ৰাষ্ট্ৰীয়

June 1, 2025 11:49 AM

views 41

সোমবাৰৰ পৰা ৫ দিনীয়া নৰৱে’ আৰু ডেনমার্ক ভ্রমণসূচীৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

● কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল কাইলৈ পাঁচদিনীয়া নৰৱে' আৰু ডেনমার্ক ভ্রমণসূচীৰে ৰাওনা হ'ব। ন'ৰৱেত শ্ৰী সোণোৱালে অছলোত নৰ ছিপিং বাণিজ্য মেলা আৰু সন্মিলনৰ ৬০ সংখ্যক সংস্কৰণত মহাসাগৰ সম্পৰ্কীয় এখন উচ্চ পর্যায়ৰ বৈঠকত ভাষণ দিব আৰু প্ৰথমটো ভাৰতীয় মণ্ডপ মুকলি কৰিব। ত...

June 1, 2025 11:39 AM

views 36

পাকিস্তানৰ সৈতে জড়িত চোৰাংচোৱাগিৰিৰ গোচৰত দেশৰ ৮ ৰাজ্যৰ ১৫ স্থানত ৰাষ্ট্ৰীয় তদন্ত সংস্থাৰ তালাচী

● ৰাষ্ট্ৰীয় তদন্ত সংস্থাই পাকিস্তানৰ সৈতে জড়িত চোৰাংচোৱাগিৰিৰ এটা গোচৰত কালি দেশৰ ৮ খন ৰাজ্যৰ ১৫টা স্থানত তালাচী চলায়। সংস্থাটোৱে এটা বিবৃতি যোগে অসম, পশ্চিমবংগ, দিল্লী, মুম্বাই, হাৰিয়ানা, উত্তৰ প্ৰদেশ, বাজস্থান আৰু চত্তিশগড়ত তালাচী চলোৱা বুলি প্ৰকাশ কৰিছে। তালাচীৰ সময়ত ভালেসংখ্যক বৈদ্যুতিন সঁ...

May 31, 2025 8:27 PM

views 41

বিশ্বৰ আন প্ৰান্তৰ লগতে ভাৰততো বিশ্ব ধপাত বিৰোধী দিৱস পালন

বিশ্বৰ আন আন প্ৰান্তৰ লগতে ভাৰততো আজি বিশ্ব ধপাত বিৰোধী দিৱস পালন কৰা হৈছে। ধপাতমুক্ত এখন সুন্দৰ সমাজ গঢ়াৰ লক্ষ্যৰে প্ৰতি বছৰে বিশ্ব স্বাস্থ্য সংস্থাই এই দিৱস পালন কৰি আহিছে। অসমতো আজি বিশ্ব ধপাত বিৰোধী দিৱস উদযাপন কৰা হয়।

May 31, 2025 8:00 PM

views 24

জয়পুৰত বিজেপিৰ কাৰ্যকৰ্তাক উদ্দেশ্যি কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাৰ ভাষণ

অপাৰেচন সিন্দূৰে এই কথা প্ৰমাণ কৰিছে যে, যদি কোনোবাই ভাৰতৰ প্ৰতি কু-দৃষ্টি নিক্ষেপ কৰে তেন্তে ভাৰতে সেই শত্ৰুক যথাযোগ্য প্ৰত্যুত্তৰ দিব। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী জে পি নাড্ডাই আজি জয়পুৰত বিজেপিৰ কাৰ্যকৰ্তাসকলক উদ্দেশ্যি দিয়া ভাষণত এই কথা প্ৰকাশ কৰে। অপাৰেচন সিন্দূৰৰ প্ৰসংগত ...

May 31, 2025 7:57 PM

views 38

ভূপালত আয়োজিত জনসভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে পেহেলগাম কাণ্ডক ভাৰতৰ নাৰী শক্তিৰ প্ৰতি প্ৰত্যাহ্বান বুলি অভিহিত কৰি এই ঘটনা কুটাঘাতকাৰীৰ বাবে মৃত্যু ঘণ্টা সদৃশ হৈ পৰা বুলি মত প্ৰকাশ কৰিছে। ভূপালত আজি আয়োজিত এখন জনসভাত ভাষণ দি তেওঁ কয় যে ভাৰতে কোনো কাৰণতে কোনো ধৰণৰ ছাঁয়া যুদ্ধক সহ্য নকৰে আৰু এনেধৰণৰ সন্ত্ৰাসক কঠো...

