ৰাষ্ট্ৰীয়

April 25, 2025 9:13 PM

views 28

শ্ৰীনগৰৰ ৰাজভৱনত সেনাপ্রধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদীৰ সৈতে জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাৰ পর্যালোচনা বৈঠক

জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাই আজি শ্ৰীনগৰৰ ৰাজভৱনত সেনাপ্রধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদীৰ সৈতে এখন নিৰাপত্তা পর্যালোচনা বৈঠকত মিলিত হয়। বৈঠকত নর্ডান কমাণ্ডৰ জেনেৰেল অফিচাৰ কমাণ্ডিং লেফটেনেণ্ট জেনেৰেল এম ভি সুচিন্দ্ৰ কুমাৰ, সেনাবাহিনীৰ উপ-প্রধান লেফটেনেণ্ট জেনেৰেল প্ৰতীক শৰ্মা আৰু পঞ্চদশ ক'ৰ...

April 25, 2025 7:47 PM

views 25

আজি বিশ্ব মেলেৰীয়া দিৱস

আজি বিশ্ব মেলেৰীয়া দিৱস। দিৱসৰ সৈতে সংগতি ৰাখি ৰাজ্যৰ স্বাস্থ্য বিভাগৰ উদ্যোগত ঠায়ে ঠায়ে মেলেৰীয়া ৰোগৰ বিৰুদ্ধে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধিৰ উদ্দেশ্যে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হয়। ধেমাজি জিলাত জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত আৰু জিলা বাহকজনিত ৰোগ নিয়ন্ত্ৰণ কোষৰ সহযোগত বিস্তৃত কাৰ্যসূচীৰে আজি...

April 25, 2025 12:22 PM

views 11

তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ পাকিস্তানী নাগৰিকৰ ভিছা বাতিল ভাৰতৰ

জম্মু-কাশ্মীৰৰ পহলগামৰ সন্ত্ৰাসবাদী আক্ৰণৰ পাছত ভাৰতে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ পাকিস্তানী নাগৰিকৰ বাবে প্ৰদান কৰা ভিছা বাতিল কৰিছে। চলিত মাহৰ ২৭ তাৰিখৰ পৰা পাকিস্তানী নাগৰিকৰ বাবে ভাৰতে ইতিপূৰ্বে প্ৰদান কৰা ভিছাসমূহৰ বৈধতা নাথাকিব। চিকিৎ‍সাজনিত কাৰণত চুবুৰীয়া দেশখনৰ নাগৰিকৰ প্ৰতি ভাৰতে আগবঢ়োৱ...

April 25, 2025 12:20 PM

views 11

পহলগামৰ উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ অধিক অৱনতি নহ’বৰ বাবে সম্পূৰ্ণ সংযম ৰক্ষা কৰিবলৈ ভাৰত-পাকিস্তানক ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটেৰেছৰ আহ্বান

কাশ্মীৰৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত অঞ্চলটোত অব্যাহত থকা উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ যাতে অধিক অৱনতি নহয়, তাৰ বাবে সম্পূৰ্ণ সংযম ৰক্ষা কৰিবলৈ ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ' গুটেৰেছে ভাৰত আৰু পাকিস্তানৰ প্ৰতি আহ্বান জনাইছে। পহলগামৰ আক্ৰমণত ২৬ জন লোকে প্ৰাণ হেৰুওৱা ঘটনাৰ গৰিহণা দি সচিব প্ৰধানৰ মুখপাত্র...

April 25, 2025 12:18 PM

views 6

পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক ইজৰাইল-জাপান-ইটালীৰ প্ৰধানমন্ত্ৰী, ফ্ৰান্সৰ ৰাষ্ট্ৰপতি আৰু জৰ্দানৰ ৰজাৰ তীব্ৰ গৰিহণা

ইজৰাইলৰ প্ৰধানমন্ত্রী বেঞ্জামিন নেতানাহু, জাপানৰ প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবা, ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ', ইটালীৰ প্ৰধানমন্ত্ৰী জর্জিয়া মেলানি আৰু জৰ্দানৰ ৰজা আবুল্লা দ্বিতীয়ই প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে হোৱা বাৰ্তালাপত পহলগামত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ তীব্ৰ গৰিহণা দিয়ে। প্রধানমন্...

