ৰাষ্ট্ৰীয়

May 12, 2025 6:23 PM

views 16

বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো বুদ্ধ পূর্ণিমা উদযাপন

বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে বিশেষকৈ দক্ষিণ-পূব এছিয়া আৰু অসমতো আজি বুদ্ধ পূর্ণিমা উদযাপন কৰা হৈছে। গৌতম বুদ্ধৰ জন্মৰ দিনটোৰ লগতে বুদ্ধগয়াত মহাবোধি বৃক্ষৰ তলত তেওঁ পৰিনিৰ্বাণ লাভ কৰা দিন উপলক্ষে আজি বুদ্ধ পূর্ণিমা পালন কৰা হয়। সমগ্ৰ বিশ্বৰ বৌদ্ধ আৰু হিন্দু ধৰ্মাৱলম্বী লোকসকলে এই দিনটো উদযাপন কৰাৰ...

May 12, 2025 6:19 PM

views 71

অপাৰেচন সিন্দূৰৰ জৰিয়তে ভাৰতে বিশ্বক সন্ত্ৰাসবাদৰ বিৰুদ্ধে চলি থকা যুঁজৰ স্পষ্ট বার্তা দিয়া বুলি বিজেপিৰ প্ৰকাশ

বিজেপিয়ে আজি কয়, যে অপাৰেচন সিন্দূৰৰ জৰিয়তে ভাৰতে বিশ্বক সন্ত্ৰাসবাদৰ বিৰুদ্ধে চলি থকা যুঁজৰ এটা স্পষ্ট বার্তা দিলে। নতুন দিল্লীত দলৰ মুখ্য কাৰ্যালয়ত আয়োজিত সংবাদমেলত দলটোৰ মুখপাত্র সম্বিত পাত্রই কয়, যে পাকিস্তান আৰু দেশখনে চলাই থকা সন্ত্রাসবাদক বিশ্বৰ সন্মুখত উন্মোচন কৰাৰ ক্ষেত্ৰত প্ৰধানমন্ত্...

May 12, 2025 11:41 AM

views 11

২০১৬ চনত নাভা কাৰাগাৰ বিৰতিৰ সময়ত পলায়ন কৰা খালিস্তানী গুপ্তচৰক গ্ৰেপ্তাৰ

বিদেশস্থিত বাববৰ খালছা সন্ত্ৰাসবাদীৰ সৈতে আৰু কুখ্যাত অপৰাধী হৰবিন্দ সিং সান্ধুৰ সৈতে জড়িত আৰু ২০১৬ চনত নাভা কাৰাগাৰ বিৰতিৰ সময়ত পলায়ন কৰা এজন খালিস্তানী গুপ্তচৰক ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা নিয়াই গ্ৰেপ্তাৰ কৰিছে। নিয়াই এটা বিবৃতিত কয়, যে খালিস্তানী সন্ত্রাস ষড়যন্ত্ৰৰ এটা গোচৰৰ সম্পৰ্কত ব...

May 12, 2025 11:37 AM

views 13

অজ্ঞাত বিস্ফোৰক সামগ্ৰী স্পৰ্শ নকৰিবলৈ আহ্বান জনসাধাৰণলৈ আহ্বান NDMAৰ

ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কর্তৃপক্ষ NDMA জনসাধাৰণলৈ এক পৰামৰ্শ যোগে কোনো অজ্ঞাত বিস্ফোৰক সামগ্ৰী স্পৰ্শ নকৰিবলৈ আহ্বান জনাইছে। সামাজিক মাধ্যমৰ এটা পোষ্টত NDMAই কয়, যে এই বিস্ফোৰক সামগ্ৰীসমূহ বিপদজনক হ'ব পাৰে আৰু মানুহৰ গভীৰ আঘাত আৰু মৃত্যু পর্যন্ত হ'ব পাৰে। সংস্থাটোৱে কয়, যে যদি কোনো লোকে কোন...

May 12, 2025 11:31 AM

views 18

সমগ্ৰ বিশ্বত আন্তঃৰাষ্ট্ৰীয় নাৰ্চ দিৱস পালন

আধুনিক ধাত্রী বিদ্যাৰ প্ৰতিষ্ঠাপক ফৰেষ্ট নাইটিংগেলৰ জন্মবার্ষিকী উপলক্ষে সমগ্ৰ বিশ্বত আন্তঃৰাষ্ট্ৰীয় নাৰ্চ দিৱস পালন কৰা হৈছে। আন্তঃৰাষ্ট্ৰীয় পৰিষদ আই চি এনে প্ৰতিবছৰে এই গুৰুত্বপূৰ্ণ দিনটোত উদযাপন কৰে। এই বছৰ এই দিৱসৰ মূল বিষয়বস্তু হৈছে- আমাৰ নাৰ্চ, আমাৰ ভৱিষ্যৎ, নাৰ্চসকলৰ যত্ন লোৱাতেই অর্থনীতি ...

