November 26, 2025 8:03 PM November 26, 2025 8:03 PM
10
লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ভাৰতীয় সংবিধানৰ যাত্ৰাক চৰ্চা কৰি প্ৰকাশ কৰা এটি প্ৰৱন্ধ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমযোগে শ্বেয়াৰ কৰে
লোকসভাৰ অধ্যক্ষ ওম বিৰলাই সাংবিধানিক সভাৰ দ্বাৰা গঠিত আৰু কোটি কোটি ভাৰতীয়ৰ অভিলাসেৰে সমৃদ্ধ ভাৰতীয় সংবিধানৰ যাত্ৰাক চৰ্চা কৰি প্ৰকাশ কৰা এটি প্ৰৱন্ধ আজি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমযোগে শ্বেয়াৰ কৰে। এটা বার্তাত প্রধানমন্ত্রী মোদীয়ে কয় যে লোকসভাৰ অধ্যক্ষগৰাকীয়ে ২০৪৭ চনৰ ভিতৰত ভাৰতক আ...