ৰাষ্ট্ৰীয়

June 2, 2025 8:38 PM

views 30

এছিয়ান এথলেটিক ছেম্পিয়নশ্বিপত ভাৰতীয় খেলুৱৈসকলে দেখুওৱা উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে প্রধানমন্ত্ৰী মোদীৰ ভূয়সী প্ৰশংসা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শেহতীয়াকৈ দক্ষিণ কোৰিয়াত সামৰণি পৰা এছিয়ান এথলেটিক ছেম্পিয়নশ্বিপত ভাৰতীয় খেলুৱৈসকলে দেখুওৱা উৎকৃষ্ট প্ৰদৰ্শনৰ ভূয়সী প্ৰশংসা কৰিছে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত শ্রীমোদীয়ে কয়, যে ভাৰতীয় খেলুৱৈসকলৰ উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে দেশবাসী গৌৰবান্বিত। তেওঁ লগতে কয়, য...

June 2, 2025 10:42 AM

views 44

৫ দিনীয়া ভ্ৰমণসূচীৰ প্ৰথম পৰ্যায়ত ন’ৰ’ৱেত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৫ দিনীয়া ভ্ৰমণসূচীৰ প্ৰথম পৰ্যায়ত কালি ন'ৰ'ৱেত উপস্থিত হৈছে। ন'ৰ'ৱেত শ্ৰী সোণোৱালে অছলোত নৰ ছিপিং বাণিজ্য মেলা আৰু সন্মিলনৰ ৬০ সংখ্যক সংস্কৰণত মহাসাগৰ সম্পৰ্কীয় এখন উচ্চ পৰ্যায়ৰ বৈঠকত ভাষণ দিব। জাপান আৰু ন'ৰ'ৱেৰ জাহাজ পৰিবহণ আৰু জ...

June 2, 2025 10:02 AM

views 29

পাৰাগুৱেৰ ৰাষ্ট্ৰপতি ছেণ্টিয়াগ পেনা পালাছিয়ছৰ আজিৰে পৰা ৩ দিনীয়াকৈ ভাৰত ভ্ৰমণ

পাৰাগুৱেৰ ৰাষ্ট্ৰপতি ছেণ্টিয়াগ পেনা পালাছিয়ছে আজিৰে পৰা তিনিদিনীয়াকৈ ভাৰত ভ্ৰমণ কৰিব। তেওঁৰ সৈতে মন্ত্ৰী, জ্যেষ্ঠ বিষয়া আৰু ব্যৱসায়িক প্ৰতিনিধিকে ধৰি এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলো থাকিব। এই ভ্ৰমণৰ সময়ছোৱাত দুয়োপক্ষই দ্বিপাক্ষিক সম্পৰ্কৰ বিস্তৃত পর্যালোচনা কৰাৰ সম্ভাৱনা আছে। বৈদেশিক পৰিক্ৰমা...

June 2, 2025 10:05 AM

views 25

৫ বছৰৰ বিৰতিৰ অন্তত কৈলাশ মানসৰোবৰ যাত্ৰাৰ আয়োজন

ছিকিম চৰকাৰে ৫ বছৰৰ বিৰতিৰ অন্তত ভগৱান শিৱৰ পবিত্ৰ তীৰ্থস্থান কৈলাশ মানসৰোবৰ যাত্ৰাৰ আয়োজন কৰিবলৈ সাজু হৈছে। ছিকিম চৰকাৰৰ পৰ্যটন আৰু অসামৰিক বিমান পৰিবহণ বিভাগৰ অতিৰিক্ত মুখ্য সচিব চি এছ ৰাওৱে জনাইছে যে অহা ১৫ জুনত গেংটকত প্ৰথমটো তীর্থযাত্ৰীৰ দল উপস্থিত হোৱাৰ লগে লগেই এই যাত্ৰাৰ আৰম্ভ হ'ব। সুগম যাত...

June 2, 2025 9:52 AM

views 50

২০২৬ চনত ভাৰতীয় জনতা পাৰ্টিয়ে পশ্চিমবংগত পৰৱৰ্তী চৰকাৰ গঠন কৰিব: গৃহমন্ত্ৰী

গৃহমন্ত্রী অমিত শ্বাহে পশ্চিমবংগৰ তৃণমূল কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰক তীব্র সমালোচনা কৰি কয়, যে ২০২৬ চনত ভাৰতীয় জনতা পাৰ্টিয়ে ৰাজ্যখনত পৰৱৰ্তী চৰকাৰ গঠন কৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কালি কলকাতাৰ নেতাজী ইনড'ৰ ষ্টেডিয়ামত আয়োজিত এখন জনসভাত ভাষণ দি এইদৰে কয়। ৰাজ্যখনৰ আইন শৃংখলা পৰিস্থিতিৰ অৱন...

