ৰাষ্ট্ৰীয়

May 13, 2025 8:28 PM

views 12

জম্মু-কাশ্মীৰ সম্পৰ্কীয় যিকোনো বিষয়ত ভাৰত-পাকিস্তানে দ্বিপাক্ষিক আলোচনা কৰিব বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰনধীৰ জয়ছোৱালৰ প্ৰকাশ

জম্মু-কাশ্মীৰ সম্পৰ্কীয় যিকোনো বিষয়ত ভাৰত আৰু পাকিস্তানে দ্বিপাক্ষিক আলোচনা কৰিব বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰনধীৰ জয়ছোৱালে প্ৰকাশ কৰিছে। আজি এখন সংবাদমেলত মুখপাত্ৰগৰাকীয়ে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে এই ক্ষেত্ৰত ভাৰতৰ নীতি অপৰিৱৰ্তিত হৈ আছে। সিন্ধু জলচুক্তিখন স্থগিত ৰখা হ...

May 13, 2025 8:26 PM

views 23

আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ বাতৰি বুলেটিনৰ সংশোধিত সময়সূচী কাইলৈৰ পুৱাৰ পৰা পুনৰ স্বাভাৱিক হ’ব

আকাশবাণীৰ বাতৰি সেৱা বিভাগে যোৱা ৯ মে’ৰ পৰা বাতৰি বুলেটিনৰ সংশোধিত সময়সূচী কাইলৈৰ পুৱাৰ পৰা পুনৰ স্বাভাৱিক কৰা হ'ব। পাকিস্তান আৰু পাকিস্তান অধিকৃত জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ভাৰতে চলোৱা অপাৰেচন সিন্দূৰ আৰু ইয়াৰ পৰৱৰ্তী দিনকেইটাত উদ্ভৱ হোৱা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আকাশবাণীয়ে ইয়াৰ প্ৰত...

May 13, 2025 8:24 PM

views 29

অপাৰেচন সিন্দূৰৰ সফলতাৰ পাছত দেশজুৰি আজিৰে পৰা ১১ দিনীয়াকৈ বিজেপিৰ ত্ৰিৰংগা যাত্ৰা

অপাৰেচন সিন্দূৰৰ সফলতাৰ পাছত বিজেপিয়ে আজিৰে পৰা দেশজুৰি ১১ দিনীয়া ত্ৰিৰংগা যাত্ৰাৰ আয়োজন কৰিছে। চৰকাৰৰ দৃঢ় নেতৃত্ব আৰু সশস্ত্র বাহিনীৰ বীৰত্বৰ বিষয়ে জনসাধাৰণৰ মাজত প্ৰচাৰৰ অংশ হিচাপে বিজেপিয়ে এই ত্ৰিৰংগা যাত্ৰাৰ আয়োজন কৰিছে ৷ অসমৰ বিভিন্ন ঠাইত আজি ছাত্ৰ-ছাত্ৰীকে ধৰি বিভিন্ন শ্ৰেণীৰ ৰাইজে স্বত...

May 13, 2025 8:19 PM

views 7

ভাৰত-পাকিস্তানৰ মাজৰ উত্তেজনাৰ বাবে স্থগিত ৰখা ইণ্ডিয়ান প্রিমিয়াৰ লীগ ২০২৫ পুনৰ ১৭ মে’ৰ পৰা আৰম্ভ

ভাৰত আৰু পাকিস্তানৰ মাজত বৃদ্ধি পোৱা উত্তেজনাৰ বাবে এসপ্তাহজোৰা বিৰতিৰ পাছত চলিত মাহৰ ১৭ তাৰিখৰ পৰা ইণ্ডিয়ান প্রিমিয়াৰ লীগ ২০২৫ পুনৰ আৰম্ভ হ'ব বুলি ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ বোর্ডে ঘোষণা কৰিছে। উল্লেখযোগ্য যে ভাৰতে অপাৰেচন সিন্দুৰ আৰম্ভ কৰাৰ পাছত ৯ মে'ত আই পি এলৰ সকলো মেচ স্থগিত ৰখা হৈছিল। ১৭ মে'...

May 13, 2025 8:15 PM

views 17

কেন্দ্রীয় মাধ্যমিক শিক্ষা পৰিষদৰ চলিত বৰ্ষৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ঘোষণা

কেন্দ্রীয় মাধ্যমিক শিক্ষা পৰিষদৰ চলিত বৰ্ষৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰা হয়। এইবাৰৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত ছাত্ৰীয়ে পুনৰবাৰ ছাত্ৰৰ তুলনাত উন্নত প্ৰদৰ্শন কৰিবলৈ সমৰ্থ হৈছে। এইবাৰৰ পৰীক্ষাত ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ হৈছে ৯১ শতাংশ। এয়া ছাত্ৰৰ উত্তীৰ্ণৰ হাৰৰ তুলনাত ৫ দশমিক ৯–৪ শত...

