ৰাষ্ট্ৰীয়

April 26, 2025 1:48 PM

views 8

ভাৰত ভ্ৰমণলৈ অহা ১৯১ গৰাকী পাকিস্তানী নাগৰিকৰ প্ৰত্যাৱৰ্তন

ভাৰত ভ্ৰমণলৈ অহা ১৯১ গৰাকী পাকিস্তানী নাগৰিকে কালি পাঞ্জাবৰ অমৃতচৰৰ আট্টাৰি-ৱাঘা সংহত চকীয়েদি নিজ দেশলৈ প্ৰত্যাৱৰ্তন কৰে। পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় সুৰক্ষা সমিতিয়ে সম্প্ৰতি ভাৰতত থকা পাকিস্তানী নাগৰিকক ৪৮ ঘণ্টাৰ ভিতৰত ভাৰত ত্যাগ কৰিবলৈ নিৰ্দেশ দিয়াৰ পাছতে এই লোকসকলে নিজ...

April 26, 2025 1:45 PM

views 12

পশ্চিম পাকিস্তানৰ বেলুচিস্তানত আই ই ডি বিস্ফোৰণত পাকিস্তানী অৰ্ধসামৰিক বাহিনীৰ ১০জন লোক নিহত

পশ্চিম পাকিস্তানৰ বেলুচিস্তান প্ৰদেশত কালি আই ই ডি বিস্ফোৰণত পাকিস্তানী অৰ্ধসামৰিক বাহিনীৰ ১০ জন লোক নিহত হয় বুলি বেলুচ লিবাৰেছন আর্মীয়ে দাবী কৰিছে। আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থাৰ বাতৰিত প্ৰকাশ পোৱা অনুসৰি অৰ্ধসামৰিক বাহিনীৰ বাহনখন কোৱেট্টাৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ নিলগৰ মাৰ্গট চৌকৰ পথৰ দাঁতিত সংস্...

April 26, 2025 1:44 PM

views 7

হায়দৰাবাদত ডি আৰ ডি অ’ৰ ACTIVE COOLED SCRAMJET SUBSCALE COMBUSTORৰ গ্রাউণ্ড পৰীক্ষণ সম্পন্ন

প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাই (ডি আৰ ডি অ') এহেজাৰ ছেকেণ্ডতকৈ অধিক সময় ধৰি ACTIVE COOLED SCRAMJET SUBSCALE COMBUSTOR গ্রাউণ্ড পৰীক্ষণ সম্পন্ন কৰি SCRAMJET ইঞ্জিন বিকাশৰ দিশত গুৰুত্বপূৰ্ণ সফলতা লাভ কৰিছে। ডি আৰ ডি অ'ৰ হায়দৰাবাদৰ গৱেষণাগাৰত নতুনকৈ নিৰ্মাণ কৰা SCRAMJET সংযোগ পৰীক্ষণ কেন্দ্ৰত ...

April 26, 2025 1:42 PM

views 8

পহলগাম সন্ত্রাসবাদী আক্ৰমণৰ বিষয়ত কেন্দ্ৰীয় চৰকাৰৰ সৈতে পূর্ণ সহযোগিতা অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্রবাবু নাইডুৰ

অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্রবাবু নাইডুয়ে কালি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰি পহলগাম সন্ত্রাসবাদী আক্ৰমণৰ বিষয়ত কেন্দ্ৰীয় চৰকাৰৰ সৈতে পূর্ণ সহযোগিতাৰ কথা প্ৰকাশ কৰে। এই আক্রমণক কঠোৰ ভাষাৰে গৰিহণা দি শ্ৰী নাইডুৱে এয়া কাপুৰুষৰ কাৰ্য বুলি অভিহিত কৰে। দেশৰ স্বাৰ্থত কেন্দ্ৰীয় চৰকাৰে...

April 26, 2025 1:39 PM

views 9

জম্মু-কাশ্মীৰৰ পৰা এতিয়ালৈকে প্ৰায় ৫০০গৰাকী যাত্ৰী সুকলমে ঘৰলৈ উভতিছে

১৮৩গৰাকী যাত্ৰীয়ে দুখন বিশেষ বিমানৰ জৰিয়তে শ্ৰীনগৰৰ পৰা মুম্বাইলৈ সুকলমে ঘূৰি আহিছে বুলি অসামৰিক বিমান পৰিবহণ মন্ত্রালয়ে এটা বিবৃতিযোগে জানিবলৈ দিছে। এই দুয়োখন বিমানৰ যাত্ৰা বিনামূলীয়া আছিল বুলিও মন্ত্রালয়ে প্রকাশ কৰে। তৃতীয়খন বিমানযোগে আৰু ২৩২গৰাকী যাত্ৰী সন্ধিয়াৰ ভাগলৈ মুম্বাইত উপস্থিত হৈছ...

