ৰাষ্ট্ৰীয়

May 19, 2025 9:07 PM

views 19

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অপাৰেচন সিন্দুৰৰ জৰিয়তে পাকিস্তানৰ পৃষ্ঠপোষকতা লাভ কৰা সন্ত্ৰাসবাদী সংগঠনসমূহ সমূলংশে নিপাত কৰিছেঃ ৰিজিজু

কেন্দ্ৰই গঠন কৰি দিয়া সর্বদলীয় দলসমূহে বিভিন্ন ৰাষ্ট্ৰ ভ্ৰমণ কৰি বিশ্ব নেতাসকলৰ আগত অপাৰেচন সিন্দূৰৰ খতিয়ান দাঙি ধৰাৰ লগতে সন্ত্ৰাসবাদ দমনৰ বাবে ভাৰতে গ্ৰহণ কৰা পদক্ষেপৰ কথা প্ৰকাশ কৰিব। লেহ ভ্ৰমণকালত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা আৰু সংখ্যালঘু উন্নয়ন দপ্তৰৰ মন্ত্ৰী ক...

May 19, 2025 12:31 PM

views 13

আকাশ আনন্দক বিএছপিৰ মুখ্য ৰাষ্ট্ৰীয় সমন্বয়ক হিচাপে নিযুক্তি

উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্রী তথা বহুজন সমাজ পার্টি- বিএছপিৰ মুৰব্বী মায়াৱতীয়ে আকাশ আনন্দক দলটোৰ মুখ্য ৰাষ্ট্ৰীয় সমন্বয়ক হিচাপে নিযুক্তি দিছে। নতুন দিল্লীত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকত আকাশ আনন্দক দেশত বিএছপিৰ ভৱিষ্যত কাৰ্যসূচীৰ দায়িত্ব দিয়াৰ ক্ষেত...

May 19, 2025 12:22 PM

views 15

মহাৰাষ্ট্ৰৰ ছ’লাপুৰত সংঘটিত অগ্নিকাণ্ডত মৃত্যু হোৱা লোকৰ প্ৰতি ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰ গভীৰ শোক প্রকাশ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্ৰৰ ছ'লাপুৰৰ এটা কাৰখানাত সংঘটিত অগ্নিকাণ্ডত বহুকেইজন লোকৰ মৃত্যু হোৱা ঘটনাত গভীৰ শোক প্রকাশ কৰিছে। সামাজিক মাধ্যমত এটা বাৰ্তাত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয়, যে অগ্নিকাণ্ডৰ ফলত এনেদৰে কেইবাজনো লোকে প্রাণ হেৰুৱাৰ ঘটনা অতি...

May 19, 2025 12:15 PM

views 12

এনচিচিৰ অভিযান দলৰ মাউন্ট এভাৰেষ্ট সফলতাৰে আৰোহণ

ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনী এনচিচিৰ এটা অভিযান দলে মাউন্ট এভাৰেষ্ট সফলতাৰে আৰোহণ কৰি এক উল্লেখযোগ্য মাইলৰ খুঁটিত উপনীত হৈছে। দলটোত ১০ গৰাকী এন চি চি কেডেটৰ লগতে চাৰিজন বিষয়া, দুগৰাকী কনিষ্ঠ বিষয়া, এগৰাকী মহিলা কেডেট প্ৰশিক্ষক আৰু ১০ গৰাকী অনা অন্তৰ্ভুক্ত বিষয়া আছিল। এই দহজন কেডেটৰ ভিতৰত পাঁচজন ল...

May 19, 2025 12:10 PM

views 14

ছদিনীয়া কাৰ্যসূচীৰে বৈদেশিক মন্ত্রী ড০ এছ জয়শংকৰৰ নেডাৰলেণ্ডছ, ডেনমাৰ্ক আৰু জাৰ্মানী ভ্ৰমণ

বৈদেশিক মন্ত্রী ড০ এছ জয়শংকৰ আজি ছদিনীয়া ভ্রমণসূচীৰে নেডাৰলেণ্ডছ, ডেনমাৰ্ক আৰু জাৰ্মানীলৈ ৰাওনা হ'ব। বিদেশ মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি ড০ জয়শংকৰে এই ভ্ৰমণকালত তিনিওখন ৰাষ্ট্ৰৰে নেতৃবৰ্গক সাক্ষাৎ কৰিব। তাত তেওঁ দেশকেইখনৰ বিদেশ মন্ত্ৰীসকলৰ সৈতে দ্বিপাক্ষিক স্বার্থজড়িত বিভিন্ন আঞ্চলিক আৰু আন্তঃৰা...

