ৰাষ্ট্ৰীয়

May 4, 2025 8:29 PM

views 29

বায়ু সেনাৰ মুৰবী এয়াৰ ছীফ মার্শ্বেল এ পি সিঙৰ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ

বায়ু সেনাৰ মুৰবী এয়াৰ ছীফ মার্শ্বেল এ পি সিঙে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আজি নতুন দিল্লীত সাক্ষাৎ কৰে। পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধিৰ এই সময়ছোৱাত প্রধানমন্ত্ৰীক বায়ু সেনাৰ মুৰববীগৰাকীয়ে সাক্ষাৎ কৰা কাৰ্যই তাৎপর্য বহন কৰিছে। ইপিনে, প্ৰতিৰ...

May 4, 2025 8:21 PM

views 27

বায়ু সেনাৰ মুৰবী এয়াৰ ছীফ মার্শ্বেল এ পি সিঙৰ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ

বায়ু সেনাৰ মুৰবী এয়াৰ ছীফ মার্শ্বেল এ পি সিঙে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আজি নতুন দিল্লীত সাক্ষাৎ কৰে। পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধিৰ এই সময়ছোৱাত প্রধানমন্ত্ৰীক বায়ু সেনাৰ মুৰববীগৰাকীয়ে সাক্ষাৎ কৰা কাৰ্যই তাৎপর্য বহন কৰিছে। ইপিনে, প্ৰতিৰ...

May 4, 2025 8:15 PM

views 40

শিক্ষক-শিক্ষয়িত্ৰীসকলক চাইকেল ব্যৱহাৰ কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলকো ইয়াৰ ব্যৱহাৰৰ প্ৰতি উদ্বুদ্ধ কৰিবলৈ কেন্দ্ৰীয় যুৱ পৰিক্ৰমা মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াৰ আহ্বান

কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াই আজি পুৱা নতুন দিল্লীৰ মেজৰ ধ্যানচন্দ নেচনেল ষ্টেডিয়ামত অনুষ্ঠিত ফীট ইণ্ডিয়া চানদে'চ অন চাইকেল অভিযানৰ এটা বিশেষ সংস্কৰণত অংশগ্ৰহণ কৰে। তেওঁ কয়, যে শিক্ষক-শিক্ষয়িত্ৰীসকল ছাত্ৰ-ছাত্ৰীসকলৰ বাবে নায়ক সদৃশ। এই শিক্ষক-শিক্ষয়িত্ৰীসকলে চ...

May 4, 2025 11:48 AM

views 12

ভাৰতীয় ৰেলৱেৰ চাৰিধাম যাত্ৰাৰ বাবে ভাৰত গৌৰৱ ডিলাক্স ৰে’ল সেৱা আৰম্ভ

ভাৰতীয় ৰে'লে চাৰিধাম যাত্ৰাৰ বাবে ভাৰত গৌৰৱ ডিলাক্স ৰে'ল সেৱা আৰম্ভ কৰিছে। এই ৰে'লসেৱাই বদ্রীনাথ, যোশীমথ, ঋষিকেশ, পুৰী, কোনার্ক, ৰামেশ্বৰম, দ্বাৰকাৰ লগতে কাশী-বিশ্বনাথ, ভীমশংকৰ, ত্ৰিম্বাকেশ্বৰকে ধৰি বিভিন্ন ধৰ্মীয় স্থানক সামৰি ল'ব। এই ৰে'লে মুঠ ৮ ৪২৫ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব। এই বিশেষ ৰে'লখনে...

May 4, 2025 11:36 AM

views 29

চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ প্ৰৱেশ পৰীক্ষা নীট-ইউ জি আজি অনুষ্ঠিত হ′ব

সমগ্ৰ দেশ আৰু বিদেশৰ ১৩ খন চহৰৰ ৫ হাজাৰৰো অধিক কেন্দ্ৰত আজি দিনৰ ২ বজাৰ পৰা বিয়লি ৫ বজালৈ চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নাম ভৰ্তিৰ বাবে ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপন তথা প্ৰৱেশ পৰীক্ষা নীট-ইউ জি অনুষ্ঠিত হ'ব। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই প্ৰকাশ কৰা মতে এই পৰীক্ষাৰ বাবে ২২ লাখ ৭০ হাজাৰৰো অধিক প্ৰাৰ্থ...

