ৰাষ্ট্ৰীয়

November 27, 2025 2:30 PM November 27, 2025 2:30 PM

views 7

ভাৰত আৰু সংযুক্ত আৰৱ আমেৰী ৰাষ্ট্ৰৰ অংশীদাৰিত্ব চুক্তিৰ তৃতীয়খন বৈঠক সফলভাৱে অনুষ্ঠিত

● ভাৰত আৰু সংযুক্ত আৰৱ আমেৰী ৰাষ্ট্ৰই ভাৰত-ইউ এ ই ব্যাপক অর্থনৈতিক অংশীদাৰিত্ব চুক্তিৰ অধীনত যুটীয়া সমিতিৰ তৃতীয়খন বৈঠক সফলভাৱে অনুষ্ঠিত কৰে। নতুন দিল্লীত কালি বাণিজ্য বিভাগৰ অতিৰিক্ত সচিব অজয় ভাদো আৰু ইউ এ ইৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য পৰিক্ৰমাৰ সহকাৰী সচিব জুমা অল কেইটে এই বৈঠকত সহ-অধ্যক্ষতা কৰে। ...

November 27, 2025 2:26 PM November 27, 2025 2:26 PM

views 9

ৰাষ্ট্ৰপতি মুৰ্মুৱে আজি বিয়লি ওড়িশা বিধানসভাৰ সদস্যসকলক উদ্দেশি ভাষণ দিব

● ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি বিয়লি ওড়িশা বিধানসভাৰ সদস্যসকলক উদ্দেশি ভাষণ দিব। এয়া হ'ব ওড়িশা বিধানসভাক উদ্দেশি কোনো এগৰাকী ৰাষ্ট্ৰপতিৰ প্ৰথম ভাষণ। দুদিনীয়া ভ্ৰমণসূচীৰে গৃহ ৰাজ্য ওড়িশালৈ যাবলগীয়া ৰাষ্ট্ৰপতি মুমুৱে ভ্ৰমণকালত ওড়িশা বিধানসভাৰ ১১ নম্বৰ কক্ষটো পৰিদৰ্শন কৰিব। শ্ৰীমতী ম...

November 27, 2025 2:24 PM November 27, 2025 2:24 PM

views 9

ভাৰতৰ মহাকাশ খণ্ড গোলকীয় বিনিয়োগকাৰীসকলৰ বাবে আকৰ্ষণীয় গন্তব্যস্থলত পৰিণত হৈছেঃ প্রধানমন্ত্ৰী মোদী

● ভাৰতৰ মহাকাশ খণ্ড গোলকীয় বিনিয়োগকাৰীসকলৰ বাবে আকৰ্ষণীয় গন্তব্যস্থলত পৰিণত হৈছে বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। শ্রীমোদীয়ে আজি ভি ডি অ' কনফাৰেন্সিং ব্যৱস্থাৰে হায়দাবাদত স্কাইটৰ ইনফিনিটী চৌহদ মুকলি কৰি কয়, যে চৰকাৰে দেশৰ মহাকাশ খণ্ডত বহু ঐতিহাসিক সংস্কাৰ সাধন কৰিছে। তেওঁ কয়,...

November 27, 2025 2:21 PM November 27, 2025 2:21 PM

views 10

সশস্ত্র বাহিনীসমূহে দেশৰ সাৰ্বভৌমত্ব ৰক্ষাৰ ক্ষেত্ৰত পেচাদাৰী মনোভাৱ আৰু দেশভক্তিৰ পৰিচয় দি আহিছেঃ ৰাষ্ট্ৰপতি

সশস্ত্র বাহিনীসমূহে দেশৰ সাৰ্বভৌমত্ব ৰক্ষাৰ ক্ষেত্ৰত পেচাদাৰী মনোভাৱ আৰু দেশভক্তিৰ পৰিচয় দি আহিছে বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে প্ৰকাশ কৰিছে। নতুন দিল্লীত আয়োজিত চাণক্য প্ৰতিৰক্ষা আলোচনা-২০২৫ত দিয়া ভাষণত আজি ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে প্ৰতিটো সুৰক্ষা প্ৰত্যাহ্বানৰ সময়ত সশস্ত্র বাহিনীস...

November 27, 2025 3:40 PM November 27, 2025 3:40 PM

views 9

শনিবাৰে দুদিনীয়া ভ্রমণসূচীৰে প্রধানমন্ত্ৰী মোদী ছত্তিশগড়লৈ যাব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহা শনিবাৰে দুদিনীয়া ভ্রমণসূচীৰে ছত্তিশগড়লৈ যাব। ভ্রমণকালত শ্রীমোদীয়ে আৰক্ষী সঞ্চালকপ্ৰধান আৰু আৰক্ষী মহা-পৰিদৰ্শকসকলৰ সৰ্ব ভাৰতীয় সন্মিলনৰ ৬০ সংখ্যক সংস্কৰণত অংশগ্ৰহণ কৰিব। ৰায়পুৰত কাইলৈৰ পৰা ৩ দিনীয়া কাৰ্য্যসূচীৰে হ'বলগীয়া এই সন্মিলনত শান্তি ৰক্ষাৰ ক্ষেত্ৰত থকা ম...