May 31, 2025 7:48 PM

views 14

মিজোৰামত প্ৰৱল বৰষুণৰ ফলত হোৱা ভূমিস্খলনত বহু লোক হতাহত

মিজোৰাম লৱতৰাই চহৰত প্ৰৱল বৰষুণৰ ফলত হোৱা ভূমিস্খলনত এখন হোটেলকে ধৰি ছটা বাসগৃহ ভাগি পৰাত বহু লোক হতাহত হোৱাৰ আশংকাই দেখা দিছে। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি সীমান্ত অঞ্চলৰ সমীপৰ বাজাৰ বেং তথা চান্দমাৰীত কালি প্ৰায় চাৰে দহ বজাত এই ঘটনা সংঘটিত হয়। ৰাজ্যিক দুর্যোগ সহাৰি বাহিনী এছ ডি আৰ এফ এ উদ্ধাৰ...

May 31, 2025 7:45 PM

views 16

ধাৰাসাৰ বৰষুণৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ স্বাভাৱিক জীৱনযাত্ৰা বাৰুকৈয়ে ব্যাহত

দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ প্ৰভাৱত হোৱা ধাৰাসাৰ বৰষুণৰ বাবে দেশৰ আন কোনো ঠাইৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ স্বাভাৱিক জীৱনযাত্ৰা বাৰুকৈয়ে ব্যাহত হৈছে। বৰষুণ এৰাৰ ফলত গুৱাহাটী মহানগৰীকে ধৰি অসমৰ কেতবোৰ ঠাইত পৰিস্থিতি কিছুপৰিমাণে উন্নত হৈছে যদিও ভালেমান অঞ্চল এতিয়াও যোগাযোগ বিচ্ছিন্ন হৈ আছে।...

May 31, 2025 7:41 PM

views 21

কলম্বিয়াত উপস্থিত কংগ্ৰেছ সাংসদ শশী থাৰুৰ নেতৃত্বধীন সর্বদলীয় প্রতিনিধি দল

সন্ত্ৰাসবাদক উৎখাত কৰাৰ আহ্বানেৰে ভাৰতৰ সংসদীয় প্রতিনিধি দলৰ বিদেশ ভ্ৰমণৰ জৰিয়তে আৰম্ভ হোৱা উচ্চ পৰ্যায়ৰ আলাপ-আলোচনা অব্যাহত আছে। ভিন ভিন দলৰ সাংসদসকলক লৈ গঠন কৰা এনে ৭টা প্ৰতিনিধি দলে সম্প্ৰতি বিভিন্ন দেশৰ নেতৃবৰ্গৰ সৈতে আলোচনাত অংশগ্ৰহণ কৰি ভাৰতৰ সন্ত্ৰাসবাদ বিৰোধী স্থিতিৰ বিষয়ে তেওঁলোকক অৱগত ...

May 31, 2025 1:25 PM

views 13

অশোধিত পাম তেল, চয়াবিন তেল, সূর্যমুখী তেলৰ ওপৰত আৰোপিত বুনিয়াদী সীমা শুল্ক ১০ শতাংশলৈ হ্ৰাস

কেন্দ্ৰীয় চৰকাৰে অশোধিত পাম তেল, অশোধিত চয়াবিন তেল আৰু অশোধিত সূর্যমুখী তেলৰ ওপৰত আৰোপিত বুনিয়াদী সীমা শুল্ক ১০ শতাংশলৈ হ্ৰাস কৰিছে। খোৱা তেলৰ খুচুৰা মূল্য হ্ৰাস কৰা আৰু প্ৰ-সংস্কৰণৰ সৈতে জড়িত ঘৰুৱা উদ্যোগিকসকলৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ উদ্দেশ্যে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। বিত্ত মন্ত্ৰ্যালয়ে সীমা...

May 31, 2025 1:23 PM

views 21

দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ প্ৰভাৱত হোৱা ধাৰাষাৰ বৰষুণৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যৰ স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত

দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ প্ৰভাৱত হোৱা ধাৰাষাৰ বৰষুণৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ স্বাভাৱিক জীৱনযাত্ৰা বাৰুকৈয়ে ব্যাহত হৈছে। অসমত নেৰা-নেপেৰাকৈ হোৱা ধাৰাষাৰ বৰষুণ আৰু বতাহৰ বাবে স্বাভাৱিক জীৱন যাত্ৰা বিঘ্নিত হৈছে। গুৱাহাটীত কালি ভালেমান অংশ জলমগ্ন হৈ পৰে আৰু জনসাধাৰণৰ দৈনন্দিন জীৱন স্তব্ধ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।