ৰাষ্ট্ৰীয়

April 24, 2025 8:15 PM

views 19

পাকিস্তানী নাগৰিকৰ বাবে ভিছাৰ সেৱা তৎকালে কাৰ্যকৰী হোৱাকৈ বাতিলৰ সিদ্ধান্ত

ভাৰতে পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাছতে পাকিস্তানী নাগৰিকৰ বাবে ভিছাৰ সেৱা তৎকালে কাৰ্যকৰী হোৱাকৈ বাতিল কৰাৰ সিদ্ধান্ত লৈছে। অহা ২৭ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ পাকিস্তানী নাগৰিকক প্ৰদান কৰা সকলো বৈধ ভিছা বাতিল কৰা হৈছে। তদুপৰি চুবুৰীয়া দেশখনৰ নাগৰিকসকলক প্ৰদান কৰা চিকিৎসা ভিছাসমূহ অহা ২৯ এপ্ৰিললৈক...

April 24, 2025 8:10 PM

views 26

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত নতুন দিল্লীত সর্বদলীয় বৈঠক

চৰকাৰে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত আজি নতুন দিল্লীত এখন সর্বদলীয় বৈঠক আৰম্ভ হৈছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে বৈঠকত অধ্যক্ষতা কৰিছে। বৈঠকত গৃহমন্ত্রী অমিত শ্বাহ, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ, বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমন, বিজেপিৰ সভাপতি জে পি নাড্ডা, জ্যেষ্ঠ কংগ্ৰেছ নেতা...

April 24, 2025 12:14 PM

views 9

পহলগাম সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পৰিপ্ৰেক্ষিতত সিন্ধু জল চুক্তি বাতিল, পাকিস্তানী নাগৰিকক ৪৮ ঘণ্টাৰ ভিতৰত ভাৰত ত্যাগৰ নিৰ্দেশ

ভাৰতে পহলগাম সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পৰিপ্ৰেক্ষিতত ১৯৬০ চনৰ সিন্ধু জল চুক্তি বাতিল আৰু ততালিকে কাৰ্যকৰী হোৱাকৈ আট্টাৰী সংহত চকী বন্ধকে ধৰি ভালেমান কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। কালি বিয়লি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাসগৃহত অনুষ্ঠিত মন্ত্ৰীসভাৰ সুৰক্ষা বিষয়ক কমিটীৰ বৈঠকত দেশৰ সামগ্রিক সুৰক্ষা পৰিস্থিত...

April 24, 2025 12:13 PM

views 21

নতুন দিল্লীত আজি সন্ধিয়া সর্বদলীয় বৈঠক

চৰকাৰে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত আজি নতুন দিল্লীত এখন সর্বদলীয় বৈঠকৰ আহ্বান কৰিছে। সূত্ৰৰ পৰা জানিব পৰা মতে সন্ধিয়া ৬ বজাত সংসদ ভৱন চৌহদত এই বৈঠক অনুষ্ঠিত হ'ব।

April 24, 2025 10:39 AM

views 5

পহলগামৰ সন্ত্ৰাসবাদী আক্রমণক আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভান্সৰ গৰিহণা

আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভান্সে পহলগামৰ কাপুৰুষালিভৰা সন্ত্ৰাসবাদী আক্রমণক কঠোৰ ভাষাৰে গৰিহণা দিছে। আগ্ৰাত কালি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত শ্রীভান্সে আক্ৰমণত নিহত লোকসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে আৰু আমেৰিকাই ভাৰতলৈ সম্ভৱপৰ সকলো ধৰণৰ সহায় আগবঢ়াব বুলি প্ৰকাশ কৰে। এই ভয়াৱহ আ...

April 24, 2025 10:37 AM

views 9

কোনো পৰিস্থিতিতে অসামৰিক লোকৰ ওপৰত হোৱা আক্ৰমণ গ্রহণযোগ্য নহয়ঃ ৰাষ্ট্ৰসংঘৰ সচিবপ্রধান এণ্টনিঅ’ গুটেৰেছ

ৰাষ্ট্ৰসংঘৰ সচিব প্রধান এণ্টনিঅ' গুটেৰেছে পহলগামৰ সন্ত্ৰাসবাদী আক্রমণক তীব্ৰ গৰিহণা দিছে। কোনো পৰিস্থিতিতে অসামৰিক লোকৰ ওপৰত হোৱা আক্ৰমণ গ্রহণযোগ্য নহয় বুলি তেওঁ মন্তব্য কৰিছে। সচিব প্রধানগৰাকীৰ মুখপাত্র ষ্টিফেন ডুজাৰিকে কৈছে যে শ্রীগুটেৰেছে এই আক্ৰমণত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদ...

