ৰাষ্ট্ৰীয়

November 29, 2025 12:56 PM November 29, 2025 12:56 PM

views 11

চত্তিশগড়ত ১০জন মাওবাদীৰ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ

চত্তিশগড়ত কালি ১০ জন মাওবাদীয়ে জগদলপুৰ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে। এই আত্মসমৰ্পণকাৰী সকলৰ ভিতৰত ঝিৰাম ভেলী আক্ৰমণৰ মূল ষড়যন্ত্ৰকাৰী চাইতু ওৰফে শ্যাম দাদাও আছে। উল্লেখযোগ্য যে ২০১৩ চনত ঝিৰাম ভেলীত সংঘটিত আক্ৰমণত ৩০ গৰাকী লোকৰ মৃত্যু হৈছিল। ইয়াৰ ভিতৰত জ্যেষ্ঠ কংগ্ৰেছ নেতাও আছিল। আক্ৰমণত বহুসংখ্যক...

November 29, 2025 12:54 PM November 29, 2025 12:54 PM

views 11

শ্ৰীলংকাৰ নৌসেনাৰ ৭৫ সংখ্যক বৰ্ষপূর্তি উদযাপন

দেশৰ প্ৰথমখন স্বদেশী প্রযুক্তিৰে নিৰ্মিত আই এন এছ বিক্ৰান্ত আৰু আই এন এছ উদয়গিৰিয়ে কলম্বোত শ্রীলংকা নৌসেনাৰ আন্তঃৰাষ্ট্ৰীয় পর্যালোচনা বৈঠক ২০২৫ত অংশগ্ৰহণ কৰিছে। শ্ৰীলংকাৰ নৌসেনাৰ ৭৫ সংখ্যক বৰ্ষপূর্তি উদযাপনৰ অংশ হিচাপে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত কেইবাখনো দেশৰ নৌসেনাৰ জাহাজ আৰু প্ৰ...

November 29, 2025 12:35 PM November 29, 2025 12:35 PM

views 10

আৰক্ষী সঞ্চালকপ্ৰধান আৰু আৰক্ষী মহা-পৰিদৰ্শকসকলৰ সৰ্ব ভাৰতীয় সন্মিলনৰ ৬০ সংখ্যক সংস্কৰণ উদ্বোধন

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কালি চত্তিশগড়ৰ ৰায়পুৰত অনুষ্ঠিত আৰক্ষী সঞ্চালকপ্ৰধান আৰু আৰক্ষী মহা-পৰিদৰ্শকসকলৰ সৰ্ব ভাৰতীয় সন্মিলনৰ ৬০ সংখ্যক সংস্কৰণ উদ্বোধন কৰে। শ্ৰীশ্বাহে ভাষণ প্ৰসংগত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গতিশীল নেতৃত্বত দেশৰ আভ্যন্তৰীণ নিৰাপত্তাজনিত প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰাৰ...

November 28, 2025 9:42 PM November 28, 2025 9:42 PM

views 8

ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধন প্ৰক্ৰিয়াৰ দ্বিতীয় পৰ্যায়ত ৫০ কোটি ৬৮ লাখতকৈও অধিক গণনা প্ৰ-পত্ৰ বিতৰণ

ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধন প্ৰক্ৰিয়াৰ দ্বিতীয় পৰ্যায়ত ৫০ কোটি ৬৮ লাখতকৈও অধিক গণনা প্ৰ-পত্ৰ বিতৰণ কৰা হৈছে বুলি নির্বাচন আয়োগে আজি প্রকাশ কৰে। এই পৰ্যায়ত ৫১ কোটি ভোটদাতা সংযুক্ত কৰা হৈছে। যোৱা ৪ নৱেম্বৰত দেশৰ ৯ খন ৰাজ্য আৰু তিনিখন কেন্দ্ৰীয় শাসিত অঞ্চলত ভোটাৰ তালিকাৰ বিস্তৃত সংশোধনী প্ৰক...

November 28, 2025 9:38 PM November 28, 2025 9:38 PM

views 6

বিশ্বৰ দ্বিতীয় বৃহৎ চাহ ৰপ্তানিকাৰী দেশ ভাৰত; বছৰি প্ৰায় ২৫৫ মিলিয়ন চাহ উৎপাদন

ভাৰত বিশ্বৰ দ্বিতীয় বৃহৎ চাহ ৰপ্তানিকাৰী দেশ আৰু ভাৰতে বছৰি প্ৰায় ২৫৫ মিলিয়ন চাহ উৎপাদন কৰে। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীযুষ গোৱেলে আজি নতুন দিল্লীত অনুষ্ঠিত সুৰক্ষিত চাহ উৎপাদন সন্মিলনত অংশগ্ৰহণ কৰি এই কথা প্ৰকাশ কৰে। শ্রীগোৱেলে কয়, যে চাহ উদ্যোগত কৰ্মৰত শ্ৰমিকসকলৰ কল্যাণৰ বাবে চৰকা...

