ৰাষ্ট্ৰীয়

April 23, 2025 8:26 PM

views 46

এখন ৰাষ্ট্ৰ, এটা নিৰ্বাচনক সময়ৰ আহ্বানঃ শিৱৰাজ সিং চৌহান

এখন ৰাষ্ট্ৰ, এটা নিৰ্বাচনক সময়ৰ আহ্বান বুলি কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে মন্তব্য কৰিছে। আজি নতুন দিল্লীত এখন ৰাষ্ট্ৰ, এটা নির্বাচন শীর্ষক ছাত্ৰ সন্মিলনৰ ভাষনত মন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে। তেওঁ কয় যে, লোকসভা আৰু বিধান সভাৰ পৃথক পৃথক নির্বাচনে দেশৰ উন্নয়নত বাধা দিছে।...

April 23, 2025 7:33 PM

views 27

পেহেলগামৰ আক্ৰমণৰ সৈতে জড়িত ৩ জন পাকিস্তানী সন্ত্রাসবাদীৰ ৰেখাচিত্ৰ প্ৰকাশ এন আই এৰ

জম্মু-কাশ্মীৰৰ পেহেলগামৰ পৰ্যটকৰ বিচৰণস্থলী বেইচ্‌ৰণত কালি সন্ত্ৰাসবাদীৰ আক্ৰমণত ২৬ গৰাকী পর্যটক নিহত হোৱা ঘটনা সন্দৰ্ভত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত নতুন দিল্লীৰ প্ৰধানমন্ত্রী বাসভৱনত বর্তমান কেন্দ্ৰীয় মন্ত্ৰীসভাৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে। এই ঘটনাৰ তদন্ত কৰা ৰাষ্ট্ৰীয় অনুসন্...

April 23, 2025 7:14 PM

views 22

জম্মু-কাশ্মীৰৰ পেহেলগামৰ সন্ত্ৰাসবাদীৰ আক্ৰমণত প্ৰতিগৰাকী ভাৰতীয়ই নিজৰ আপোনজনক হেৰুওৱাৰ দৰে পীড়া অনুভৱ কৰিছেঃ গৃহমন্ত্ৰী

জম্মু-কাশ্মীৰৰ পেহেলগামৰ সন্ত্ৰাসবাদীৰ আক্ৰমণত প্ৰতিগৰাকী ভাৰতীয়ই নিজৰ আপোনজনক হেৰুওৱাৰ দৰে পীড়া অনুভৱ কৰিছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে জম্মুৰ বেইচ্‌ণ বনাঞ্চলত আজি সুৰক্ষা পৰিস্থিতিৰ বুজ লৈ এইদৰে প্ৰকাশ কৰে। তেওঁ লগতে অঞ্চলটোত কালি সংঘটিত সন্ত্রাসবাদী আক্ৰমণত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়াল...

April 23, 2025 1:22 PM

views 30

পহলগামৰ ঘটনাস্থলীত উপস্থিত গৃহ মন্ত্ৰী অমিত শ্বাহ

জম্মু-কাশ্মীৰৰ পহলগামত কালিৰ সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণত ২৮ জন লোক নিহত হোৱাৰ পাছত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে সেনা বাহিনী, কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ যুটীয়া দলে নিশ্চিদ্র তালাচী অভিযান চলাইছে। সেনা বাহিনীৰ নৰ্ডান কমাণ্ডাৰ জি অ' চি লেফটেনেণ্ট জেনেৰেল এম ভি সুচেন্দ্ৰ কুমা...

April 23, 2025 12:51 PM

views 17

ভাৰতত কাৰিকৰী সহযোগিতা আৰু বিনিয়োগৰ সুবিধা গ্ৰহণৰ বাবে আহ্বান বিত্তমন্ত্ৰীৰ

বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে আমেৰিকাৰ ছেন ফ্ৰান্সিস্কত তথ্যপ্রযুক্তি খণ্ডৰ কেইবাগৰাকী নেতাক সাক্ষাৎ‍ কৰি ভাৰতত কাৰিকৰী সহযোগিতা আৰু বিনিয়োগৰ সুবিধা গ্ৰহণৰ বাবে আহ্বান জনায়। শীর্ষ মুখ্য কার্যবাহী বিষয়াসকলৰ সৈতে হোৱা আচুতীয়া বৈঠকত শ্ৰীমতী সীতাৰমনে কৃত্রিম বুদ্ধিমত্তা, ক্লাউড আৰু ডিজিটেল আন্তঃগাঁ...

