ৰাষ্ট্ৰীয়

May 5, 2025 8:47 PM

views 36

কেন্দ্ৰীয় মন্ত্ৰী জয়শংকৰে জাপানৰ প্ৰতিনিধি সংসদৰ অধ্যক্ষ ফুকুচিৰো নুকাগা, সংসদীয় সতীৰ্থ আৰু ব্যৱসায়িক প্ৰতিনিধিক সাক্ষাৎ কৰে

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে আজি নতুন দিল্লীত জাপানৰ প্ৰতিনিধি সংসদৰ অধ্যক্ষ ফুকুচিৰো নুকাগাক তেওঁৰ সংসদীয় সতীৰ্থ আৰু ব্যৱসায়িক প্ৰতিনিধিসকলৰ সৈতে সাক্ষাৎ কৰে। ড° জয়শংকৰে সামাজিক মাধ্যমযোগে পেহেলগাম সন্ত্রাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত ভাৰতক সমর্থন জনোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। মন্ত্ৰী...

May 5, 2025 8:41 PM

views 42

এছিয়ান ডেভেলপমেণ্ট বেংকৰ সভাপতি মাছাতো কান্দাক সাক্ষাৎ বিত্তমন্ত্রী সীতাৰমণৰ

আজি কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে ইটালীৰ মিলানত অনুষ্ঠিত ৫৮ সংখ্যক এ দি বিৰ বাৰ্ষিক বৈঠকৰ সময়ত এছিয়ান ডেভেলপমেণ্ট বেংকৰ সভাপতি মাছাতো কান্দাক সাক্ষাৎ কৰে। বৈঠকৰ সময়ত বিত্তমন্ত্ৰীগৰাকীয়ে কয়, যে ভাৰতে ব্যক্তিগত খণ্ডৰ নেতৃত্বত অর্থনৈতিক বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ইয়াৰ বাবে ভাৰতে বিভ...

May 5, 2025 8:38 PM

views 16

পদ্মশ্ৰী বঁটা বিজয়ী কে বি ৰাৱিয়াৰ বিয়োগত প্রধানমন্ত্ৰী মোদীৰ গভীৰ শোকপ্রকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পদ্মশ্ৰী বঁটা বিজয়ী কে বি ৰাৱিয়াৰ বিয়োগত গভীৰ শোকপ্রকাশ কৰিছে। সামাজিক মাধ্যমযোগে শ্রীমোদীয়ে কয়, যে সাক্ষৰতা বৃদ্ধিৰ ক্ষেত্ৰত কে ভি ৰাৱিয়াৰ অগ্ৰণী কাৰ্য সদায় স্মৰণীয় হৈ থাকিব। প্রধানমন্ত্রীয়ে লগতে কয় যে, তেওঁক সাহস আৰু দৃঢ়তা বিশেষকৈ তেওঁ পলিঅ'ৰ বিৰুদ্ধে যুঁজ...

May 5, 2025 8:33 PM

views 12

জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰী জেনেৰেল নাকাটানিৰ সৈতে নতুন দিল্লীত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ দ্বিপাক্ষিক বৈঠক

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰী জেনেৰেল নাকাটানিৰ সৈতে নতুন দিল্লীত দ্বিপাক্ষিক বৈঠকত মিলিত হয়। দুয়োখন দেশে সন্ত্রাসবাদক গৰিহণা দিয়াৰ লগতে ভাৰত জাপান বিশেষ কৌশলগত আৰু গোলকীয় অংশীদাৰিত্বৰ প্ৰতিৰক্ষা আৰু নিৰাপত্তাৰ দিশসমূহ আলোচনা কৰে। ভাৰত আৰু জাপানৰ দ্বিপাক্ষিক সম্পৰ্...

May 5, 2025 8:30 PM

views 21

ৱকফ সংশোধনী আইন ২০২৫ ৰ সাংবিধানিক বৈধতাৰ সৈতে জড়িত বিষয়টো চলিত মাহৰ ১৫ তাৰিখে পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য্য উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে ৱকফ সংশোধনী আইন ২০২৫ ৰ সাংবিধানিক বৈধতাৰ সৈতে জড়িত বিষয়টো চলিত মাহৰ ১৫ তাৰিখে পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য্য কৰিছে। মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না, ন্যায়াধীশ সঞ্জয় কুমাৰ আৰু ন্যায়াধীশ কে ভি বিশ্বনাথনৰ দ্বাৰা গঠিত বিচাৰপীঠে এই আইনখনৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনোৱা আবেদনৰ এট...

