ৰাষ্ট্ৰীয়

December 28, 2025 6:31 PM

views 14

আজি দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আজি দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব। ভ্ৰমণকালত শ্ৰীশ্বাহে গুৱাহাটী আৰু বটদ্ৰবাত কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। তেওঁ কাইলৈ নগাঁও জিলাৰ বটদ্ৰৱাত অসম চৰকাৰে নতুনকৈ নিৰ্মাণ কৰি উলিওৱা ঐতিহাসিক বটদ্ৰৱা প্ৰকল্প উদ্বোধন কৰিব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্...

December 28, 2025 10:47 AM

views 14

২৭ নৱেম্বৰৰ পৰা ১৮ ডিচেম্বৰলৈ চি-টেটৰ বাবে অনলাইন আবেদনৰ প্ৰক্ৰিয়া মুকলি

কেন্দ্রীয় মাধ্যমিক শিক্ষা পৰিষদ- চি বি এছ ইয়ে ফেব্ৰুৱাৰীত হ'বলগীয়া কেন্দ্রীয় শিক্ষক যোগ্যতা নিৰূপণকাৰী পৰীক্ষা চি-টেটৰ একবিংশ সংস্কৰণৰ বাবে অনলাইন আবেদন সম্পূর্ণ কৰিব নোৱাৰা প্ৰাৰ্থীসকলক সকাহ প্ৰদান কৰাৰ বাবে সিদ্ধান্ত গ্রহণ কৰিছে। চি বি এছ ইয়ে জাৰি কৰা অধিসূচনা অনুসৰি এই পৰীক্ষাৰ বাবে যোৱা ২৭ নৱেম্...

December 28, 2025 10:24 AM

views 12

মুখ্যসচিবসকলৰ ৰাষ্ট্ৰীয় সন্মিলনৰ যোগেৰে গাঁথনিগত দিশ আৰু আলোচনাৰ মাধ্যমেৰে ৰাষ্ট্ৰৰ উন্নয়নত অগ্ৰাধিকাৰ দি কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত অংশীদাৰিত্ব শক্তিশালী কৰাৰ লক্ষ্য লোৱা বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত অনুষ্ঠিত মুখ্যসচিবসকলৰ ৰাষ্ট্ৰীয় সন্মিলনত অধ্যক্ষতা কৰিব। শ্রীমোদীয়ে কালি এই সন্মিলনৰ এখন বৈঠকত অধ্যক্ষতা কৰিছিল। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰীমোদীয়ে কয় যে সন্মিলনৰ সময়ছোৱাত তেওঁ প্ৰশাসন আৰু সংস্কাৰ বিষয়ক কেইবাখনো অন্তদৃষ্টি সম্পন্ন আলোচনাত অংশ...

December 28, 2025 10:16 AM

views 18

কংগ্ৰেছে একমাত্র নির্বাচনী লাভালাভৰ বাবে এম জি এনৰেগাত মহাত্মা গান্ধীৰ নাম অন্তৰ্ভুক্ত কৰিছিল বুলি কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ অভিযোগ

কংগ্ৰেছে একমাত্র নির্বাচনী লাভালাভৰ বাবে ৰাষ্ট্ৰীয় নিয়োগ নিশ্চিতকৰণ আইনত মহাত্মা গান্ধীৰ নাম অন্তৰ্ভুক্ত কৰিছিল বুলি কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে অভিযোগ উত্থাপন কৰিছে। ভূপালত কালি সাংবাদিকৰ সৈতে হোৱা কথাবতৰাত শ্রীচৌহানে কয় যে কংগ্ৰেছ চৰকাৰৰ দিনত মহাত্মা গান্ধী ৰাষ্ট্ৰীয় নিয়...

December 28, 2025 10:10 AM

views 25

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আজি দুদিনীয়া ভ্রমণসূচীৰে অসমলৈ আহিব

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আজি দুদিনীয়া ভ্রমণসূচীৰে অসমলৈ আহিব। ভ্ৰমণকালত শ্ৰীশ্বাহে গুৱাহাটী আৰু বটদ্ৰবাত কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। তেওঁ কাইলৈ নগাঁও জিলাৰ বটদ্ৰৱাত অসম চৰকাৰে নতুনকৈ নিৰ্মাণ কৰি উলিওৱা ঐতিহাসিক বটদ্ৰৱা প্রকল্প উদ্বোধন কৰিব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্...