May 4, 2025 11:29 AM

views 82

মুম্বাইত অনুষ্ঠিত বিশ্ব দৃশ্য-শ্ৰব্য আৰু মনোৰঞ্জন সন্মিলন ৱেভছৰ আজি সামৰণি

মুম্বাইত অনুষ্ঠিত বিশ্ব দৃশ্য-শ্ৰব্য আৰু মনোৰঞ্জন সন্মিলন ৱেভছৰ আজি সামৰণি পৰিব। আজি অন্তিম দিনা চলচ্চিত্র নির্মাণ সন্দৰ্ভত কেইবাটাও সত্ৰৰ আয়োজন কৰা হ'ব আৰু সাংস্কৃতিক অনুষ্ঠানো পৰিৱেশন কৰা হ'ব। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোবা বৃহস্পতিবাৰে এই চাৰিদিনীয়া সন্মিলন মুকলি কৰিছিল। ভাৰতবৰ্ষক সংবাদ, ম...

May 4, 2025 11:25 AM

views 27

জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ নতুন দিল্লীত প্রধানমন্ত্ৰীক সাক্ষাৎ

জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই কালি নতুন দিল্লীত প্রধানমন্ত্ৰীক সাক্ষাৎ কৰে। পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত এয়া প্ৰধানমন্ত্ৰীৰ সৈতে শ্ৰী আব্দুল্লাৰ প্ৰথমখন বৈঠক। জম্মু-কাশ্মীৰ নেচনেল কনফাৰেন্স দলে সামাজিক মাধ্যমযোগে নেতা দুগৰাকীৰ মাজৰ এই বৈঠকৰ পেহেলগাম সন্ত্রাসবাদী আক্রমণকে ধৰি বিভি...

May 4, 2025 11:13 AM

views 19

আফ্ৰিকীয় ৰাষ্ট্ৰসমূহৰ সৈতে পাৰস্পৰিকভাবে লাভদায়ক আৰু স্থায়ী সহযোগিতাৰ বাবে ভাৰত প্ৰতিশ্ৰুতিবদ্ধ বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ প্ৰকাশ

আফ্ৰিকীয় ৰাষ্ট্ৰসমূহৰ সৈতে পাৰস্পৰিকভাবে লাভদায়ক আৰু স্থায়ী সহযোগিতাৰ বাবে ভাৰত প্ৰতিশ্ৰুতিবদ্ধ বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে প্ৰকাশ কৰিছে। শ্ৰীমতী মুৰ্মুৱে কালি ৰাষ্ট্ৰপতি ভৱনত আংগোলাৰ ৰাষ্ট্ৰপতি জ'আয়' লৰেংকোক সাক্ষাৎ কৰে আৰু তেওঁৰ সন্মানাৰ্থে নৈশ ভোজমেলৰ আয়োজন কৰে। ৰাষ্ট্ৰপতিগৰাকীয...

May 4, 2025 11:03 AM

views 26

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ অধ্যক্ষতাত সমবায় ৰপ্তানি, জৈৱিক সামগ্ৰীৰ উৎপাদন আৰু গুণগত বীজ বিষয়ক উচ্চ পৰ্যায়ৰ বৈঠক

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ৰাষ্ট্ৰীয় সমবায় ৰপ্তানি লিমিটেড- এন চি ই এল, ৰাষ্ট্ৰীয় সমবায় জৈৱিক লিমিটেড- এন চি অ' এল আৰু ভাৰতীয় বীজ সমবায় সমিতি লিমিটেডৰ অগ্ৰগতিৰ পৰ্যালোচনা চলোৱাৰ উদ্দেশ্যে কালি নতুন দিল্লীত এখন উচ্চ পৰ্যায়ৰ বৈঠকত অধ্যক্ষতা কৰে। বৈঠকত শ্ৰী শ্বাহে কয়, যে প্রধানমন্ত্ৰী নৰ...

May 3, 2025 8:06 PM

views 17

ভাৰতে পাকিস্তানৰ বিৰুদ্ধে আত্মৰক্ষাৰ ব্যৱস্থা লোৱাৰ অধিকাৰ আছে : জন ব’ল্টন

আমেৰিকা যুক্তাৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা জন ব'ল্টনে কোনেও দক্ষিণ এছিয়াত ব্যাপক সংঘাত নিবিচাৰে যদিও পেহেলগামৰ বৰ্বৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে আত্মৰক্ষাৰ ব্যৱস্থা লোৱাৰ অধিকাৰ আছে বুলি মন্তব্য কৰিছে। তেওঁ কয় যে জম্মু কাশ্মীৰৰ জনসাধাৰণক এটা সুস্থি...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।