May 6, 2025 7:33 PM
8
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতৰ প্ৰতিভাৰ যথেষ্ট সমাদৰ আছে – ড° এছ জয়শংকৰ
বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভাৰ যথেষ্ট সমাদৰ আছে আৰু ভাৰত এনে প্ৰতিভাৰ প্ৰয়োজনীয়তা পূৰ কৰিবলৈ সমৰ্থ বুলি প্ৰকাশ কৰিছে। নতুন দিল্লীত অনুষ্ঠিত Global Access to Talent from India - চমুকৈ গতিৰ শুভাৰম্ভ কৰি ড° জয়শংকৰে কয়, যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্ন ...