December 27, 2025 8:36 PM

views 22

ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৱে কাইলৈ উত্তৰ কৰ্ণাটকাৰ কাৰৱাৰত থকা আই এন এছ কদম্বা নৌসেনা ঘাটিলৈ যাব

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কাইলৈ উত্তৰ কৰ্ণাটকাৰ কাৰৱাৰত থকা আই এন এছ কদম্বা নৌসেনা ঘাটিলৈ যাব। শ্ৰীমতী মুমুৱে বিমানেৰে গোৱাৰ পৰা কৰৱাৰলৈ যাব। কাৰৱাৰত কৰ্ণাটকৰ ৰাজ্যপাল থাৱৰচান্দ গেহলট ৰাজ্যখনৰ মন্ত্ৰীসকলে শ্ৰীমতী মুৰ্মুক আদৰণি জনাব। নৌসেনাৰ ঘাটিত উপস্থিত হোৱাৰ পাছত শ্ৰীমতী মুৰ্মুৱে কাৰৱাৰ ...

December 27, 2025 8:34 PM

views 23

কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব গৃহমন্ত্রী অমিত শ্বাহ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব। ভ্রমণকালত শ্ৰীশ্বাহে গুৱাহাটী আৰু বটদ্ৰবাত কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। তেওঁ পৰহিলৈ নগাঁও জিলাৰ বটদ্ৰৱাত অসম চৰকাৰে নতুনকৈ নিৰ্মাণ কৰি উলিওৱা ঐতিহাসিক বটদ্ৰৱা প্ৰকল্প উদ্বোধন কৰিব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ...

December 27, 2025 8:32 PM

views 14

গ্রাহক পৰিক্ৰমা বিভাগৰ ৰাষ্ট্ৰীয় গ্ৰাহক হেল্পলাইনৰ জৰিয়তে গ্ৰাহকক এতিয়ালৈ ৩১ টা খণ্ডৰ ৪৫ কোটিতকৈ অধিক ধন ওভতাই দিয়া হৈছে

গ্রাহক পৰিক্ৰমা বিভাগৰ ধবজাবাহী উদ্যম ৰাষ্ট্ৰীয় গ্ৰাহক হেল্পলাইনৰ জৰিয়তে গ্ৰাহকক এতিয়ালৈ ৩১ টা খণ্ডৰ ৪৫ কোটিতকৈ অধিক ধন ওভতাই দিয়া হৈছে। গ্রাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়ে কৈছে যে এই উদ্যমৰ অধীনত যোৱা ৮ মাহত ৬৭ হাজাৰতকৈ অধিক গ্ৰাহকৰ ওজৰ-আপত্তি নিষ্পত্তি কৰা হৈছে। মন্ত্ৰালয়ে লগ...

December 27, 2025 8:26 PM

views 17

অষ্ট্ৰেলিয়াৰ স্বাস্থ্য বিষয়াসকলে ভাৰতৰ এটা আগশাৰীৰ প্ৰতিষেধক নির্মাণ কোম্পানী IIL -এ ভাৰততে জলাতংক প্রতিষেধক অভৈৰেৱৰ নকল ঔষধ বিক্ৰী কৰা অভিযোগক কোম্পানীটোৰ প্ৰত্যাখ্যান

অষ্ট্ৰেলিয়াৰ স্বাস্থ্য বিষয়াসকলে ভাৰতৰ এটা আগশাৰীৰ প্ৰতিষেধক নির্মাণ কোম্পানী Indian Immunologicals Limited চমুকৈ IIL -এ ভাৰততে জলাতংক প্রতিষেধক অভৈৰেৱৰ নকল ঔষধ বিক্ৰী কৰি থকা বুলি উত্থাপন কৰা অভিযোগ কোম্পানীটোৱে প্ৰত্যাখ্যান কৰিছে। অষ্ট্ৰেলিয়াৰ প্ৰযুক্তি পৰামৰ্শদাতা গোটে ২০২৩ চনৰ নৱেম্বৰৰ পৰা কো...

December 27, 2025 8:23 PM

views 14

দেশৰ বিভিন্ন ৰাজ্যৰ দুষ্প্রাপ্য খনিজ পদার্থ আহৰণৰ বাবে ৭ হাজাৰ কোটিতকৈ অধিক টকাৰ অনুমোদন কেন্দ্ৰৰ

দেশৰ বিভিন্ন ৰাজ্যৰ উপকূলৱৰ্তী আৰু ভিতৰুৱা অঞ্চলত উপলব্ধ দুষ্প্রাপ্য খনিজ পদার্থ আহৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৭ হাজাৰ কোটিতকৈ অধিক টকাৰ অনুমোদন জনাইছে। এই খনিজসমূহ অন্ধ্রপ্রদেশ ওড়িশা, তামিলনাড়ু, কেৰালা, পশ্চিমবংগ, ঝাৰখণ্ড, গুজৰাট আৰু মহাৰাষ্ট্ৰৰ সমুদ্ৰতীৰৰ বালিচৰ, ৰঙাবালি আৰু বোকা আলতীয়া মাটিত প্...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।