November 27, 2025 3:13 PM November 27, 2025 3:13 PM

views 14

আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিয়ে ২০২৫-২৬ বৰ্ষত ভাৰতৰ অৰ্থনৈতিক বিকাশৰ হাৰ ৬.৬ শতাংশ হ’ব বুলি পূর্বানুমান কৰিছে

আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধি আই এম এফে ২০২৫-২৬ বৰ্ষত ভাৰতৰ অৰ্থনৈতিক বিকাশৰ হাৰ ৬.৬ শতাংশ হ'ব বুলি পূর্বানুমান কৰিছে। সংস্থাটোৱে প্ৰকাশ কৰা মতে, সামগ্ৰী আৰু সেৱা কৰ - জি এছ টি ব্যৱস্থাৰ সংস্কাৰে আমেৰিকা যুক্তৰাষ্ট্ৰই আৰোপ কৰা ৫০ শতাংশ প্রতি শুল্কৰ বিৰূপ প্ৰভাৱৰ পৰা ওলাই অহাত দেশক সহায় কৰিব। আই এম এফৰ...

November 27, 2025 1:05 PM November 27, 2025 1:05 PM

views 11

৫৬ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত আজি দুখন গুৰুত্বপূৰ্ণ আলোচনা চক্ৰ অনুষ্ঠিত হ’ব

গোৱাৰ পানাজীত যোৱা ২০ নৱেম্বৰৰ পৰা অনুষ্ঠিত ৫৬ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ- IFFI-ত আজি দুখন গুৰুত্বপূৰ্ণ আলোচনা চক্ৰ অনুষ্ঠিত হ'ব। ইয়াৰে এখনত সৰ্বকালৰ জনপ্ৰিয় চলচ্চিত্র শ্বোলেৰ নিৰ্মাণৰ ৫০বছৰ সম্পূৰ্ণ আৰু আনখনত উত্তৰ পূৰ্বাঞ্চলৰ চলচ্চিত্ৰ সন্দৰ্ভত অঞ্চলটোৰ কেইবাগৰাকীও চলচ্চিত্ৰ নি...

November 27, 2025 1:57 PM November 27, 2025 1:57 PM

views 9

চাইপ্ৰাছৰ সংসদৰ অধ্যক্ষ আন্বিতা ডিমেট্রিউৰ নেতৃত্বত অহা সংসদীয় প্রতিনিধি দলৰ ৰাষ্ট্ৰপতি মুৰ্মুক সাক্ষাৎ

চাইপ্ৰাছৰ সংসদৰ অধ্যক্ষ আন্বিতা ডিমেট্রিউৰ নেতৃত্বত অহা এটা সংসদীয় প্রতিনিধি দলে কালি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুক সাক্ষাৎ কৰে। সাক্ষাৎকালত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে চাইপ্ৰাছৰ সৈতে কৌশলগত দৃষ্টিভংগী আৰু পাৰস্পৰিক সন্মান আধাৰিত ভাৰতৰ সহযোগিতাৰ বিষয়ে উল্লেখ কৰে। ...

November 27, 2025 1:52 PM November 27, 2025 1:52 PM

views 9

ইউনেস্কোৰ মুখ্য কাৰ্যালয়ত ড০ বাবাছাহেব আম্বেদকাৰৰ আবক্ষ মূর্তি উন্মোচন

■ সংবিধান দিৱসৰ দিনা কালি পেৰিছত থকা ইউনেস্কোৰ মুখ্য কাৰ্যালয়ত ড০ বাবাছাহেব আম্বেদকাৰৰ এটা আবক্ষ মূর্তি উন্মোচনক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গৌৰৱ প্ৰকাশ কৰিছে। ড০ আম্বেদকাৰ আৰু সংবিধান প্রণয়নৰ ক্ষেত্ৰত তেখেতৰ ভূমিকাৰ প্ৰতি এয়া উপযুক্ত সন্মান বুলি সামাজিক মাধ্যমৰ এটা প'ষ্টত শ্রীমোদীয়ে মন্তব...

November 26, 2025 8:16 PM November 26, 2025 8:16 PM

views 11

২০২৬ চনৰ গণৰাজ্য দিৱস উদযাপনৰ বাবে প্ৰতিৰক্ষা মন্ত্রালয়ৰ ছাত্র-ছাত্ৰী আৰু যুৱ শিল্পীসকলৰ বাবে চিত্রাংকন, ৰচনা, গান আৰু কুইজ প্রতিযোগিতা আয়োজন

২০২৬ চনৰ গণৰাজ্য দিৱস উদযাপনৰ বাবে প্ৰতিৰক্ষা মন্ত্রালয়ে মাইগভৰ সহযোগত সকলো নাগৰিকৰ বাবে বিশেষকৈ ছাত্র-ছাত্ৰী আৰু যুৱ শিল্পীসকলৰ বাবে তিনিটা প্রতিযোগিতাৰ শিতান মুকলি কৰিছে। ইয়াৰ জৰিয়তে দেশৰ প্ৰতি সন্মান তথা দেশপ্ৰেমৰ ভাৱনাক প্ৰদৰ্শন কৰাৰ ব্যৱস্থা কৰা হৈছে। এই প্রতিযোগিতাৰ ভিতৰত চিত্রাংকন, ৰচনা, গান ...