ৰাষ্ট্ৰীয়

May 1, 2025 9:11 PM

views 21

বিশ্ব দৃশ্য-শ্রাব্য আৰু মনোৰঞ্জন সন্মিলন- ৱেভছ-২০২৫ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ দ্বাৰা উদ্বোধন

মুম্বাইৰ জিঅ' বিশ্ব অভিৱৰ্তন কেন্দ্ৰত আজি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে বিশ্ব দৃশ্য-শ্রাব্য আৰু মনোৰঞ্জন সন্মিলন- ৱেভছ-২০২৫ উদ্বোধন কৰে। দেশে ছবি নির্মাণ, ডিজিটেল বিষয়বস্তুৰ প্রস্তুতি, গেমিং, ফেশ্বন, সংগীত আৰু লাইভ সংগীতানুষ্ঠানৰ ক্ষেত্ৰসমূহত বিশ্বস্তৰৰ কেন্দ্ৰ হিচাপে আগবাঢ়িবলৈ সক্ষম হৈছে। বিশ্ব ...

May 1, 2025 11:48 AM

views 26

পৰৱৰ্তী লোকপিয়লত জাতিগত গণনা অন্তৰ্ভুক্ত কৰাৰ কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্ত

কেন্দ্ৰীয় চৰকাৰে পৰৱৰ্তী লোকপিয়লত জাতিগত গণনা অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত লৈছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত মন্ত্ৰীসভাৰ ৰাজনৈতিক পৰিক্ৰমা বিষয়ক কমিটীয়ে এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিছে। কালি নতুন দিল্লীত সাংবাদিকক এই সিদ্ধান্তৰ বিষয়ে অৱগত কৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্ব...

May 1, 2025 11:39 AM

views 16

আধাৰ প্ৰমাণিকৰণৰ জৰিয়তে হিতাধিকাৰীক চিনাক্ত কৰিবলৈ প্রধানমন্ত্ৰীৰ নির্দেশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কালি তথ্য যোগাযোগ প্রযুক্তি আধাৰিত বহুপাক্ষিক মঞ্চ ‘প্ৰগতি’ৰ ৪৬ সংখ্যক বৈঠক অনুষ্ঠিত হয়। বৈঠকত ৩টা পথ প্রকল্প, দুটাকৈ ৰে'ল আৰু বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ প্রকল্পকে ধৰি মুঠ ৮টা গুৰুত্বপূৰ্ণ প্ৰকল্পৰ পৰ্যালোচনা চলোৱা হয়। বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ...

May 1, 2025 11:25 AM

views 17

শ্ৰমিকৰ সুৰক্ষা আৰু স্বাস্থ্য- শীৰ্ষক বিষয়ৰে সমগ্ৰ বিশ্বতে আজি আন্তর্জাতিক শ্রমিক দিৱস পালন

শ্রমিক সকলে আগবঢ়াই অহা অৱদানৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি সমগ্ৰ বিশ্বতে আজি আন্তর্জাতিক শ্রমিক দিৱস পালন কৰা হৈছে। আজিৰ এই দিনটো মে' দিৱস হিচাপেও পৰিচিত। অর্থনৈতিক আৰু সামাজিক অধিকাৰ লাভ কৰাৰ বাবে সমগ্ৰ বিশ্বৰ শ্রমিক সমাজে স্বীকাৰ কৰি অহা ত্যাগৰ প্রতি শ্রদ্ধা নিবেদনৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয়। উ...

May 1, 2025 11:21 AM

views 36

২২,৮৬৪ কোটি টকা ব্যয়সাপেক্ষ মেঘালয়ৰ পৰা শিলচৰলৈ দ্রুত গতিসম্পন্ন কৰিড’ৰ নিৰ্মাণৰ প্ৰস্তাৱত কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন

কেন্দ্ৰীয় চৰকাৰে ২২,৮৬৪ কোটি টকা ব্যয়সাপেক্ষে মেঘালয়ৰ শ্বিলঙৰ সমীপৰ মাওলিনখুঙৰ পৰা শিলচৰৰ ওচৰৰ পাঁচগ্ৰামলৈ এটা দ্রুত গতিসম্পন্ন কৰিড'ৰ নিৰ্মাণৰ প্ৰস্তাৱত অনুমোদন জনাইছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কালি নতুন দিল্লীত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ সিদ্ধান্তৰ বিষয়ে সাংবাদিকক অৱগত কৰি তথ্য ...