April 26, 2025 1:22 PM

views 17

আই পি এল ক্রিকেট প্রতিযোগিতাত চেন্নাই ছুপাৰ কিংছক ৫ উইকেটত পৰাস্ত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ

আই পি এল ক্রিকেট প্রতিযোগিতাত কালি নিশা চেন্নাইৰ এম এ চিডাম্বৰম ষ্টেডিয়ামত হোৱা এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদে চেন্নাই ছুপাৰ কিংছক ৫ উইকেটত পৰাস্ত কৰে। ১৫৫ ৰানৰ বিজয় লক্ষ্যৰে খেলিবলৈ লোৱা ছানৰাইজাৰ্ছ হায়দৰাবাদে ১৮ অভাৰ আৰু ৪ টা বলতেই ৫ টা উইকেট হেৰুৱাই বিজয় লক্ষ্য অতিক্ৰম কৰে। হায়দৰাবাদৰ হৈ ঈ...

April 26, 2025 12:22 PM

views 20

বিশ্বৰ ৰোমান কেথলিক চার্চ মুৰব্বী পোপ ফ্রান্সিছৰ আজি শেষকৃত্য, উপস্থিত থাকিব কেইবাগৰাকীও ৰাষ্ট্ৰপ্ৰধান

বিশ্বৰ ৰোমান কেথলিক চার্চ মুৰব্বী পোপ ফ্রান্সিছৰ শেষকৃত্য আজি ৰোমৰ ছেইণ্ট মেৰী মেজৰ বেছিলিকাত সম্পন্ন কৰা হ'ব। ভেটিকান চিটীৰ ছেইণ্ট পিটাৰ্ছ স্কোৱেৰত ভাৰতীয় সময় অনুসৰি আজি দিনৰ ডেৰ বজাত শেষকৃত্য কাৰ্যসূচী আৰম্ভ হ'ব। এই শেষকৃত্য কাৰ্যসূচীত বিশ্বৰ ভালেকেইগৰাকী ৰাষ্ট্ৰপ্ৰধান আৰু প্ৰতিনিধিৰ লগতে সাধাৰণ...

April 25, 2025 9:23 PM

views 41

সুস্থ অর্থনীতি, আন্তঃগাঁথনি আৰু বিশ্ব খ্যাতিৰে ভাৰত দ্ৰুত গতিত আগবাঢ়ি গৈছেঃ উপ-ৰাষ্ট্ৰপতি

সুস্থ অর্থনীতি, আন্তঃগাঁথনি আৰু বিশ্ব খ্যাতিৰে ভাৰত দ্ৰুত গতিত আগবাঢ়ি গৈছে আৰু প্ৰচুৰ সম্ভাৱনাপূর্ণ নৱপ্ৰজন্ম ভৱিষ্যতৰ নেতা হিচাপে বিকশিত কৰাৰ বাবে এটা উন্নয়নমূলক পৰিবেশৰ সৃষ্টি কৰিছে। উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে আজি তামিলনাডুৰ ৰাজ্যিক, কেন্দ্ৰীয় আৰু ব্যক্তিগত খণ্ডৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়...

April 25, 2025 9:19 PM

views 29

ৱাকফ সংশোধনী আইন ২০২৫ ৰ সাংবিধানিক বৈধতাৰ প্ৰশ্ন তুলি উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনৰ গোচৰত কেন্দ্ৰীয় চৰকাৰৰ শপতনামা দাখিল

ৱাকফ সংশোধনী আইন ২০২৫ ৰ সাংবিধানিক বৈধতাৰ প্ৰশ্ন তুলি উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনৰ গোচৰত আজি কেন্দ্ৰীয় চৰকাৰে শপতনামা দাখিল কৰিছে। গোচৰটো সন্দৰ্ভত যোৱা ১৭ এপ্ৰিলত ভাৰতৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাৰ নেতৃত্বৰ খণ্ড আদালতে দিয়া নিৰ্দেশ অনুযায়ী কেন্দ্ৰীয় চৰকাৰৰ হৈ সংখ্যালঘু পৰিক্ৰমা মন্ত্রা...

April 25, 2025 9:17 PM

views 38

দেশৰ সকলো ৰাজ্যৰ মুখ্যমন্ত্রীকে পাকিস্তানী নাগৰিকসকলক চিনাক্ত কৰি ততালিকে পাকিস্তানলৈ বিতাড়ন কৰাটো সুনিশ্চিত কৰিবলৈ গৃহমন্ত্রী অমিত শ্বাহৰ নিৰ্দেশ 

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি দেশৰ সকলো ৰাজ্যৰ মুখ্যমন্ত্রীকে তেওঁলোকৰ ৰাজ্যত থকা পাকিস্তানী নাগৰিকসকলক চিনাক্ত কৰি সেইসকলক ততালিকে পাকিস্তানলৈ বিতাড়ন কৰাটো সুনিশ্চিত কৰিবলৈ নিৰ্দেশ দিছে। উল্লেখযোগ্য যে পেহলেগামত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত কালি ভাৰতে ছাৰ্ক ভিছাৰ অধীনত সম্প্রতি ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।