ৰাষ্ট্ৰীয়

May 22, 2025 8:10 PM

views 21

পাকিস্তানী সন্ত্ৰাসবাদীৰ গোপন ঘাটিসমূহ ধ্বংস কৰি ভাৰতে যোগ্য প্ৰত্যুত্তৰ দিছে বুলি প্রধানমন্ত্ৰীৰ মন্তব্য

অপাৰেচন সিন্দূৰৰ অধীনত পাকিস্তানী সন্ত্ৰাসবাদীৰ গোপন ঘাটিসমূহ ধ্বংস কৰি ভাৰতে যোগ্য প্ৰত্যুত্তৰ দিছে বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে। তেওঁ কয়, যে সশস্ত্র বাহিনীসমূহক প্রয়োজন অনুসৰি কাম কৰিবলৈ চৰকাৰে তেওঁলোকক সম্পূর্ণ স্বাধীনতা প্ৰদান কৰিছে আৰু ইয়াৰ সহায়ত বাহিনীসমূহে পাকিস্তানক ...

May 22, 2025 8:09 PM

views 25

ৱকফ্ সংশোধনী আইন ২০২৫ সন্দৰ্ভত অন্তৱৰ্তীকালীন আদেশ জাৰি কৰাটো স্থগিত উচ্চতম ন্যায়ালয়ৰ

 উচ্চতম ন্যায়ালয়ে ৱকফ্ সংশোধনী আইন ২০২৫ সন্দৰ্ভত চলি থকা গোচৰটোৰ ক্ষেত্ৰত অন্তৱৰ্তীকালীন আদেশ জাৰি কৰাটো স্থগিত ৰাখিছে। মুখ্য ন্যায়াধীশ বি আৰ গবাই আৰু ন্যায়াধীশ অগষ্টিন জর্জ মাছিক লৈ গঠিত খণ্ড আদালতে এই আইনখনৰ আইনী বৈধতাৰ প্ৰত্যাহ্বান জনায় দাখিল কৰা কেইবাখনো আবেদন সন্দৰ্ভত গোচৰীয় পক্ষকেইটাৰ জ্...

May 22, 2025 6:35 PM

views 13

আজি আন্তঃৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ দিৱস পালন

আজি আন্তঃৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ দিৱস। জৈৱ বৈচিত্ৰৰ সংৰক্ষণ আৰু এই ক্ষেত্ৰত জনসাধাৰণক সজাগ আৰু শিক্ষিত কৰাৰ লক্ষ্যৰে প্ৰতিবছৰে আজিৰ দিনটো জৈৱ বৈচিত্ৰ দিৱস হিচাপে পালন কৰি অহা হৈছে। এই বছৰৰ এই দিৱসৰ বিষয়বস্তু হৈছে- প্ৰকৃতিৰ সৈতে সমন্বয় আৰু বহনক্ষম উন্নয়ন। জৈৱ বৈচিত্ৰৰ ক্ষেত্ৰত চহকী অসমৰ ৰাষ্ট্ৰীয় ...

May 22, 2025 6:17 PM

views 17

দেশৰ ১০৩ টা অমৃত ষ্টেচন প্রধানমন্ত্ৰীৰ ভার্চুৱেল ব্যৱস্থাৰে মুকলি

নগাঁও জিলাৰ হয়বৰগাঁও ৰে'ল ষ্টেচনকে ধৰি দেশৰ ১৮ খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ ১০৩টা অমৃত ষ্টেচন আজি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিকানেৰৰ পৰা ভার্চুৱেল ব্যৱস্থাৰে মুকলি কৰে। এই উপলক্ষে হয়বৰগাঁও অমৃত ষ্টেচনত উত্তৰ-পূব সীমান্ত ৰে'লৱেই আয়োজন কৰা অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য মুখ্য ...

May 22, 2025 3:36 PM

views 4

দিল্লীত বুধবাৰে সন্ধিয়া প্ৰবল ধুমুহাৰ ফলত দুজন লোকৰ মৃত্যু

দিল্লীত কালি সন্ধিয়া হোৱা এজাক প্ৰবল ধুমুহাৰ ফলত দুজন লোকে প্ৰাণ হেৰুৱায়। দিল্লীৰ অগ্নি নির্বাপক বিভাগৰ তৰফৰ পৰা প্ৰকাশ কৰা মতে ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলত ধুমুহাৰ ফলত ঘৰ ভাগি পৰাৰ লগতে গছ আৰু বৈদ্যুতিক খুটা উভালি পৰা ঘটনা সন্দৰ্ভত বিভাগটোৰ কাৰ্যালয়লৈ প্ৰায় ৬০ গৰাকী লোকে ফোন কৰিছে। প্ৰচণ্ড বতাহৰ ফ...

