ৰাষ্ট্ৰীয়

May 15, 2025 11:50 AM

views 10

পাকিস্তানী পতাকা আৰু আনুসংগিক সামগ্ৰী বিক্ৰী নিষিদ্ধ কৰিবলৈ জাননী জাৰি

কেন্দ্ৰীয় গ্ৰাহক সুৰক্ষা প্ৰাধিকৰণে পাকিস্তানী পতাকা আৰু আনুসংগিক সামগ্ৰী বিক্ৰী কৰাৰ বাবে এমাজন ইণ্ডিয়া, ফ্লিপকার্ট, ইউবাই ইণ্ডিয়া, ইটিচি, ফ্লেগ কোম্পানী আৰু ফ্লেগ কৰ্প'ৰেচনলৈ জাননী জাৰি কৰিছে। কেন্দ্ৰীয় গ্রাহক পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে সামাজিক মাধ্যম যোগে কৈছে, যে এনেধৰণৰ অসংবেদনশীল কা...

May 15, 2025 11:46 AM

views 24

সিন্দূৰ অভিযানক লৈ প্ৰশ্ন উত্থাপন কৰা বিৰোধী কংগ্ৰেছক তীব্র সমালোচনা বিজেপিৰ

বিজেপিয়ে সিন্দূৰ অভিযানক লৈ প্ৰশ্ন উত্থাপন কৰাৰ বাবে বিৰোধী কংগ্ৰেছ দলক তীব্র সমালোচনা কৰিছে। কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত দলৰ মুখপাত্র সুধাংশু ত্রিবেদীয়ে কয়, যে সশস্ত্র বাহিনীসমূহে এই অভিযানৰ সময়ত অসাধাৰণ বীৰত্ব আৰু নিখুঁটভাৱে আঘাত হনাৰ সামৰ্থ প্ৰদৰ্শন কৰিছে। তেওঁ কয়, যে সিন্দুৰ অভিযান চ...

May 15, 2025 11:42 AM

views 10

উত্তৰ প্ৰদেশৰ জেৱৰ বিমান বন্দৰৰ সমীপত ছেমিকণ্ডাক্টৰ গোট স্থাপনৰ প্ৰস্তাৱত অনুমোদন

কেন্দ্ৰীয় চৰকাৰে উত্তৰ প্ৰদেশৰ জেৱৰ বিমান বন্দৰৰ সমীপত এটা ছেমিকণ্ডাক্টৰ অৰ্থাৎ‍ অৰ্ধ পৰিবাহী গোট স্থাপনৰ প্ৰস্তাৱত অনুমোদন জনাইছে। নতুন দিল্লীত কালি এখন সংবাদমেলত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয়, যে এই গোটটো ভাৰত ছেমিকণ্ডাক্টৰ অভিযানৰ অধীনত এইচ চি এল আৰু ফক্সকনে যুটীয়াভাৱে স্থাপন ক...

May 14, 2025 8:36 PM

views 13

ন্যায়াধীশ ভূষণ ৰামকৃষ্ণ গাৱাইৰ ভাৰতৰ ৫২ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপতগ্ৰহণ

ন্যায়াধীশ ভূষণ ৰামকৃষ্ণ গাৱাইয়ে আজি ভাৰতৰ ৫২ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপতগ্ৰহণ কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা বিশেষ অনুষ্ঠানত ন্যায়াধীশ গাৱাইক শপতবাক্য পাঠ কৰোৱায়। ন্যায়াধীশ বি আৰ গাৱাই কালি কার্যকাল সমাপ্ত হোৱা ন্যায়াধীশ সঞ্জীৱ খান্না স্থলাভিষিক্ত হ...

May 14, 2025 8:25 PM

views 17

ৰাষ্ট্ৰজুৰি ১১ দিনীয়া শৌর্য সন্মান যাত্রা শীর্ষক ত্ৰিৰংগ যাত্রা কাৰ্যসূচী

দেশৰ সুৰক্ষাৰ বাবে সেনাসকলে কৰা ত্যাগ আৰু বলিদানৰ প্ৰতি সন্মান জনোৱাৰ উদ্দেশ্যেৰে ৰাষ্ট্ৰজুৰি ১১ দিনীয়া শৌর্য সন্মান যাত্রা শীর্ষক ত্ৰিৰংগ যাত্রা কাৰ্যসূচী অব্যাহত আছে। অসম প্রদেশ বিজেপিয়ে আজি আদাবাৰীৰ অটল উদ্যানৰ পৰা কামাখ্যা মন্দিৰৰ নামনিলৈ ত্ৰিৰংগ যাত্ৰা উলিয়ায়। বিজেপিৰ নেতা- কৰ্মীৰ উপস্থিতিত...

