ৰাষ্ট্ৰীয়

May 14, 2025 10:03 AM

views 13

১৯ বছৰ অনূৰ্ধ্ব ছাফ ফুটবল চেম্পিয়নশ্বিপৰ গ্ৰুপ ‘বি’ৰ শীৰ্ষস্থানত ভাৰত

১৯ বছৰ অনূৰ্ধ্ব ছাফ ফুটবল চেম্পিয়নশ্বিপত ভাৰতে গ্ৰুপ বিৰ শীৰ্ষস্থান দখল কৰিছে। প্ৰতিযোগিতাত ভাৰতে কালি অৰুণাচল প্ৰদেশৰ য়ুপিয়াত অনুষ্ঠিত এখন খেলত নেপালক ৪-০ গ'লত পৰাস্ত কৰে। ভাৰতৰ হৈ ৰোহেন সিং ছাপামায়ুমে দুটা আৰু ওমাং ড'ডুম তথা ডেনী মেইটেয়ে এটাকৈ গ'ল কৰে । এই জয়ৰ সুবাদত ভাৰতে নিজৰ দুখন খেলৰ পৰা...

May 14, 2025 10:01 AM

views 11

চীনৰ জিয়াংশানত অনুষ্ঠিত ২০২৫ বৰ্ষৰ এছিয়ান ভাৰোত্তোলন চেম্পিয়নশ্বিপত ভাৰতৰ প্ৰত্যাহ্বানৰ অন্ত

চীনৰ জিয়াংশানত অনুষ্ঠিত ২০২৫ বৰ্ষৰ এছিয়ান ভাৰোত্তোলন চেম্পিয়নশ্বিপত ভাৰতৰ প্ৰত্যাহ্বানৰ অন্ত পৰিছে। পুৰুষৰ ৯৬ কিলোগ্রাম শাখাত ভাৰতৰ দিলবাগ সিং নৱম স্থানতে সন্তুষ্ট থাকিবলগীয়া হয়। ইয়াৰ পূৰ্বে ছেৰাম নিৰুপমা দেৱীয়ে মহিলাৰ ৬৪ কিলোগ্রাম শাখাত মুঠ ২০৬ কেজি ভাৰত্তোলনেৰে সামান্য ব্যৱধানৰ বাবে পদকৰ পৰ...

May 13, 2025 9:36 PM

views 5

পাকিস্তানত এতিয়া সন্ত্রাসবাদী শান্তিৰে লুকাই থাকিব পৰা কোনো ঠাই নাইঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

পাকিস্তানত এতিয়া সন্ত্রাসবাদীয়ে শান্তিৰে লুকাই থাকিব পৰা কোনো ঠাই নাই বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কঠোৰ বাৰ্তা দিছে। তেওঁ কয় যে সন্ত্রাসবাদীক তেওঁলোকৰ ঘাটিতে নিঃশেষ কৰাৰ সামৰ্থ ভাৰতৰ আছে ৷ পাঞ্জাবৰ আদমপুৰ বায়ু সেনা ঘাটিত আজি বাহিনীটোৰ জোৱানসকলৰ সৈতে মত বিনিময় কৰি প্ৰধানমন্ত্ৰীয়ে এইদৰে প...

May 13, 2025 9:34 PM

views 14

সিন্দূৰ অভিযানৰ সফল পৰিচালনাৰ বিষয়ে ৭০খন দেশক অৱগত প্ৰতিৰক্ষা চোৰাংচোৱা সংস্থাৰ সঞ্চালকপ্রধান লেফটেনেণ্ট জেনেৰেল দি এছ ৰাণাৰ

প্ৰতিৰক্ষা চোৰাংচোৱা সংস্থাৰ সঞ্চালক প্রধান লেফটেনেণ্ট জেনেৰেল দি এছ ৰাণাই আজি ৭০ খন দেশক সিন্দূৰ অভিযানৰ সফল পৰিচালনাৰ বিষয়ে অৱগত কৰে। তেওঁ নতুন যুগৰ যুদ্ধৰ সামৰিক শ্ৰেষ্ঠত্বৰে প্ৰদৰ্শিত দেশৰ শক্তি আৰু ৰাষ্ট্ৰীয় সংকল্পৰ বিষয়ে আলোকপাত কৰে। লেফটেনেণ্ট ৰাণাই এই ৰাষ্ট্ৰকেইখনৰ প্ৰতিনিধিবর্গক সন্ত্রাস...

May 13, 2025 9:32 PM

views 19

দেশৰ প্ৰতিৰক্ষা শিতানত ২০২৫-২৬ বৰ্ষত বাজেট ৬ লাখ ৮১ হাজাৰ কোটি টকা

দেশৰ প্ৰতিৰক্ষা শিতানৰ বাজেট ২০২৫-২৬ বৰ্ষত ২০১৩-১৪ চনৰ ২ লাখ ৫৩ হাজাৰ কোটি টকাৰ পৰা ৬ লাখ ৮১ হাজাৰ কোটি টকালৈ বৃদ্ধি পাইছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে আজি সামাজিক মাধ্যমযোগে কয়, যে কৌশলগত সংস্কাৰ, ব্যক্তিগত খণ্ডৰ অংশগ্ৰহণ আৰু উদ্ভাৱনে থলুৱা নিৰ্মাণৰ প্ৰসাৰত অৰিহণা যোগাইছে। ইয়াৰ ফলত দেশ আত্মনিৰ্ভৰশীল হ...

