ৰাষ্ট্ৰীয়

May 21, 2025 8:09 PM

views 17

পাকিস্তানৰ পৃষ্ঠপোষকতাপ্রাপ্ত সন্ত্ৰাসবাদৰ স্বৰূপ উদঙাই দিয়াৰ উদ্দেশ্যে জে ডি ইউৰ সাংসদ সঞ্জয় কুমাৰ ঝাৰ নেতৃত্বত সর্বদলীয় প্রতিনিধি দল ৫ খন ৰাষ্ট্ৰলৈ বুলি ৰাওনা

অপাৰেচন সিন্দূৰ সম্পৰ্কীয় ভাৰতৰ কূটনৈতিক প্ৰয়াস আৰু পাকিস্তানৰ পৃষ্ঠপোষকতাপ্রাপ্ত সন্ত্ৰাসবাদৰ স্বৰূপ উদঙাই দিয়াৰ উদ্দেশ্যে জে ডি ইউৰ সাংসদ সঞ্জয় কুমাৰ ঝাৰ নেতৃত্বত এটা সর্বদলীয় প্রতিনিধি দল আজি ৫ খন ৰাষ্ট্ৰলৈ বুলি ৰাওনা হয়। এই প্ৰতিনিধিৰ দলটোৱে ইন্দোনেছিয়া, মালয়েছিয়া, কোৰিয়া গণৰাজ্য, জাপা...

May 21, 2025 8:05 PM

views 27

প্রধানমন্ত্ৰী মোদীয়ে বৃহস্পতিবাৰে অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত নতুনকৈ বিকাশাই তোলা ১০৩ টা ষ্টেচন মুকলি কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ৰাজস্থানৰ বিকানেৰৰ পৰা অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত ১৮ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ নতুনকৈ বিকাশাই তোলা ১০৩ টা ষ্টেচন মুকলি কৰিব। এই অমৃত ভাৰত ষ্টেছনসমূহত দুয়োফালৰ পৰা যাত্ৰী প্ৰৱেশৰ সুবিধা, যাত্ৰীৰ বাবে পদসেতু, দিব্যাংগৰ বাবে উপযোগী সা-সুবিধা, বিনামূলী...

May 21, 2025 7:58 PM

views 21

অপাৰেচন সিন্দুৰ সন্দৰ্ভত কৰা আপত্তিজনক মন্তব্যৰ বাবে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকার্জুন খাৰ্গেক তীব্র সমালোচনা বিজেপিৰ

বিজেপিয়ে অপাৰেচন সিন্দুৰ সন্দৰ্ভত কৰা আপত্তিজনক মন্তব্যৰ বাবে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকার্জুন খাৰ্গেক তীব্র সমালোচনা কৰিছে। নতুন দিল্লীত আজি সংবাদ মাধ্যমৰ আগত দলৰ মুখপাত্র সুধাংশু ত্রিবেদীয়ে কয়, যে শ্ৰী খাৰ্গেৰ মন্তব্য সঁচাকৈ গৰিহণাযোগ্য আৰু সশস্ত্র বাহিনীৰ প্ৰতি অপমানজনক। তেওঁ লগতে কংগ্ৰ...

May 21, 2025 7:54 PM

views 34

কেন্দ্ৰীয় চৰকাৰে ২৯ মে’ৰ পৰা ২ জুনৰ ভিতৰত তাপমাত্ৰা ৫৫ ডিগ্ৰী চেলচিয়াছলৈ বৃদ্ধিৰ সম্ভাৱনা সন্দৰ্ভত উচ্চ সতর্কতা জাৰি কৰা বুলি দাবী কৰি সামাজিক মাধ্যমৰ একাংশ চেনেলযোগে প্ৰচাৰিত বাতৰি চৰকাৰৰ খণ্ডন

কেন্দ্ৰীয় চৰকাৰে ২৯ মে'ৰ পৰা ২ জুনৰ ভিতৰত তাপমাত্ৰা ৫৫ ডিগ্ৰী চেলচিয়াছলৈ বৃদ্ধিৰ সম্ভাৱনা সন্দৰ্ভত উচ্চ সতর্কতা জাৰি কৰা বুলি দাবী কৰি সামাজিক মাধ্যমৰ একাংশ চেনেলযোগে প্ৰচাৰিত বাতৰি চৰকাৰে খণ্ডন কৰিছে। প্ৰেছ ইনফ’ৰমেচন ব্যুৰ’ সত্যাসত্য নিৰূপণ গোটে চৰকাৰে এনে কোনো অধিসূচনা জাৰি কৰা নাই বুলি স্পষ্ট ক...

May 21, 2025 7:53 PM

views 27

ছট্টিশগড়ৰ নাৰায়ণপুৰ অবুঝমাড় এলেকাত সুৰক্ষা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত এজন শীর্ষ কমাণ্ডাৰসহ কমেও ২০ জন নক্সালবাদী নিহত

ছট্টিশগড়ৰ নাৰায়ণপুৰ জিলাৰ অবুঝমাড় এলেকাত সুৰক্ষা বাহিনীৰ সৈতে হোৱা এটা সংঘৰ্ষত এজন শীর্ষ কমাণ্ডাৰসহ কমেও ২০ জন নক্সালবাদী নিহত হৈছে। এই সংঘৰ্ষত সুৰক্ষা বাহিনীৰ এজন জোৱান আহত হোৱা বুলি জানিব পৰা গৈছে। ছট্টিশগড়ৰ নাৰায়ণপুৰ, দান্তেৱাৰা, বিজাপুৰ আৰু কন্দাগাঁৱৰ জিলা সংৰক্ষিত বাহিনীৰ এটা যৌথ দলে অবুঝম...