May 14, 2025 8:18 PM

views 13

২৩ ছেপ্তেম্বৰক আয়ুৰ্বেদ দিৱস হিচাপে ঘোষণা কেন্দ্ৰৰ

চৰকাৰে ২৩ ছেপ্তেম্বৰক আয়ুৰ্বেদ দিৱস হিচাপে ঘোষণা কৰিছে। আয়ুষ মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা মতে পূৰ্বে ধনতেৰচৰ দিনা পালন কৰি অহা আয়ুৰ্বেদ দিৱস এতিয়াৰে পৰা ২৩ ছেপ্তেম্বৰত পালন কৰা হ'ব। মন্ত্ৰ্যালয়ে উল্লেখ কৰে যে, আয়ুর্বেদক বিজ্ঞানসন্মত, প্ৰমাণ আধাৰিত আৰু সামগ্রিক চিকিৎসা পদ্ধতি হিচাপে প্ৰচাৰ কৰাৰ বাব...

May 14, 2025 8:13 PM

views 16

পাকিস্তান ৰেঞ্জাৰ্ছে গ্ৰেপ্তাৰ কৰা বি এছ এফৰ জোৱান পূৰ্ণম কুমাৰ ছাৱ স্বদেশত

পাঞ্জাবৰ ফিৰোজপুৰ খণ্ডৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত অতিক্ৰম কৰি ভূলবশত পাকিস্তানত প্ৰৱেশ কৰাৰ বাবে ২৩ এপ্ৰিলত দেশখনৰ সীমান্ত সুৰক্ষা বাহিনী পাকিস্তান ৰেঞ্জাৰ্ছে গ্ৰেপ্তাৰ কৰা পূৰ্ণম কুমাৰ ছাৱ নামৰ সীমান্ত সুৰক্ষা বাহিনী বি এছ এফৰ জোৱানজন আজি পুৱা স্বদেশলৈ উভতি আহে। বি এছ এফৰ সূত্ৰসমূহে আমাৰ জলন্ধৰৰ সংবা...

May 14, 2025 8:08 PM

views 22

পঞ্জাবৰ অমৃতচৰত বিষাক্ত সুৰাপানৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ২৩লৈ বৃদ্ধি

পাঞ্জাবৰ অমৃতচৰৰ মজিথা বিধানসভা সমষ্টিৰ অধীনৰ ৪ খন গাওঁৰ জনসাধাৰণে ইথানলৰ পৰা প্ৰস্তুত কৰা বিষাক্ত সুৰা পান কৰাৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ২৩ লৈ বৃদ্ধি পাইছে। সুৰা পান কৰাৰ পাছত অসুস্থ হৈ পৰা ১৩ জন লোক এতিয়াও চিকিৎসাধীন হৈ আছে আৰু তেওঁলোকৰ অৱস্থা সুস্থিৰ বুলি কোৱা হৈছে। অমৃতসৰৰ অসামৰিক শল্য চিকিৎ...

May 14, 2025 7:58 PM

views 11

এপ্ৰিলত দেশত পাইকাৰী মূল্য সূচ্যাংক আধাৰিত মুদ্রাস্ফীতি .৮৫ শতাংশলৈ হ্ৰাস

দেশত পাইকাৰী মূল্য সূচ্যাংক আধাৰিত মুদ্রাস্ফীতি যোৱা এপ্ৰিলত .৮৫ শতাংশলৈ হ্ৰাস পাইছে। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰ্যালয়ে আজি এই সম্পৰ্কীয় তথ্য প্রকাশ কৰে। মাৰ্চত পাইকাৰী মূল্য সূচ্যাংক আধাৰিত মুদ্রাস্ফীতি ২.০৫ শতাংশ আছিল।

May 14, 2025 7:50 PM

views 17

অৰুণাচল প্ৰদেশৰ কেতবোৰ স্থানক চীনে নতুন নামেৰে নামাকৰণ কৰাৰ প্ৰচেষ্টাক ভাৰতৰ স্পষ্ট অস্বীকাৰ

অৰুণাচল প্ৰদেশৰ কেতবোৰ স্থানক চীনে নতুন নামেৰে নামাকৰণ কৰাৰ প্ৰচেষ্টাক ভাৰতে স্পষ্টভাৱে অস্বীকাৰ কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ এগৰাকী মুখপাত্রই চীনৰ এনেধৰণৰ কাৰ্য মুঠেও গ্রহণযোগ্য নহয় আৰু ই ভাৰতৰ সু-সংগত আৰু সিদ্ধান্তবাদী স্থিতি সম্পূৰ্ণ বিপৰীত বুলি মন্তব্য কৰিছে। তেওঁ লগতে কয়, যে অৰুণাচল ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।