May 18, 2025 8:53 PM

views 31

অপাৰেচন সিন্দুৰৰ অধীনত সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ যুঁজখনৰ বিষয়ে নির্বাচিত কিছুসংখ্যক দেশক জনাবৰ বাবে ৭ টা সর্বদলীয় প্রতিনিধি দল বিদেশলৈ ৰাওনা হ’ব বুলি কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৰ প্ৰকাশ

অপাৰেচন সিন্দুৰৰ অধীনত সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ সামুহিক যুঁজখন প্ৰতিফলিত কৰি এই বিষয়ে নির্বাচিত কিছুসংখ্যক দেশক জনাবৰ বাবে ৭ টা সর্বদলীয় প্রতিনিধি দলে সোনকালেই বিদেশলৈ ৰাওনা হ'ব বুলি কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীৰিজিজুৱে এই সর্...

May 18, 2025 8:14 PM

views 67

আকাশবাণীৰ পাব্লিক স্পীকত সোমবাৰে যক্ষ্মা ৰোগৰ প্ৰতিকাৰ তথা প্ৰতিৰোধ সন্দৰ্ভত বিশেষ আলোচনা

আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত কাইলৈ নিশা ৯-৩০ বজাত যক্ষ্মা ৰোগৰ প্ৰতিকাৰ তথা প্ৰতিৰোধ সন্দৰ্ভত নতুন দিল্লীৰ চফৰদজং চিকিৎ‍সালয়ৰ হাওঁফাওঁৰ ৰোগ বিভাগৰ মুৰব্বী চিকিৎসক ডাঃ ৰোহিত কুমাৰ আৰু সৰ্বভাৰতীয় আয়ুবিজ্ঞান প্ৰতিষ্ঠানৰ একে বিভাগৰ সহযোগী অধ্যাপক ডাঃ সৌৰভ মিট্ট...

May 18, 2025 8:06 PM

views 20

নৰেন্দ্ৰ মোদী চৰকাৰে বিগত দশকত বিভিন্ন আঁচনিৰ জৰিয়তে স্বাস্থ্য খণ্ডত অতুলনীয় প্রগতি সাধন কৰিছেঃ গৃহ মন্ত্ৰী অমিত শ্বাহ

নৰেন্দ্ৰ মোদী চৰকাৰে বিগত দশকত বিভিন্ন আঁচনিৰ জৰিয়তে স্বাস্থ্য খণ্ডত অতুলনীয় প্রগতি সাধন কৰিছে। গুজৰাটৰ মেহচানা জিলাৰ গজাৰিয়াত কে কে পেটেল আৰু মধুবেন কে পেটেল নাৰ্ছিং কলেজৰ নৱ নির্মিত ভৱন মুকলি কৰি গৃহ মন্ত্ৰী অমিত শ্বাহে আজি এই কথা প্ৰকাশ কৰে। এই মহাবিদ্যালয়ৰ জৰিয়তে সমীপৰ দৰিদ্ৰ ৰোগীসকল উপকৃত ...

May 18, 2025 8:02 PM

views 28

ছিকিমৰ দৰে জৈৱিকভাৱে মাছ উৎপাদনৰ ব্যৱস্থা ত্ৰিপুৰাতো কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে পুঁজিৰ অনুমোদন দিবঃ কেন্দ্ৰীয় মীন মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙ

ছিকিমত কোনো ধৰণৰ ৰাসায়নিক দ্রব্য ব্যৱহাৰ নকৰাকৈ জৈৱিকভাৱে মাছ উৎপাদন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ পাছতেই কেন্দ্ৰীয় মীন মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙে কয়, যে কেন্দ্রই অতি সোনকালে ত্ৰিপুৰাতো এনে ব্যৱস্থা গঢ়াৰ বাবে পুঁজিৰ অনুমোদন জনাব। আগৰতলাত ৰাজ্যৰ প্ৰথমটো সংহত একুৱা পাৰ্ক আৰু মৎস্য উৎসৱৰ আধাৰশিলা স্থাপন ক...

May 18, 2025 7:42 PM

views 22

সামুদ্রিক খণ্ডত মহিলা সৱলীকৰণৰ জৰিয়তে সামুদ্রিক খণ্ডৰ প্রগতি, স্থিতিস্থাপকতা তথা উদ্ভাৱনশীলতাও বৃদ্ধি হয়ঃ  সৰ্বানন্দ সোণোৱাল

সামুদ্রিক খণ্ডত মহিলা সৱলীকৰণৰ জৰিয়তে সমাজত লিংগ সমতা অক্ষুণ্ণ থকাৰ লগতে সামুদ্রিক খণ্ডৰ প্রগতি, স্থিতিস্থাপকতা তথা উদ্ভাৱনশীলতাও বৃদ্ধি হয়। বন্দৰ, জাহাজ পৰিবহণ তথা জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি মুম্বাইৰ সামুদ্রিক খণ্ডত মহিলাৰ আন্তঃৰাষ্ট্ৰীয় দিৱস উদযাপন অনুষ্ঠান মুকলি কৰি এই কথা প্ৰকাশ কৰে।...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।