May 21, 2025 7:50 PM

views 31

সীমান্ত সুৰক্ষা বাহিনীয়ে অমৃতচৰৰ পৰা এজন পাকিস্তানী অনুপ্ৰৱেশকাৰীক গ্ৰেপ্তাৰ কৰিছে

সীমান্ত সুৰক্ষা বাহিনীয়ে কালি সন্ধিয়া পাঞ্জাবৰ সীমান্তৱৰ্তী এলেকা অমৃতচৰৰ পৰা এজন পাকিস্তানী অনুপ্ৰৱেশকাৰীক গ্ৰেপ্তাৰ কৰে। সুৰক্ষা বাহিনীৰ জোৱানে আন্তঃৰাষ্ট্ৰীয় সীমা পাৰ হোৱা সন্দেহজনক লোকজনে সীমান্তৰ নিৰাপত্তা বেৰ পাৰ হ'বলৈ চেষ্টা কৰা কাৰ্য নিৰীক্ষণ কৰি লোকজনৰ এই কাৰ্যক প্ৰত্যাহ্বান জনাই তেওঁক গ...

May 21, 2025 7:41 PM

views 53

ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু অৰ্থনৈতিক স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে সন্ত্ৰাসবাদ প্ৰতিৰোধ আৰু সামুদ্রিক সুৰক্ষা নিশ্চিত কৰাটো অতি গুৰুত্বপূৰ্ণ

ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্রতিনিধি পি হৰিশে নিৰাপত্তা পৰিষদত কয়, যে ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু অৰ্থনৈতিক স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে সন্ত্ৰাসবাদ প্ৰতিৰোধ আৰু সামুদ্রিক সুৰক্ষা নিশ্চিত কৰাটো অতি গুৰুত্বপূৰ্ণ। সামুদ্রিক নিৰাপত্তা সন্দৰ্ভত অনুষ্ঠিত বিতৰ্কত অংশ লৈ শ্ৰী হৰিশে ভাৰতৰ ব্যাপক সামুদ্রিক ...

May 21, 2025 7:19 PM

views 21

ভাৰতীয় সাহিত্যিক তথা কানাড়া ভাষাৰ গল্পকাৰ বানু মোস্তাকলৈ চলিত বৰ্ষৰ সন্মানীয় বুকাৰ বঁটা আগবঢ়োৱা হৈছে

ভাৰতীয় সাহিত্যিক তথা কানাড়া ভাষাৰ গল্পকাৰ বানু মোস্তাকলৈ এই বছৰৰ সন্মানীয় বুকাৰ বঁটা আগবঢ়োৱা হৈছে। গল্পকাৰগৰাকীৰ কানাড়া ভাষাৰ গল্প সংকলনৰ ইংৰাজী অনুবাদ হার্ট লেম্পলৈ এই বঁটা আগবঢ়োৱা হৈছে। কন্নড় গল্প সংকলনখন ইংৰাজীলৈ অনুবাদ কৰা দীপা বস্তিকো বিশিষ্ট গল্পকাৰগৰাকীৰ সৈতে এই বঁটা আগবঢ়োৱা হৈছে। উল্...

May 21, 2025 12:40 PM

views 25

ফেডাৰেল ৰিপাব্লিক অৱ জাৰ্মানীৰ চেন্সেলৰ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰা ফ্ৰেডৰিক মাৰ্জক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফেডাৰেল ৰিপাব্লিক অৱ জাৰ্মানীৰ চেন্সেলৰ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ বাবে ফ্ৰেডৰিক মাৰ্জক শুভেচ্ছা জ্ঞাপন কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰীমোদীয়ে কয় যে তেওঁ চেন্সেলৰ ফ্ৰেডৰিক মাৰ্জৰ সৈতে টেলিফোনেৰে কথা পাতে আৰু নতুন কার্যকালৰ বাবে তেওঁক অভিনন্দন জনায়। এই বাৰ্তালাপৰ...

May 21, 2025 12:37 PM

views 22

২০২৬ বৰ্ষৰ পদ্ম সন্মানসমূহৰ বাবে মনোনয়ন আহ্বান

গৃহ মন্ত্ৰালয়ে ২০২৬ বৰ্ষৰ পদ্ম সন্মানসমূহৰ বাবে মনোনয়ন আহ্বান কৰিছে। এই সন্মানসমূহৰ বাবে ৰাষ্ট্ৰীয় পুৰস্কাৰ প'ৰ্টেলৰ জৰিয়তে ৩১ জুলাই পর্যন্ত মনোনয়ন দাখিল কৰিব পৰা যাব। ৰাষ্ট্ৰীয় পুৰস্কাৰ প'ৰ্টেলত উপলব্ধ আর্হিত ভিন ভিন ক্ষেত্ৰৰ মনোনীত ব্যক্তিৰ অভূতপূর্ব সাফল্যৰ স্পষ্ট বর্ণনাত্মক প্ৰশংসা সহ সবিশ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।