ৰাষ্ট্ৰীয়

May 21, 2025 12:35 PM

views 15

অপাৰেচন সিন্দুৰ সন্দৰ্ভত বিদেশলৈ যাবলগীয়া ৭টা সর্বদলীয় প্রতিনিধি মণ্ডলৰ প্ৰথমটো গোট আজি ৰাওনা

অপাৰেচন সিন্দুৰ সন্দৰ্ভত ভাৰতৰ কূটনৈতিক কাৰ্যসূচীৰ অংশ হিচাপে বিদেশলৈ যাবলগীয়া ৭টা সর্বদলীয় প্রতিনিধি মণ্ডলৰ প্ৰথমটো গোট আজি ৰাওনা হ'ব। শিৱসেনাৰ সাংসদ শ্রীকান্ত সিন্দেৰ নেতৃত্বত প্ৰথমটো দলে সংযুক্ত আৰৱ আমিৰী ৰাষ্ট্ৰ, লাইবেৰিয়া, ডেম'ক্রেটিক ৰিপাব্লিক অব কংগো আৰু চিয়েৰা লিয়ন ভ্ৰমণ কৰিব। জে ডি ইউৰ...

May 20, 2025 9:11 PM

views 30

অপাৰেচন সিন্দুৰ সন্দৰ্ভত ভাৰতৰ কূটনৈতিক কাৰ্য্যসূচীৰ অংশ হিচাপে বিদেশলৈ যাবলগীয়া সর্বদলীয় প্রতিনিধি মণ্ডলৰ সদস্যসকলক বিদেশ সচিব বিক্রম মিশ্ৰীৰ প্ৰয়োজনীয় বিভিন্ন বিষয় অৱগত

বিদেশ সচিব বিক্রম মিশ্ৰীয়ে আজি অপাৰেচন সিন্দুৰ সন্দৰ্ভত ভাৰতৰ কূটনৈতিক কাৰ্য্যসূচীৰ অংশ হিচাপে বিদেশলৈ যাবলগীয়া সর্বদলীয় প্রতিনিধি মণ্ডলৰ সদস্যসকলক প্ৰয়োজনীয় বিভিন্ন বিষয়ে অৱগত কৰে। ইয়াৰ পূৰ্বে চৰকাৰে পাকিস্তানৰ পৃষ্ঠপোষকতাত চলা সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ দৃঢ় স্থিতি সম্পৰ্কে বিশ্বৰ বিভিন্ন ...

May 20, 2025 9:07 PM

views 29

নেডাৰলেণ্ডছৰ প্ৰধানমন্ত্ৰী ডিক স্কোভক বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ এছ জয়শংকৰৰ সাক্ষাৎ

বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ এছ জয়শংকৰে আজি হেগত নেডাৰলেণ্ডছৰ প্ৰধানমন্ত্ৰী ডিক স্কোভক সাক্ষাৎ কৰে। এই বৈঠকত দুয়োগৰাকী নেতাই ভাৰত-নেডাৰলেণ্ডছ সম্বন্ধৰ অগ্ৰগতিক লৈ সন্তুষ্টি প্ৰকাশ কৰে। তেওঁলোকে লগতে উচ্চ পৰ্য্যায়ৰ ভ্ৰমণ আৰু আলোচনাৰ মাধ্যমেৰে দ্বিপাক্ষিক সম্পর্ক সুদৃঢ় কৰি তুলিবলৈ সন্মতি প্রকাশ কৰে...

May 20, 2025 9:04 PM

views 32

২০২৬ বৰ্ষৰ পদ্ম সন্মানসমূহৰ বাবে মনোনয়ন গৃহ মন্ত্ৰালয়ৰ আহ্বান

গৃহ মন্ত্ৰালয়ে ২০২৬ বৰ্ষৰ পদ্ম সন্মানসমূহৰ বাবে মনোনয়ন আহ্বান কৰিছে। এই সন্মানসমূহৰ বাবে ৰাষ্ট্ৰীয় পুৰস্কাৰ প'ৰ্টেলৰ জৰিয়তে ৩১ জুলাই পৰ্য্যন্ত মনোনয়ন দাখিল কৰিব পৰা যাব। মন্ত্ৰ্যালয়ে এটা বিবৃতিযোগে ৰাষ্ট্ৰীয় পুৰস্কাৰ প'ৰ্টেলত উপলব্ধ আৰ্হিত ভিন ভিন ক্ষেত্ৰৰ মনোনীত ব্যক্তিৰ অভূতপূর্ব সাফল্যৰ স্...

May 20, 2025 9:01 PM

views 21

ভাৰত এখন সুস্থ বিশ্বৰ ভৱিষ্যৎ-অন্তর্ভুক্তি, সংহত দৃষ্টিভংগী আৰু সহযোগিতাৰ ওপৰত নিৰ্ভৰশীলঃ প্রধানমন্ত্ৰী

এখন সুস্থ বিশ্বৰ ভৱিষ্যৎ-অন্তর্ভুক্তি, সংহত দৃষ্টিভংগী আৰু সহযোগিতাৰ ওপৰত নিৰ্ভৰশীল বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। ছুইজাৰলেণ্ডৰ জেনেভাত অনুষ্ঠিত বিশ্ব স্বাস্থ্য সভাৰ ৭৮ সংখ্যক সত্ৰত ভার্চুৱেল ব্যৱস্থাৰে ভাষণ দি প্রধানমন্ত্ৰীয়ে আজি এইদৰে মন্তব্য কৰে। স্বাস্থ্য প্ৰত্যাহ্বানসমূহে বি...