April 24, 2025 10:35 AM

views 15

পর্যটন সেৱা প্রদানকাৰী সকলো প্রতিষ্ঠানকে পর্যটকলৈ সম্ভৱপৰ সকলো ধৰণৰ সহায়-সহযোগিতা আগবঢ়াবলৈ পৰ্যটন মন্ত্রালয়ৰ আহ্বান

জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত পৰ্যটন মন্ত্রালয়ে পর্যটন সেৱা প্রদানকাৰী সকলো প্রতিষ্ঠানকে পর্যটকসকললৈ সম্ভৱপৰ সকলো ধৰণৰ সহায়-সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে। মন্ত্রালয়ে লগতে পর্যটন এজেণ্ট, ভ্রমণ পৰিচালন সংস্থা, পৰ্যটকক বাহনৰ সেৱা প্ৰদান কৰা ব্যক্তি প্ৰতিষ্ঠান আৰ...

April 24, 2025 10:30 AM

views 9

জৰায়ুৰ কৰ্কট ৰোগ চিনাক্তকৰণৰ এইচ পি ভি পৰীক্ষণ সঁজুলিৰ পৰ্যালোচনাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙৰ অধ্যক্ষতাত যুটীয়া বৈঠক

জৰায়ুৰ কৰ্কট ৰোগ চিনাক্ত কৰাৰ বাবে থলুৱাভাৱে বিকশাই তোলা এইছ পি ভি পৰীক্ষণ সঁজুলিৰ পৰ্যালোচনা চলোৱাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙৰ অধ্যক্ষতাত কালি এখন যুটীয়া বৈঠক অনুষ্ঠিত হয়। বৈঠকত ভাষণ দি ড০ সিঙে থলুৱাভাৱে বিকশাই তোলা এই পৰীক্ষণ সঁজুলিৰ ভূয়সী প্রশংসা কৰাৰ লগতে এই উদ্ভাৱনক ৰোগ প্ৰতি...

April 24, 2025 10:26 AM

views 25

নেপালৰ প্ৰধানমন্ত্রী কে পি শর্মা অ’লিক কেন্দ্ৰীয় মন্ত্ৰী মনোহৰ লাল খাট্টাৰৰ সাক্ষাৎ

শক্তি, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী মনোহৰ লাল খাট্টাৰে কালি নেপালৰ প্ৰধানমন্ত্রী কে পি শর্মা অ'লিক সৌজন্যমূলক সাক্ষাৎ কৰে। নেপালৰ সিংহ দৰবাৰৰ প্ৰধানমন্ত্ৰী আৰু মন্ত্ৰীসভাৰ কাৰ্যালয়ত অনুষ্ঠিত বৈঠকত চুবুৰীয়া ৰাষ্ট্ৰ দুখনৰ মাজত মৈত্রীপূৰ্ণ আৰু সাংস্কৃতিক সম্বন্ধৰ বিভিন্ন দিশ, শক্তি খণ্ডৰ উন্ন...

April 24, 2025 10:24 AM

views 9

ভাৰতীয় গ্ৰেণ্ডমাষ্টাৰ ক’নেৰু হাম্পিৰ পুনে ফিডে মহিলা গ্রাঁ প্ৰি প্ৰতিযোগিতাৰ খিতাপ অৰ্জন

ভাৰতীয় গ্ৰেণ্ডমাষ্টাৰ ক'নেৰু হাম্পিয়ে পুনে ফিডে মহিলা গ্রাঁ প্ৰি প্ৰতিযোগিতাৰ খিতাপ অৰ্জন কৰিছে। হাম্পিয়ে কালি অনুষ্ঠিত নিজৰ অন্তিম ৰাউণ্ডৰ খেলত বগা গুটিৰে খেলি বুলগেৰিয়াৰ নৰগ্যুল ছলিম'ভাক ৯-৭ পইণ্টত পৰাস্ত কৰে। চীনৰ গ্ৰেণ্ডমাষ্টাৰ ঝু জিনৰেও কালি তেওঁৰ অন্তিম ৰাউণ্ডত ৰাছিয়াৰ প'লিনা ছুৱাল'ভাক ৯–...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।