November 28, 2025 9:35 PM November 28, 2025 9:35 PM

views 4

নতুন দিল্লীত অনুষ্ঠিত ৩৭সংখ্যক সংসদীয় শিক্ষা নবি কাৰ্যসূচীত অংশগ্ৰহণকাৰীসকলক লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ সাক্ষাৎ

নতুন দিল্লীত অনুষ্ঠিত ৩৭সংখ্যক সংসদীয় শিক্ষা নবি কাৰ্য্যসূচী-২০২৫ত অংশগ্ৰহণকাৰীসকলক লোকসভাৰ অধ্যক্ষ ওম বিৰলাই সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টত অধ্যক্ষগৰাকীয়ে কয়, যে তেওঁ এই কাৰ্য্যসূচীত ভাগ লোৱা বিভিন্ন দেশৰ পৰা অহা অংশগ্ৰহণকাৰীসকলৰ সৈতে বাৰ্তালাপ কৰে। শ্ৰীবিৰলাই কয়, যে ভাৰতীয় সংসদীয় পৰ...

November 28, 2025 9:34 PM November 28, 2025 9:34 PM

views 6

চলিত বিত্তীয় বৰ্ষৰ দ্বিতীয় ত্রিমাসিকত ৮.২ শতাংশ জি ডি পি বৃদ্ধি হৈছেঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

চলিত বিত্তীয় বৰ্ষৰ দ্বিতীয় ত্রিমাসিকত ৮ দশমিক ২ শতাংশ জি ডি পি বৃদ্ধি হৈছে। সামাজিক মাধ্যমৰ এটা পোষ্টত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই বৃদ্ধিৰ প্ৰশংসা কৰি কয়, যে চৰকাৰৰ বুদ্ধি সমৰ্থক নীতি আৰু সংস্কাৰৰ ফলতেই জি ডি পিৰ এই উৎসাহজনক বৃদ্ধি সম্ভৱ হৈছে। তেওঁ লগতে কয়, যে এই বৃদ্ধিয়ে দেশৰ জনসাধাৰণৰ ক...

November 28, 2025 12:28 PM November 28, 2025 12:28 PM

views 15

উচ্চ শিক্ষা প্রতিষ্ঠানসমূহক UGCৰ নিৰ্দেশ জাৰি

বিশ্ববিদ্যালয় অনুদান আয়োগ UGCয়ে উচ্চ শিক্ষা প্রতিষ্ঠানসমূহক সময়মতে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ আৰু চূড়ান্ত ডিগ্ৰী আৰু প্ৰমাণ-পত্ৰ শীঘ্ৰে জাৰি কৰিবলৈ নিৰ্দেশ দিছে। আয়োগে বিলম্বৰ বাবে শিক্ষার্থীসকলে সুযোগ হেৰুৱাবলগীয়া হয় আৰু তেওঁলোকে উপযুক্ত তথা গুণগত কর্মসংস্থান লাভ কৰাত বাধাৰ সৃষ্টি হয় বুলি উল্...

November 28, 2025 12:22 PM November 28, 2025 12:22 PM

views 7

কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ছত্তিশগড়লৈ যাব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে ছত্তিশগড়লৈ যাব। ভ্রমণকালত শ্ৰীমোদীয়ে আৰক্ষী সঞ্চালকপ্ৰধান আৰু আৰক্ষী মহা-পৰিদৰ্শকসকলৰ সৰ্ব ভাৰতীয় সন্মিলনৰ ৬০ সংখ্যক সংস্কৰণত অংশগ্ৰহণ কৰিব । ৰায়পুৰত আজিৰে পৰা ৩ দিনীয়া কাৰ্যসূচীৰে হ'বলগীয়া এই সন্মিলনত শান্তি ৰক্ষাৰ বাবে থকা মূল প্ৰত্যাহ্...

November 28, 2025 12:20 PM November 28, 2025 12:20 PM

views 9

ভাৰতীয় ৰাজহ সেৱাৰ ৭৬ সংখ্যক বেটছৰ প্ৰশিক্ষাৰ্থী বিষয়াক উদ্দেশ্যি লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ ভাষণ

এখন ৰাষ্ট্র, এটা কৰ ব্যৱস্থাৰ লেখীয়া সংস্কাৰসমূহে দেশৰ কৰ পৰিকাঠামো সৰল আৰু স্বচ্ছ কৰি তুলিছে আৰু ইয়াৰ ফলত দেশত বিকাশ আৰু সমৃদ্ধি ত্বৰান্বিত হৈছে। নতুন দিল্লীত কালি ভাৰতীয় ৰাজহ সেৱাৰ ৭৬ সংখ্যক বেটছৰ প্ৰশিক্ষাৰ্থী বিষয়াসকলক উদ্দেশ্যি দিয়া ভাষণত লোকসভাৰ অধ্যক্ষ ওম বিৰলাই এই কথা প্ৰকাশ কৰে। তেওঁ ক...