May 13, 2025 12:55 PM

views 12

সাময়িকভাৱে বন্ধ ৰখা ৩২টা বিমানবন্দৰ পুনৰ মুকলি

ভাৰত আৰু পাকিস্তানৰ মাজত সংঘৰ্ষ বিৰতিৰ পাছত পূৰ্বে সাময়িকভাৱে বন্ধ ৰখা ৩২টা বিমানবন্দৰ পুনৰ মুকলি কৰা হৈছে। এটা বিবৃতিত ভাৰতীয় বিমানবন্দৰ প্ৰাধিকাৰীয়ে কালি এই কথা ঘোষণা কৰে। পেহেলগাম ঘটনাৰ পাছত চুবুৰীয়া দেশ দুখনৰ মাজত বাঢ়ি অহা উত্তেজনাৰ পৰিপ্ৰেক্ষিতত এই বিমানবন্দৰকেইটা ১৫ মে' পর্যন্ত বন্ধ ৰখাৰ ...

May 13, 2025 12:41 PM

views 21

জম্মুৰ অসীমান্ত আৰু কাশ্মীৰ সংমণ্ডলৰ বিদ্যালয়-মহাবিদ্যালয়সমূহ পুনৰ মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ

জম্মু-কাশ্মীৰ চৰকাৰে আজিৰে পৰা জম্মুৰ অসীমান্ত জিলাৰ লগতে কাশ্মীৰ সংমণ্ডলৰ বিদ্যালয়-মহাবিদ্যালয়সমূহ পুনৰ মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। শিক্ষামন্ত্রী চাকিনা ইটুৱে সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই কথা প্ৰকাশ কৰিছে। শেহতীয়াকৈ সীমা অতিক্রমি হোৱা আক্ৰমণ-প্ৰত্যাক্ৰমণৰ পাছৰ পৰিস্থিতিৰ বিস্তৃত পর্যালোচ...

May 13, 2025 12:39 PM

views 29

সন্ত্রাসবাদী আৰু সন্ত্ৰাসবাদক সমৰ্থন কৰা আন্তঃগাঁথনিৰ বিৰুদ্ধেহে ভাৰতে যুঁজ দিছিল, পাকিস্তানী সেনাৰ সৈতে নহয়

বায়ুসেনাৰ সামৰিক অভিযানৰ সঞ্চালকপ্ৰধান এয়াৰ মাৰ্ছেল এ কে ভাৰতীয়ে কয়, যে সন্ত্রাসবাদী আৰু সন্ত্ৰাসবাদক সমৰ্থন কৰা আন্তঃগাঁথনিৰ বিৰুদ্ধেহে ভাৰতে যুঁজ দিছিল, পাকিস্তানী সেনাৰ সৈতে নহয়। পাকিস্তানী সেনাই এই ক্ষেত্ৰত হস্তক্ষেপ কৰি ভাৰতীয় সশস্ত্র বাহিনীক প্ৰত্যুত্তৰ দিবলৈ বাধ্য কৰোৱাটো দুখৰ বিষয় বুল...

May 13, 2025 12:37 PM

views 42

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাষ্ট্ৰক উদ্দেশ্যি দিয়া ভাষণৰ প্ৰশংসা জগত প্রকাশ নাড্ডাৰ

কেন্দ্রীয় মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা জগত প্রকাশ নাড্ডাই প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ৰাষ্ট্ৰক উদ্দেশ্যি দিয়া ভাষণৰ প্ৰশংসা কৰে। তেওঁ কয়, যে পাকিস্তান আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ প্ৰতিশ্ৰুতিৰ কথা প্ৰধানমন্ত্ৰীৰ ভাষণত প্ৰতিফলিত হৈছে। সামাজিক মাধ্যমৰ এটা পষ্টত বিজেপি নেতাগৰাকীয়ে কয...

May 13, 2025 12:35 PM

views 21

ভাৰতীয় সেনাবাহিনীক দেশৰ ঢাল আৰু শত্ৰু ধ্বংসকাৰী বুলি অভিহিত অমিত শ্বাহৰ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ভাৰতীয় সেনাৰ বীৰত্বক প্ৰশংসা কৰাৰ লগতে সেনাবাহিনীক দেশৰ ঢাল আৰু শত্ৰু ধ্বংসকাৰী বুলি অভিহিত কৰে। সামাজিক মাধ্যমৰ এটা পষ্টত শ্ৰীশ্বাহে পেহেলগামত নিহতসকলৰ আত্মাৰ প্ৰতি যথোচিত ন্যায় কৰা বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টান্তমূলক নেতৃত্বক শুভেচ্ছা জনায়। শ্রীশ্বা...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।