May 22, 2025 3:27 PM

views 25

জম্মু আৰু কাশ্মীৰৰ কিষ্টৱাৰ জিলাৰ ছিংপোৰা চাক্ৰ এলেকাৰ বনাঞ্চলত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত গুলীয়াগুলীৰ ঘটনা

জম্মু আৰু কাশ্মীৰৰ কিষ্টৱাৰ জিলাৰ ছিংপোৰা চাক্ৰ এলেকাৰ বনাঞ্চলত আজি পুৱা নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত গুলীয়াগুলীৰ এটা ঘটনা সংঘটিত হয়। আকাশবাণীৰ জন্মুৰ সংবাদদাতাই জানিবলৈ দিয়া মতে নির্দিষ্ট খবৰৰ ভিত্তিত আৰক্ষী আৰু সেনাৰ এটা যুটীয়া অভিযানকাৰী দলে অঞ্চলটোত তালাচী অভিযান চলাই থকাৰ সময়তে সন...

May 22, 2025 3:24 PM

views 22

সীমান্তৰ সিপাৰৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ স্থিতিক লৈ প্ৰতিনিধি দলসমূহে পূর্ণ সমর্থন কামনা কৰিছে

সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ শূন্য সহনশীলতাৰ বাৰ্তা আৰু পাকিস্তানৰ পৃষ্ঠপোষকতাপ্রাপ্ত সন্ত্ৰাসবাদৰ স্বৰূপ উদঙাই দিয়াৰ উদ্দেশ্যে ভাৰতে আগ্রাসী গোলকীয় অভিযান আৰম্ভ কৰিছে। এই অভিযানৰ অধীনত আজি ডি এম কেৰ সাংসদ কানিমুঝি কৰুণানিধিৰ নেতৃত্বৰ তৃতীয়টো প্ৰতিনিধি দল ৰাওনা হৈছে। এই দলটোৱে স্পেইন, গ্ৰীচ, শ্ল’ভ...

May 22, 2025 3:14 PM

views 31

আজি অমৃত ভাৰত আঁচনিৰ অধীনত ন-ৰূপত সজাই তোলা দেশনোক অমৃত ষ্টেচন মুকলিৰ লগতে বিকানেৰ-মুম্বাই এক্সপ্ৰেছ ৰে’লগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভণি

অপাৰেচন সিন্দুৰৰ জৰিয়তে সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস কৰি ভাৰতে পাকিস্তানক ইয়াৰ দুষ্কাৰ্যৰ উপযুক্ত প্ৰত্যুত্তৰ দিছে বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মত প্ৰকাশ কৰিছে। ৰাজস্থানৰ বিকানেৰত আজি আয়োজিত এখন জনসভাত ভাষণ দি তেওঁ এইদৰে কয়। অমৃত ভাৰত আঁচনিৰ অধীনত ন-ৰূপত সজাই তোলা দেশনোক অমৃত ষ্টেচন মুকলি আৰু...

May 22, 2025 12:07 PM

views 20

প্ৰধানমন্ত্ৰী মোদীয়ে শুকুৰবাৰে দিল্লীত উত্তৰ-পূৰ্বাঞ্চল বিনিয়োগকাৰী সন্মিলন মুকলি কৰিব

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিল্লীত উত্তৰ-পূৰ্বাঞ্চল বিনিয়োগকাৰী সন্মিলন মুকলি কৰিব। দুদিনীয়াকৈ হ'বলগীয়া ৰাইজিং নৰ্থ-ইষ্ট ইনভেষ্টৰ্ছ নামৰ সন্মিলনত উত্তৰ-পূৰ্বাঞ্চলৰ বিনিয়োগ আৰু ব্যৱসায়িক সম্ভাৱনাসমূহ উপস্থাপন কৰা হ'ব। এই সন্মিলনত কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন মন্ত্ৰ্যালয়ৰ বিষয়ববীয়া, সাং...

May 21, 2025 8:49 PM

views 29

উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ যশৱন্ত বাৰ্মাৰচৰকাৰী বাসগৃহৰ পৰা নগদ ধন উদ্ধাৰ হোৱা অভিযোগৰ শুনানি গ্রহণ কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ অস্বীকাৰ

উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ নতুন দিল্লীৰ চৰকাৰী বাসগৃহৰ পৰা নগদ ধন উদ্ধাৰ হোৱা বুলি উঠা অভিযোগ সন্দৰ্ভত এজাহাৰ দাখিল কৰাৰ বাবে অনুৰোধ জনাই দাখিল কৰা আবেদন সন্দৰ্ভত শুনানি গ্রহণ কৰিবলৈ উচ্চতম ন্যায়ালয়ে আজি অস্বীকাৰ কৰে। ন্যায়াধীশ অভয় এছ. ওকা আৰু উজ্বল ভূঞাক লৈ গঠিত এখন বিচাৰপীঠে আব...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।