May 13, 2025 9:30 PM

views 13

উত্তৰ-পূৰ্বাঞ্চল দেশৰ অলংকাৰঃ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে উত্তৰ-পূৰ্বাঞ্চলক দেশৰ অলংকাৰ হিচাপে অভিহিত কৰিছে। নতুন দিল্লীত আজি মেঘালয়ৰ খাচি পাহাৰ, জয়ন্তীয়া পাহাৰ আৰু গাৰো পাহাৰ অঞ্চলৰ আত্মসহায়ক গোটসমূহৰ সদস্যসকলক সম্বোধন কৰি দিয়া ভাষণত শ্ৰীধনখড়ে আলোকপাত কৰে যে মেঘালয়ৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন ১৩ শতাংশ বৃদ্ধি পাইছে। লুক ইষ্ট...

May 13, 2025 9:28 PM

views 12

চিবিএচইৰ দ্বাদশ আৰু দশম শ্ৰেণীত উত্তীর্ণ ছাত্র-ছাত্রীসকলক প্ৰধানমন্ত্ৰী মোদীৰ অভিনন্দন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্রীয় মাধ্যমিক শিক্ষা পৰিষদে (চিবিএচই) আজি ঘোষণা কৰা চলিত বৰ্ষৰ দ্বাদশ আৰু দশম শ্ৰেণীত উত্তীর্ণ ছাত্র-ছাত্রীসকলক অভিনন্দন জনাইছে। সামাজিক মাধ্যমযোগে দিয়া এটা পোষ্টত তেওঁ কয়, যে এই ফলাফল ছাত্র-ছাত্ৰীসকলৰ সংকল্প, অনুশাসন আৰু কঠোৰ শ্ৰমৰ প্ৰতিফলন। তেওঁ এই কৃতিত্বত গ...

May 13, 2025 9:26 PM

views 7

দেশৰ খুচুৰা মুদ্রাস্ফীতি বিগত এপ্ৰিলত ৩.১৬ শতাংশলৈ হ্ৰাস

দেশৰ খুচুৰা মুদ্রাস্ফীতি যোৱা এপ্ৰিলত ৩ দশমিক ১-৬ শতাংশলৈ হ্ৰাস পাইছে। মাৰ্চত এই পৰিমাণ ৩ দশমিক ৩–৪ শতাংশ আছিল। পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়ে জাৰি কৰা তথ্য অনুসৰি খুচুৰা মুদ্রাস্ফীতিৰ এই হাৰ ২০১৯ চনৰ জুলাইৰ পাছত আটাইতকৈ কম। এই সময়ছোৱাত গ্ৰামাঞ্চলৰ মুদ্রাস্ফীতি ২ দশমিক ৯-২ শতাংশ আৰু নগ...

May 13, 2025 9:24 PM

views 9

পাকিস্তানৰ বিৰুদ্ধে আক্ৰমণত ছহিদ হোৱা মণিপুৰৰ দীপক চিমনগাখামৰ শেষকৃত্য সম্পন্ন

পাকিস্তানৰ বিৰুদ্ধে আক্ৰমণত ছহিদ হোৱা মণিপুৰৰ দীপক চিমনগাখাম নামৰ জোৱানজনৰ নশ্বৰ দেহ আজি ইম্ফললৈ অনা হয়। সীমান্ত সুৰক্ষা বাহিনী তথা সামৰিক বাহিনীয়ে সম্পূৰ্ণ সামৰিক মৰ্যাদাৰে জোৱানজনৰ শেষকৃত্য সম্পন্ন কৰে। যোৱা শনিবাৰে পাকিস্তানী সেনাৰ অপ্ৰৰোচিত গুলীবর্ষণত মণিপুৰৰ এই জোৱানজনৰ লগতে সীমান্ত সুৰক্ষা ব...

May 13, 2025 9:23 PM

views 9

পাঞ্জাবৰ অমৃতসৰত বিষাক্ত সুৰা পান কৰি মৃত্যু হোৱা লোকৰ সংখ্যা ২১লৈ বৃদ্ধি

পাঞ্জাবৰ অমৃতচৰৰ মজিথা বিধানসভা সমষ্টিৰ অধীনৰ ৪ খন গাঁৱৰ জনসাধাৰণে যোৱা নিশা ইথানলৰ পৰা প্ৰস্তুত কৰা বিষাক্ত সুৰা পান কৰাৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ২১ লৈ বৃদ্ধি পাইছে। মুখ্যমন্ত্রী ভগৱন্ত সিং মানে আজি এই ঘটনাৰ বলি হোৱা লোকসকলৰ পৰিয়ালবৰ্গক সাক্ষাৎ কৰি কয়, যে এই ঘটনা সংক্রান্তত দুগৰাকী আবকাৰী বিষ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।