ৰাষ্ট্ৰীয়

May 20, 2025 8:04 PM

views 30

নগাঁৱৰ হয়বৰগাওঁ ৰে’ল ষ্টেছনৰ লগতে দেশৰ মুঠ ১০৩ টা ৰে’ল ষ্টেছনক ২২ মে’ত অমৃত ভাৰত ষ্টেছনলৈ উন্নীত কৰা হ’ব

নগাওঁ জিলাৰ হয়বৰগাওঁ ৰে’ল ষ্টেছনৰ লগতে দেশৰ মুঠ ১০৩ টা ৰে’ল ষ্টেছনক ২২ মে’ত অমৃত ভাৰত ষ্টেছনলৈ উন্নীত কৰা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভার্চুৱেল ব্যৱস্থাৰে ষ্টেছনকেইটা মুকলি কৰিব। উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ জনসম্পৰ্কৰক্ষী বিষয়াই আজি নগাওঁত এখন সংবাদমেলযোগে এই বিষয়ে প্রকাশ কৰে। পৰহিলৈ এই উপল...

May 20, 2025 1:08 PM

views 14

আজি বিশ্ব মৌমাখি দিৱস

আজি বিশ্ব মৌমাখি দিৱস। পৰিস্থিতি তন্ত্ৰৰ সমতা ৰক্ষাৰ উদ্দেশ্যে উদ্ভিদৰ পৰাগযোগত মৌমাখিৰ ভূমিক সন্দৰ্ভত সজাগতা সৃষ্টিৰ লক্ষ্য আগত ৰাখি এই দিৱস পালন কৰা হয়। ২০১৭ চনৰ আজিৰ দিনটোতে ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰসমূহে প্ৰথমবাৰলৈ বিশ্ব মৌমাখি দিৱস পালনৰ দিহা কৰিছিল। মাজুলীৰ মুদৈবিল গাঁৱৰ ভীমকান্ত শ‍ইকীয়াই মৌ...

May 20, 2025 12:59 PM

views 24

নেডাৰলেণ্ডৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰীৰ সৈতে ড° এছ জয়শংকৰৰ বৈঠক

ইউৰোপৰ ত্ৰিদেশীয় ভ্রমণসূচীৰে সম্প্ৰতি নেডাৰলেণ্ডছৰ ৰাজধানী দ্যা হেগত থকা ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে কালি দেশখনৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী কেছপাৰ ভেল্ডকাঁম্পৰ সৈতে বৈঠকত মিলিত হয়। সামাজিক মাধ্যমত লিখা এটা পষ্টত ড০ জয়শংকৰে আলোচনাত ইউৰোপীয় সংঘৰ সৈতে থকা বিভিন্ন সম্পৰ্কৰ লগতে উভয় ...

May 20, 2025 12:56 PM

views 19

অহা ২৫ মে’ত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ ১২২ সংখ্যক খণ্ড প্ৰচাৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৫ মে’ত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ-বিদেশৰ জনসাধাৰণৰ সৈতে নিজৰ মনৰ ভাব প্ৰকাশ কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ ১২২ সংখ্যক খণ্ড। জনসাধাৰণে এই অনুষ্ঠানৰ বাবে ১৮০০-১১-৭৮০০ টোল ফ্রি নম্বৰৰ জৰিয়তে নিজৰ মনৰ ভাব আৰু পৰামৰ্শ প্ৰেৰণ কৰিব পাৰিব। জনসাধাৰণে নৰেন্দ্ৰ ম...

May 20, 2025 12:54 PM

views 24

চগন ভুজবলক আজি মহাৰাষ্ট্ৰ মন্ত্ৰীসভাত অন্তৰ্ভুক্ত

এন চি পিৰ জ্যেষ্ঠ নেতা চগন ভুজবলক আজি মহাৰাষ্ট্ৰ মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰা হ'ব। পুৱা ১০ বজাত হ'বলগীয়া শপতগ্রহণ অনুষ্ঠানত জ্যেষ্ঠ নেতা ভূজবলক খাদ্য আৰু অসামৰিক যোগান বিভাগৰ দায়িত্ব দিয়াৰ সম্ভাৱনা আছে। ইয়াৰ পূৰ্বে একনাথ সিন্ধেৰ মুখ্যমন্ত্ৰিত্বৰ কালতো ভূজবলে খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী...