May 12, 2025 11:29 AM

views 23

বিৰোধী দলপতি ৰাহুল গান্ধীৰ শীঘ্ৰে সংসদৰ বিশেষ অধিৱেশনৰ আহ্বান

কংগ্ৰেছৰ সাংসদ তথা বিৰোধী দলপতি ৰাহুল গান্ধীয়ে শীঘ্ৰে সংসদৰ বিশেষ অধিৱেশন অনুষ্ঠিত কৰিবলৈ দাবী জনাইছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ লিখা পত্ৰত ৰাহুল গান্ধীয়ে পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণ, অপাৰেচন সিন্দূৰ আৰু যুদ্ধবিৰতিক লৈ তৎকালীনভাৱে সংসদৰ বিশেষ অধিৱেশন আহ্বান কৰাৰ অনুৰোধৰ প্ৰসংগত জোৰ দিয়ে। এই...

May 12, 2025 11:23 AM

views 24

সমগ্র বিশ্বতে বুদ্ধ পূর্ণিমা উদযাপন

সমগ্র বিশ্বতে আজি বুদ্ধ পূর্ণিমা উদযাপন কৰা হৈছে। গৌতম বুদ্ধৰ জন্মৰ দিনটোৰ লগতে বুদ্ধগয়াত মহাবোধি বৃক্ষৰ তলত তেওঁ নিৰ্বাণ লাভ কৰা দিন উপলক্ষেও আজিৰ উপলক্ষটো পালন কৰা হয়। সমগ্ৰ বিশ্বৰ বৌদ্ধ আৰু হিন্দু ধৰ্মাৱলম্বী লোকসকলে এই দিনটো উদযাপন কৰাৰ লগতে ভাৰত, নেপাল, ভূটান, বার্মা, থাইলেণ্ড, তিব্বত, কোৰিয়...

May 12, 2025 11:20 AM

views 15

বৈদেশিক পৰিক্ৰমা মন্ত্রী ড° এছ জয়শংকৰৰ ইজিপ্তৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰীৰে বাৰ্তালাপ

বৈদেশিক পৰিক্ৰমা মন্ত্রী ড° এছ জয়শংকৰে ইজিপ্তৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী বদৰ আব্দেলাটিৰ সৈতে টেলিফোনযোগে আলোচনাত মিলিত হয়। সামাজিক মাধ্যমযোগে ড° জয়শংকৰে প্ৰকাশ কৰিছে যে, তেওঁ শেহতীয়া পৰিস্থিতিৰ বিষয়ে অৱগত কৰাৰ লগতে সন্ত্ৰাসবাদৰ প্ৰতি শূন্য সহনশীলতাৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰে। দুয়োগৰাকী নেতাই ভ...

May 12, 2025 11:17 AM

views 12

পাকিস্তানত ৯টা সন্ত্ৰাসবাদীৰ ঘাটিত চলোৱা আক্ৰমণত ১০০জনৰো অধিক সন্ত্ৰাসবাদী নিহত হৈছে : ৰাজীৱ ঘাই

শেহতীয়াকৈ ভাৰতে পাকিস্তান তথা পাক অধিকৃত জম্মু-কাশ্মীৰ ৯টা সন্ত্ৰাসবাদীৰ ঘাটিত চলোৱা আক্ৰমণত ১০০ জনৰো অধিক সন্ত্ৰাসবাদী নিহত হৈছে আৰু এই আক্ৰমণত নিহতৰ তালিকাত ইউছুফ আজাহাৰ, আব্দুল মালিক ৰৌফ আৰু মুদাচ্ছিৰ আহমেদৰ দৰে দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীও আছে। ভাৰতৰ সামৰিক অভিযানৰ সঞ্চালক প্ৰধান লেফটেনেণ্ট জেনেৰেল ৰ...

May 11, 2025 8:26 PM

views 29

অপাৰেচন সিন্দুৰ সন্দৰ্ভত ভাৰতীয় সশস্ত্র বাহিনীৰ তিনিওটা শাখাৰ সংবাদমেল

অপাৰেচন সিন্দুৰ সন্দৰ্ভত আজি ভাৰতীয় সশস্ত্র বাহিনীৰ তিনিওটা শাখাই আজি সন্ধিয়া এখন সংবাদমেল যোগে অৱগত কৰে। সংবাদ মেলত স্থল সেনা বাহিনীৰ সামৰিক অভিযানৰ সঞ্চালক প্রধান ডি জি এম অ' লেফটেনেণ্ট জেনেৰল ৰাজীৱ ঘাই, বায়ুসেনা বাহিনীৰ ডি জি এম অ' এয়াৰ মার্শাল এ কে ভাৰ্টি আৰু নৌসেনা বাহিনীৰ ডি জি এম অ' ভাইচ এ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।