নিশাটো কটাইছিল। শ্রীলংকা নৌ সেনাবাহিনীয়ে আন্তঃৰাষ্ট্ৰীয় জলসীমা অতিক্ৰম কৰি দেশখনত প্ৰৱেশ কৰা বাবে আজি মাছমৰী...

January 3, 2026 6:21 PM January 3, 2026 6:21 PM

views 3

ভেল’ৰ’ৰ স্বৰ্ণ মন্দিৰৰ মুখ্য পুৰোহিত শক্তি আম্মাৰ ৫০ বছৰীয়া জন্মদিন উপলক্ষে উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণৰ মন্দিৰ দৰ্শন

ভেল'ৰ'ৰ স্বৰ্ণ মন্দিৰৰ মুখ্য পুৰোহিত শক্তি আম্মাৰ ৫০ বছৰীয়া জন্মদিন উপলক্ষে উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে আজি মন্দিৰটো দৰ্শন কৰে। তাত সমবেত লোকসকলক উদ্দেশ্যি উপ ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে এই বিশেষ স্বৰ্ণ মন্দিৰ হৈছে দেশৰ দুটা স্বৰ্ণ মন্দিৰৰ অন্যতম। এই মন্দিৰৰ চৌহদ কেৱল উপাসনাস্থলীয়ে নহয়, বৰং মা...

January 3, 2026 6:15 PM January 3, 2026 6:15 PM

views 5

ছত্তিশগড়ৰ বাস্তাৰ সংমণ্ডলত আজি সুৰক্ষা বাহিনীৰ সৈতে হোৱা দুটা সুকীয়া সংঘৰ্ষত ১৪ জন মাওবাদী নিহত

ছত্তিশগড়ৰ বাস্তাৰ সংমণ্ডলত আজি সুৰক্ষা বাহিনীৰ সৈতে হোৱা দুটা সুকীয়া সংঘৰ্ষত ১৪ জন মাওবাদী নিহত হয়। সুকমা জিলাৰ কণ্টা এলেকাত হোৱা এটা সংঘৰ্ষত ১২ জন মাওবাদী নিহত হয়। একেদৰে বিজাপুৰ জিলাৰ বাছাগুড়া এলেকাত হোৱা আন এটা সংঘৰ্ষত দুজন মাওবাদী নিহত হয়। সুৰক্ষা বাহিনীয়ে সংঘৰ্ষস্থলীৰ পৰা নিহত মাওবাদী কে...

January 3, 2026 6:13 PM January 3, 2026 6:13 PM

views 3

বুলেট ট্ৰেইন প্রকল্পই পর্যাপ্ত কর্মসংস্থানৰ সৃষ্টি কৰিব আৰু অতিৰিক্ত কেতবোৰ সুবিধা প্ৰদান কৰিবঃ ৰে’লমন্ত্ৰী

ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে কৈছে, যে বুলেট ট্ৰেইন প্রকল্পই পর্যাপ্ত কর্মসংস্থানৰ সৃষ্টি কৰিব আৰু অতিৰিক্ত কেতবোৰ সুবিধা প্ৰদান কৰিব। তেওঁ কয়,যে সম্পূৰ্ণ হোৱাৰ পাছত এই প্ৰকল্পই মুম্বাই আৰু আহমেদাবাদৰ মাজত যাত্ৰাৰ সময় এঘণ্টা ৫৮ মিনিটলৈ হ্ৰাস কৰাৰ লগতে প্রধান প্রধান বাণিজ্যিক কেন্দ্ৰসমূহৰ মাজত অর্থনৈ...

January 3, 2026 6:12 PM January 3, 2026 6:12 PM

views 5

দিল্লীৰ ৰায় পিথোৰা সাংস্কৃতিক চৌহদত পবিত্র পিপৰহৱা অৱশেষৰ প্ৰদৰ্শনী উদ্বোধন প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ৰায় পিথোৰা সাংস্কৃতিক চৌহদত পবিত্র পিপৰহৱা অৱশেষৰ প্ৰদৰ্শনী উদ্বোধন কৰে। পিপৰহৱা অৱশেষ শাক্য বংশৰ প্ৰতিষ্ঠাতা গৌতম বুদ্ধৰ সৈতে জড়িত বুলি বিশ্বাস প্রচলিত হৈ আহিছে। প্ৰধানমন্ত্ৰীয়ে লগতে প্ৰদৰ্শনীৰ বিভিন্ন শাখা পৰিদৰ্শন কৰে। প্ৰধানমন্ত্ৰীয়ে প্ৰদৰ্শনীৰ...

January 3, 2026 1:12 PM January 3, 2026 1:12 PM

views 12

ৰাজস্থানত ২০ কোটি টকাৰ মাদক দ্রব্য জব্দ, তিনিজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

ৰাজস্থান আৰক্ষীয়ে কালি শ্ৰীগংগানগৰত চোৰাংভাৱে সৰবৰাহ হৈ থকা ২০ কোটি টকাৰ মাদক দ্রব্য জব্দ কৰাৰ লগতে তিনিজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। শ্ৰীগংগানগৰৰ আৰক্ষী অধীক্ষক অমৃতা দুহানে কালি এই আৰক্ষী অভিযানৰ সবিশেষ প্ৰকাশ কৰে। আৰক্ষী অধীক্ষকগৰাকীয়ে জনোৱা মতে, পাকিস্তানৰ পৰা ড্র'ন যোগে এই মাদক দ্রব্য সৰবৰাহ ...

January 3, 2026 1:05 PM January 3, 2026 1:05 PM

views 9

ঘন কুঁৱলীৰ পৰিস্থিতিৰ বাবে দিল্লী, হাৰিয়ানা, পঞ্জাৱ আৰু চণ্ডীগড়ত ৰেড এলার্ট জাৰি

ভাৰতৰ বতৰ বিজ্ঞান বিভাগে আজি দিল্লী, হাৰিয়ানা, পঞ্জাৱ আৰু চণ্ডীগড়ত ঘনৰ পৰা অতি ঘন কুঁৱলীৰ পৰিস্থিতিৰ বাবে ৰেড এলার্ট জাৰি কৰিছে। সংস্থাটোৱে জনোৱা অনুসৰি হিমাচল প্ৰদেশৰ বিচ্ছিন্ন স্থানত শীত প্ৰৱাহ আৰু উত্তৰাখণ্ডত হিমবাহ হোৱাৰ সম্ভাৱনা আছে।

January 3, 2026 1:00 PM January 3, 2026 1:00 PM

views 4

মেজৰ ধ্যান চান্দ ষ্টেডিয়ামত তিনিদিনীয়া সাংস্কৃতিক উৎসৱ “দিল্লী শব্দোৎসৱ ২০২৬”ৰ শুভাৰম্ভ

দিল্লীৰ ইণ্ডিয়া গেটৰ ওচৰত অৱস্থিত মেজৰ ধ্যান চান্দ ষ্টেডিয়ামত তিনিদিনীয়া সাংস্কৃতিক উৎসৱ "দিল্লী শব্দোৎসৱ ২০২৬"ৰ কালি শুভাৰম্ভ হয় । দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই ২ জানুৱাৰীৰ পৰা ৪ জানুৱাৰীলৈ হ'বলগীয়া এই মহোৎসৱৰ উদ্বোধন কৰে। এই অনুষ্ঠানত কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী হৰ্ষ মালহোত্রা, দিল্লীৰ কলা ত...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।