April 23, 2025 12:49 PM

views 10

ভাৰত খাৰুৱা তীখাৰ দ্বিতীয় বৃহত্তম উৎপাদনকাৰী দেশ বুলি প্ৰকাশ শ্রীনিবাস বার্মাৰ

তীখা আৰু গধুৰ উদ্যোগৰ ৰাজ্য মন্ত্ৰী ভূপতি ৰাজু শ্রীনিবাস বার্মাই ভাৰত বিশ্বৰ ভিতৰতে খাৰুৱা তীখাৰ দ্বিতীয় বৃহত্তম উৎপাদনকাৰী দেশ বুলি প্ৰকাশ কৰিছে। মঙলবাৰে নতুন দিল্লীত ইণ্ডিয়া ষ্টীল ২০২৫ সন্মিলনৰ বিষয়ে মন্তব্য কৰি শ্ৰীবাৰ্মাই কয় যে যোৱা ১০ৰ পৰা ১২ বছৰত ভাৰতৰ তীখা উদ্যোগৰ দ্ৰুত গতিত বিকাশ হৈছে। ম...

April 23, 2025 12:38 PM

views 13

ছৌদি আৰৱ ভ্ৰমণ আধাতে সামৰি ভাৰতত উপস্থিত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তেওঁৰ ছৌদি আৰৱ ভ্ৰমণ আধাতে সামৰি ভাৰতলৈ ঘূৰি আহিছে। জম্মু-কাশ্মীৰৰ পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পাছতে শ্রীমোদীয়ে স্বদেশলৈ ঘূৰি অহাৰ সিদ্ধান্ত লয়। প্রধানমন্ত্ৰীৰাকী তেওঁৰ এই ভ্ৰমণ সামৰি আজি নিশা ঘূৰি অহাৰ কথা আছিল। পশ্চিম এছিয়াৰ সংবাদদাতাই প্ৰকাশ কৰা অনুসৰি প্ৰধান...

April 23, 2025 12:36 PM

views 24

পহলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাক ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰীৰ গৰিহণা

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পহলগামত পৰ্যটকক সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাক গৰিহণা দিছে। এই ঘটনাক অতি দুখঃজনক আৰু আশ্চৰ্যজনক বুলি অভিহিত কৰি ৰাষ্ট্ৰপতি মুৰ্মুৱে কয় যে এয়া হৈছে অতি অমানৱীয় ঘটনা। তেওঁ কয় যে নির্দোষী নাগৰিকক আক্ৰমণ কৰাট...

April 23, 2025 12:34 PM

views 19

শ্ৰীনগৰত শীৰ্ষ বিষয়াসকলৰ সৈতে অমিত শ্বাহৰ উচ্চ পর্যায়ৰ পৰ্যালোচনা বৈঠক

 জম্মু কাশ্মীৰৰ অনন্তনাগ জিলাৰ পহলগাম এলেকাত কালি অচিনাক্ত সন্ত্রাসবাদীয়ে পৰ্যটকৰ ওপৰত আক্ৰমণ চলোৱাৰ পাছত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে যোৱা নিশা শ্ৰীনগৰত শীৰ্ষ বিষয়াসকলৰ সৈতে এখন উচ্চ পর্যায়ৰ পৰ্যালোচনা বৈঠকত মিলিত হয়। গৃহমন্ত্ৰীগৰাকীয়ে আজি উপ-ৰাজ্যপাল মনোজ সিনহাৰ সৈতে সন্ত্রাসবাদীয়ে আক্ৰ...

April 23, 2025 12:26 PM

views 24

সন্ত্ৰাসবাদী আক্ৰমণ সন্দৰ্ভত ড° এছ জয়শংকৰ আৰু অন্যান্য বিষয়াসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ উচ্চ পর্যায়ৰ বৈঠক

সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পাছতে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তেওঁৰ ছৌদি আৰৱ ভ্ৰমণ আধাতে সামৰি ভাৰতলৈ ঘূৰি আহিছে। শ্রীমোদীয়ে দিল্লীৰ বিমানবন্দৰতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰ, ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভাল, বিদেশ সচিব বিক্রম মিশ্ৰী আৰু অন্যান্য বিষয়াসকলৰ সৈতে এখন উচ্চ পর্যায়ৰ বৈ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।