May 20, 2025 8:52 PM

views 26

পাকিস্তানে গণ বিতাৰণ বৃদ্ধি কৰাৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ সহস্ৰাধিক আফগান শৰণাৰ্থী পৰিয়াললৈ মানৱীয় সাহায্য

পাকিস্তানে গণ বিতাৰণ বৃদ্ধি কৰাৰ পৰিপ্ৰেক্ষিতত ভাৰতে হাজাৰ হাজাৰ আফগান শৰণাৰ্থী পৰিয়াললৈ মানৱীয় সাহায্য আগবঢ়াইছে। আফগান শৰণাৰ্থী আৰু প্ৰত্যাৱৰ্তন মন্ত্ৰ্যালয়ে সদৰি কৰা অনুসৰি অলপতে পাকিস্তানৰ পৰা বলপূর্বকভাৱে বিতাড়িত হোৱা প্ৰায় ৫ হাজাৰ আফগান পৰিয়াললৈ ভাৰতে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী প্ৰেৰণ ক...

May 20, 2025 8:49 PM

views 25

আজিৰেপৰা সীমান্ত সুৰক্ষা বাহিনীয়ে পাঞ্জাব ফ্ৰণ্টিয়াৰকে ধৰি ভাৰত-পাকিস্তান সীমান্তৰ তিনিওটা যুটিয়া তালাচী চকীত ৰিট্ৰিট সমাৰোহ পুনৰ আৰম্ভ হ’ব

সীমান্ত সুৰক্ষা বাহিনীয়ে পাঞ্জাব ফ্ৰণ্টিয়াৰকে ধৰি ভাৰত-পাকিস্তান সীমান্তৰ তিনিওটা যুটিয়া তালাচী চকীত আজিৰেপৰা ৰিতি সমাৰোহ পুনৰ আৰম্ভ হ'ব বুলি ঘোষণা কৰিছে। বি এছ এফৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি আজিৰ এই সমাৰোহ কেৱল সংবাদকর্মীসকলৰ বাবেহে খোলা থাকিব আৰু কাইলৈৰ পৰা জনসাধাৰণে এই ৰিট্ৰিট সমাৰোহ প্ৰত্যক্ষ ক...

May 20, 2025 8:44 PM

views 27

মহাৰাষ্ট্ৰৰ মহা যুটি চৰকাৰৰ মন্ত্ৰী হিচাপে জ্যেষ্ঠ এন চি পি নেতা চগন ভুজবালৰ শপত গ্ৰহণ

জ্যেষ্ঠ এন চি পি নেতা চগন ভুজবালে আজি মহাৰাষ্ট্ৰৰ মহা যুটি চৰকাৰৰ মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণনে আজি ৰাজভৱনত মন্ত্ৰীগৰাকীক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱায়। শপত গ্রহণ অনুষ্ঠানত মহাৰাষ্ট্ৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাৱিছ, উপ-মুখ্যমন্ত্রী একনাথ সিন্দে আৰু ...

May 20, 2025 8:40 PM

views 33

ভাৰতে বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা জনস্বাস্থ্য সমস্যা হিচাপে স্বীকৃত চকুৰ সংক্ৰামক ৰোগ ট্রাক’মা নিৰ্মূলকৰণ প্ৰমাণপত্ৰ লাভ কৰিছে

ভাৰতে বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা জনস্বাস্থ্য সমস্যা হিচাপে স্বীকৃত চকুৰ এবিধ সংক্ৰামক ৰোগ ট্রাক’মা নিৰ্মূলকৰণ প্ৰমাণপত্ৰ লাভ কৰিছে। জেনেভাত অনুষ্ঠিত ৭৮ সংখ্যক বিশ্ব স্বাস্থ্য মহাসভাত এই প্ৰমাণপত্ৰ প্ৰদান কৰা হয় । ৰোগ নিৰ্মূলকৰণ আৰু প্ৰতিৰোধমূলক স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত বহনক্ষম প্ৰচেষ্টা আৰু সকলো...

May 20, 2025 8:33 PM

views 38

উচ্চতম ন্যায়ালয়ে ৱাকফ সংশোধনী আইন ২০২৫-ৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনাই কৰা আবেদনসমূহৰ শুনানি পুনৰ গ্ৰহণ কৰিব

উচ্চতম ন্যায়ালয়ে আজি ৱাকফ সংশোধনী আইন ২০২৫-ৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনাই কৰা আবেদনসমূহৰ শুনানি পুনৰ গ্ৰহণ কৰিব। আজিৰ শুনানিত এই গোচৰটোত অন্তৱৰ্তীকালীন নির্দেশ সংক্রান্তীয় তিনিটা মূল বিষয় – আদালতে ৱক্‌ফ সম্পত্তি বুলি ঘোষণা কৰা সম্পত্তি ঘূৰাই দিয়াৰ ক্ষমতা, ভোগ কৰি থকা ৱক্‌ফ সম্পত্তিৰ মালি...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।