April 30, 2025 8:42 PM

views 14

উধমপুৰস্থিত উত্তৰ প্ৰান্তৰ সেনাৰ কমাণ্ডাৰ ইন ছীফ হিচাপে লেফটেনেণ্ট জেনেৰেল প্ৰতিক শৰ্মাৰ দাযিত্বভাৰ গ্ৰহণ

লেফটেনেণ্ট জেনেৰেল প্ৰতিক শৰ্মাই আজি উধমপুৰস্থিত উত্তৰ প্ৰান্তৰ সেনাৰ কমাণ্ডাৰ ইন ছীফৰ দাযিত্বভাৰ গ্ৰহণ কৰিছে। আকাশবাণীৰ জম্মুৰ সংবাদদাতাই জনোৱা মতে, ১৫ মাহৰ দায়িত্বত থকা লেফটেনেণ্ট জেনেৰেল এম ভি সুচেন্দ্র কুমাৰৰ ঠাইত তেওঁ এই দায়িত্বত নিয়োজিত হৈছে। সুচেন্দ্ৰ কুমাৰে আজি নিজৰ ৩০ বছৰীয়া কৰ্মজীৱনৰ স...

April 30, 2025 8:51 PM

views 18

প্রধানমন্ত্ৰী উচ্চতৰ শিক্ষা অভিযানৰ অন্তৰ্গত দুদিনীয়া কৰ্মশালাৰ শুভাৰম্ভ

উত্তৰ পূৱ উন্নয়ন ৰাজ্যমন্ত্ৰী ড০ সুকান্ত মজুমদাৰে আজি নতুন দিল্লীত বহু-বিষয়ক শিক্ষা আৰু গৱেষণা বিশ্ববিদ্যালয়সমূহৰ বাবে প্রধানমন্ত্ৰী উচ্চতৰ শিক্ষা অভিযানৰ অন্তৰ্গত এখন দুদিনীয়া কৰ্মশালাৰ শুভাৰম্ভ কৰে। কর্মশালাখন মুকলি কৰি নিজৰ ভাষণত ৬০ মজুমদাৰে কয়, যে বৰ্তমানৰ নতুন শিক্ষানীতিয়ে যুৱ প্ৰজন্মক আধ...

April 30, 2025 8:37 PM

views 82

কাইলৈ মুম্বাইত বিশ্ব দৃশ্য-শ্ৰব্য বিনোদন সন্মিলন

ভাৰতত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হবলগীয়া বিশ্ব দৃশ্য-শ্ৰব্য বিনোদন সন্মিলনখন কাইলৈ মুম্বাইৰ জিঅ' কনভেনছন চেণ্টাৰত আৰম্ভ হ'ব। প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীয়ে এই সন্মিলনখন মুকলি কৰিব। ৪ দিনীয়া এই সন্মিলনখনত ডিজিটীয়ভাৱে বিভিন্ন বিষয়ৰ ওপৰত কাম কৰি থকা ব্যক্তিসকলৰ বাবে তথা ভাৰতক বিভিন্ন দেশৰ বাবে বিন...

April 30, 2025 8:53 PM

views 30

পেহেলগাম সন্ত্রাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ গুৰুত্বপূৰ্ণ বৈঠক

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি নতুন দিল্লীত পেহেলগাম সন্ত্রাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ এখন গুৰুত্বপূৰ্ণ বৈঠক সম্পন্ন হয়। সুৰক্ষা বিষয়ক কেবিনেট কমিটীৰো এখন বৈঠক আজি সন্ধিয়া অনুষ্ঠিত হ। ইপিনে সীমান্তৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত পাকিস্তানী সেনাৰ অপৰোচিত গোলাবর্ষণ সন...

April 30, 2025 7:49 PM

views 20

শ্বিলঙৰ পৰা শিলচৰৰ পঞ্চগ্ৰামলৈ দ্রুত গতিসম্পন্ন কৰিড’ৰ নিৰ্মাণৰ প্ৰস্তাৱত কেন্দ্ৰৰ অনুমোদন

কেন্দ্ৰীয় চৰকাৰে ২২ হাজাৰ ৮৬৪ কোটি টকা ব্যয়সাপেক্ষে মেঘালয়ৰ শ্বিলঙৰ সমীপৰ মাইলংখুঙৰ পৰা শিলচৰৰ ওচৰৰ পঞ্চগ্ৰামলৈ এটা দ্রুত গতিসম্পন্ন কৰিড'ৰ নিৰ্মাণৰ প্ৰস্তাৱত অনুমোদন জনাইছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি নতুন দিল্লীত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ সিদ্ধান্তৰ বিষয়ে সাংবাদিকক অৱগত কৰি ত...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।