May 20, 2025 12:26 PM

views 23

অবৈধ নাগৰিক চিনাক্তকৰণ আৰু বহিষ্কাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ এমাহৰ সময়সীমা নির্ধাৰণ

বাংলাদেশ আৰু ম্যানমাৰৰ পৰা অহা অবৈধ নাগৰিকক চিনাক্ত কৰি বহিষ্কাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য তথা কেন্দ্ৰীয়শাসিত অঞ্চলবোৰক এমাহৰ সময়সীমা নির্ধাৰণ কৰি দিছে। ভাৰতীয় বুলি দাবী কৰা সন্দেহজনক বাংলাদেশ আৰু ম্যানমাৰৰ নাগৰিকৰ নথিপত্রসমূহ যদিহে ৩০ দিনৰ ভিতৰত সঁচা প্রমাণিত নহয় তেন্তে তেওঁলোকক বহিষ্কাৰৰ ব...

May 19, 2025 9:30 PM

views 24

উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সকলে বছৰি ১৫ লাখ টকাৰ পেন্সন হিচাপে লাভ কৰিব

উচ্চতম ন্যায়ালয়ে আজি উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশসকলকে ধৰি সকলো ন্যায়াধীশে সম্পূর্ণ পেন্সনৰ লগতে অৱসৰৰ সকলো সা সুবিধা লাভ কৰিব বুলি এটা গুৰুত্বপূৰ্ণ শুনানী জাৰি কৰিছে। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সকলে বছৰি ১৫ লাখ টকাৰ পেন্সন হিচাপে লাভ কৰিব বুলি শুনানীটোত কোৱা হৈছে।

May 19, 2025 9:23 PM

views 28

বেলুচিস্তানৰ কিল্লা আব্দুল্লা জিলাৰ জব্বৰ মাৰ্কেটৰ কাষৰীয়া এলেকাত সংঘটিত বিস্ফোৰণত ৪ জন লোক নিহত, ২০ জন লোক আহত

পাকিস্তানৰ বেলুচিস্তানৰ কিল্লা আব্দুল্লা জিলাৰ জব্বৰ মাৰ্কেটৰ কাষৰীয়া এলেকাত সংঘটিত এটা বিস্ফোৰণত ৪ জন লোক নিহত হোৱাৰ লগতে আন ২০ জন লোক আহত হয়। সংবাদ মাধ্যমৰ মতে কালি সংঘটিত ৮ গৰাকীকৈ লোক গুৰুতৰভাৱে আহত হৈছে। এই বিস্ফোৰণৰ ফলত এটা ভৱন বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱাৰ লগতে কেইবাখনো দোকান ভাগি পৰাৰ লগতে অগ্...

May 19, 2025 9:16 PM

views 22

খাদ্য প্ৰসংস্কৰণৰ ক্ষেত্ৰত উন্নয়নৰ অপৰিসীম সম্ভাৱনা আছেঃ কেন্দ্ৰীয় মন্ত্রী চিৰাগ পাছৱান

কেন্দ্ৰীয় খাদ্য প্ৰসংস্কৰণ উদ্যোগ মন্ত্রী চিৰাগ পাছৱানে খাদ্য প্ৰসংস্কৰণৰ ক্ষেত্ৰত উন্নয়নৰ অপৰিসীম সম্ভাৱনা আছে বুলি মন্তব্য কৰিছে। তেওঁ লগতে কয় যে, বিহাৰৰ খাদ্য প্ৰসংস্কৰণ খণ্ডৰ সৈতে জড়িত লোকসকলে বিকশিত ভাৰত অভিযানত অৰিহণা যোগাব পাৰিব। পাটনাৰ জ্ঞান ভৱনত আয়োজিত দুদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰেতা ...

May 19, 2025 9:12 PM

views 28

Government e Marketplace চমুকৈ GeM য়ে উপান্ত শ্ৰেণীৰ লোকসকলৰ বাবে নতুন দিগন্তৰ সূচনা কৰাৰ লগতে সঞ্চয়ো নিশ্চিত কৰিছে

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্রীয় মন্ত্রী পিয়ুষ গোৱেলে লিখা এটা নিবন্ধ সামাজিক মাধ্যমত সকলোৱে পঢ়িব পৰাকৈ প্ৰচাৰ কৰিছে। তেওঁ কয়, যে Government e Marketplace চমুকৈ GeM, য়ে উপান্ত শ্ৰেণীৰ লোকসকলৰ বাবে নতুন দিগন্তৰ সূচনা কৰাৰ লগতে সঞ্চয়ো নিশ্চিত কৰিছে। উল্লেখযোগ্য যে কেন্দ্রীয় বাণিজ্য আৰু ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।