May 5, 2025 8:27 PM

views 30

ভাৰতীয় প্ৰতিৰক্ষা বাহিনীসমূহৰ কেইটামান ৱেৱছাইট পাকিস্তানী হেকাৰে হেক কৰা প্ৰয়াসৰ বিষয়ে তথ্য পোৱা গৈছে

ভাৰতীয় প্ৰতিৰক্ষা বাহিনীসমূহৰ কেইটামান ৱেৱছাইট পাকিস্তানী হেকাৰে হেক কৰাৰ প্ৰয়াস চলোৱাৰ বিষয়ে তথ্য পোৱা গৈছে। প্ৰতিৰক্ষা সূত্রই নতুন দিল্লীত প্ৰকাশ কৰা অনুযায়ী পাকিস্তানী হেকাৰে ইণ্ডিয়ান মিলিটাৰী ইঞ্জিনিয়াৰিং চাৰ্ভিছ আৰু মনোহৰ পাৰিকাৰ ইন্সটিটিউট অৱ ডিফেন্স ষ্টাডিজ এণ্ড এনালাইছিছৰ ৱেৱছাইট কেইটা...

May 5, 2025 8:20 PM

views 25

পেহেলগাম সন্ত্রাসবাদী আক্ৰমণৰ পিছত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ শক্তিশালী পদক্ষেপ গ্ৰহণ

পেহেলগাম সন্ত্রাসবাদী আক্ৰমণৰ পিছত পাকিস্তানৰ বিৰুদ্ধে শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিছে। ভাৰতে চেনাব নদীৰ বাগলিহাৰ বান্ধৰ মাজেৰে যোৱা পানীৰ সোঁত বন্ধ কৰি দিছে। আকাশবাণী জন্মুৰ সংবাদদাতাই জনোৱা অনুসৰি ভাৰতে সিন্ধু নদীৰ পৰা পাকিস্তানলৈ এক টোপাল পানীও যাবলৈ নিদিয়া সিদ্ধান্ত গ্ৰহণ কৰি বাগলিহাৰ বান্ধৰ পৰা ...

May 5, 2025 4:53 PM

views 16

প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ প্ৰতিৰক্ষা সচিব ৰাজেশ কুমাৰৰ

প্ৰতিৰক্ষা সচিব ৰাজেশ কুমাৰে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তেওঁৰ নতুন দিল্লীস্থিত বাসভৱনত সাক্ষাৎ কৰে। ইতিমধ্যে তিনিওটা বাহিনীৰ মুৰব্বীকেইগৰাকীৰ সৈতে সুকীয়াকৈ আলোচনা কৰাৰ পাছত আজিৰ বৈঠকত প্রধানমন্ত্ৰীগৰাকীয়ে পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পৰৱৰ্তী পৰ্যায়ত প্ৰতিৰক্ষা সচিবগৰাকীৰ সৈতে প্ৰতিৰক্ষা স...

May 5, 2025 4:45 PM

views 45

জম্মু-কাশ্মীৰত নিয়ন্ত্ৰণ ৰেখাৰ কাষত পাকিস্তানী সেনাৰ গুলীচালনাৰ প্ৰত্যুত্তৰত ভাৰতীয় সেনাৰ ফলপ্রসূ প্রতিক্রিয়া

● জম্মু-কাশ্মীৰত নিয়ন্ত্ৰণ ৰেখাৰ কাষত যোৱা নিশা পাকিস্তানৰ সেনাৰ গুলীচালনাৰ প্ৰত্যুত্তৰত ভাৰতীয় সেনাইও ফলপ্রসূ প্রতিক্রিয়া প্ৰকাশ কৰিছে। প্ৰতিৰক্ষা সূত্ৰ সমূহে জনোৱা মতে, জম্মু-কাশ্মীৰৰ কুপৱাৰা, বাৰামুল্লা, পুঞ্চ, ৰাজৌৰী, মেন্ধাৰ, নৌশ্বেৰা, সুন্দৰবানি আৰু আখনূৰ অঞ্চলৰ বিপৰীতে নিয়ন্ত্ৰণ ৰেখাৰ সিপ...

May 5, 2025 2:21 PM

views 25

ভূতপূৰ্ব ৰাষ্ট্ৰপতি গিয়ানী জেইল সিঙৰ ১০৯ সংখ্যক জন্মবার্ষিকী উপলক্ষে ৰাষ্ট্ৰপতি মুৰ্মুৰ শ্ৰদ্ধাঞ্জলি

■ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে দেশৰ ভূতপূৰ্ব ৰাষ্ট্ৰপতি গিয়ানী জেইল সিঙৰ ১০৯ সংখ্যক জন্মবার্ষিকী উপলক্ষে তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে। নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত এই উপলক্ষে আয়োজিত এটা অনুষ্ঠানত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি শ্ৰদ্...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।