April 25, 2025 12:16 PM

views 5

ৰাজস্থানৰ কংগ্ৰেছ নেতা তথা প্রাক্তন কেবিনেট মন্ত্রী মহেশ যোশীক গ্ৰেপ্তাৰ

ৰাজস্থানৰ কংগ্ৰেছ নেতা তথা প্রাক্তন কেবিনেট মন্ত্রী মহেশ যোশীক কালি সন্ধিয়া বিধি বলৱৎকাৰী সঞ্চালকালয়ে জলজীৱন মিছন কেলেংকাৰিত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে। জয়পুৰত থকা সঞ্চালকালয়ৰ কাৰ্যালয়ত এই সন্দৰ্ভত শ্রী যোশীক সোধা-পোছা কৰা হয়। ইয়াৰ পূৰ্বে সঞ্চালকালয়ে কেইবাখনো চমন জাৰি কৰিছিল যদিও ব্যক্...

April 25, 2025 12:14 PM

views 6

পাকিস্তানৰ উপ-প্রধানমন্ত্রী তথা বিদেশ মন্ত্ৰী ইছাক দাৰৰ ঢাকা ভ্ৰমণ বাতিল

পাকিস্তানৰ উপ-প্রধানমন্ত্রী তথা বিদেশ মন্ত্ৰী ইছাক দাৰে ঢাকা ভ্ৰমণ বাতিল কৰিছে। পাকিস্তানৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে এটা বিবৃতিৰ জড়িয়তে কালি সন্ধিয়া পাকিস্তানৰ বৈদেশিক মন্ত্ৰীগৰাকীৰ প্ৰস্তাৱিত ঢাকা ভ্ৰমণ বাতিল কৰাৰ কথা প্ৰকাশ কৰিছে। বিবৃতিটোত কোৱা হৈছে যে, অপ্ৰত্যাশিত পৰিস্থিতিৰ বাবে পাকিস্ত...

April 25, 2025 12:13 PM

views 7

আই পি এল ক্রিকেটত ৰাজস্থান ৰয়েলছক ১১ ৰানত পৰাস্ত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ

আই পি এল ক্রিকেট প্রতিযোগিতাত কালি নিশা বেংগালুৰুৰ এম চিন্নস্বামী ষ্টেডিয়ামত হোৱা এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে ৰাজস্থান ৰয়েলছক ১১ ৰানত পৰাস্ত কৰে। ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে নিৰ্ধাৰণ কৰি দিয়া ২০৬ ৰানৰ বিজয় লক্ষ্যৰে খেলিবলৈ লোৱা ৰাজস্থান ৰয়েলছে নিৰ্ধাৰিত ২০ অভাৰত ৯ টা উইকেট হেৰুৱাই ...

April 25, 2025 11:40 AM

views 9

পাকিস্তানৰ বিৰুদ্ধে নিৰাপত্তা বিষয়ত মন্ত্ৰী পৰিষদে গ্ৰহণ কৰা কাৰ্যব্যৱস্থাৰ প্ৰতি সৰ্বদলীয় বৈঠকত সমৰ্থন

পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত পাকিস্তানৰ বিৰুদ্ধে নিৰাপত্তা বিষয়ত মন্ত্ৰী পৰিষদে গ্ৰহণ কৰা কাৰ্যব্যৱস্থাৰ প্ৰতি ৰাজনৈতিক দলৰ নেতাসকলে সমর্থন আগবঢ়াইছে। এই বৰ্বৰ আক্ৰমণৰ ঘটনাৰ পাছত কালি নতুন দিল্লীত চৰকাৰে আহ্বান জনোৱা সর্বদলীয় বৈঠকত নেতাসকলে সন্ত্রাসবাদ বিৰোধী যুঁজ আৰু এই ক্ষেত্ৰত গ্ৰহণ কৰা যি...

April 24, 2025 8:20 PM

views 19

জম্মু-কাশ্মীৰৰ পহলগামত সন্ত্ৰাসবাদীৰ নিৰ্মম আক্ৰমণৰ ঘটনাক প্ৰধানমন্ত্ৰীৰ কঠোৰ ভাষাৰে গৰিহণা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জম্মু-কাশ্মীৰৰ পহলগামত পৰহি সংঘটিত সন্ত্ৰাসবাদীৰ নিৰ্মম আক্ৰমণৰ ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দি ইয়াক ভাৰতৰ আত্মাক আঘাত হনাৰ দুঃসাহস বুলি অভিহিত কৰিছে। ৰাষ্ট্ৰীয় পঞ্চায়তীৰাজ দিৱস উপলক্ষে বিহাৰৰ মধুবনি জিলাত আয়োজিত এখন জনসভাত ভাষণ দি তেওঁ কয়, যে সন্ত্ৰাসবাদীবোৰে যতেই আত...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।