June 2, 2025 9:44 AM

views 38

কৃষি ক্ষেত্ৰ দেশৰ অৰ্থব্যৱস্থাৰ সৰ্বোচ্চ শক্তি: শিৱৰাজ সিং

কেন্দ্ৰীয় কৃষিমন্ত্রী শিৱৰাজ সিং চৌহানে কয়, যে কৃষি ক্ষেত্ৰ দেশৰ অৰ্থব্যৱস্থাৰ সৰ্বোচ্চ শক্তি। নতুন দিল্লীত কালি পণ্ডিত দীনদয়াল উপাধ্যায়ৰ ৰাষ্ট্ৰীয় স্মৃতি আলোচনা চক্ৰৰ ৬০ বছৰ পূৰ্ণ হোৱাৰ উপলক্ষে অনুষ্ঠিত সভাত অংশগ্ৰহণ কৰি শ্রীচৌহানে গ্রাম্য ক্ষেত্ৰত দৰিদ্ৰ হ্ৰাস পোৱা আৰু দেশৰ জনসাধাৰণৰ জীৱনৰ মা...

June 2, 2025 9:38 AM

views 22

ভাৰত মণ্ডপমত আই এ টি এ-ৰ ৮১ সংখ্যক বাৰ্ষিক সাধাৰণ সভাত প্রধানমন্ত্ৰী মোদীয়ে অংশগ্ৰহণ কৰিব

● প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত আন্তঃৰাষ্ট্ৰীয় বায়ু পৰিবহণ সংঘ, আই এ টি এ-ৰ ৮১ সংখ্যক বাৰ্ষিক সাধাৰণ সভাত অংশগ্ৰহণ কৰাৰ কথা আছে। প্রধানমন্ত্ৰীয়ে এই উপলক্ষে আয়োজিত সভাত ভাষণো দিব। এই সভা কালি আৰম্ভ হৈছিল আৰু কাইলৈ ইয়াৰ সামৰণি পৰিব। বিশ্ব বিমান পৰিবহণ সন্মিলনত বিমান...

June 1, 2025 7:58 PM

views 19

পশ্চিমবংগৰ তৃণমূল কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰক গৃহমন্ত্রী অমিত শ্বাহৰ তীব্র সমালোচনা

গৃহমন্ত্রী অমিত শ্বাহে আজি পশ্চিমবংগৰ তৃণমূল কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰক তীব্র সমালোচনা কৰি কয়, যে ২০২৬ চনত ভাৰতীয় জনতা পাৰ্টিয়ে ৰাজ্যখনত পৰৱৰ্তী চৰকাৰ গঠন কৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে আজি কলকাতাৰ নেতাজী ইনড'ৰ ষ্টেডিয়ামত আয়োজিত এখন জনসভাত ভাষণ দি এইদৰে কয়। ৰাজ্যখনৰ আইন শৃংখলা পৰিস্থিতিৰ ...

June 1, 2025 3:16 PM

views 30

ব্রাজিলৰ ৰাজধানী ব্ৰাচিলিয়াত উপস্থিত কংগ্ৰেছ সাংসদ শশী ঠাৰুৰ নেতৃত্বৰ প্রতিনিধি দল

● অপাৰেশ্বন সিন্দূৰ আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে থকা ভাৰতৰ নীতিৰ প্ৰচাৰৰ বাবে ৭ টা সৰ্বদলীয় প্রতিনিধি দলৰ বিদেশ ভ্রমণ অব্যাহত আছে। প্রতিনিধি দলসমূহে বিভিন্ন দেশৰ নেতাক সাক্ষাৎ‍ কৰি সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ শূন্য সহনশীলতা নীতিৰ বিষয়ে অৱগত কৰে। কংগ্ৰেছ সাংসদ শশী ঠাৰুৰে নেতৃত্ব দিয়া প্রতিনিধি দলটো আ...

June 1, 2025 3:08 PM

views 30

কলকাতাৰ নিউটাউনত কেন্দ্ৰীয় ফৰেনচিক বিজ্ঞান গৱেষণাগাৰৰ নতুন ভৱন উদ্বোধন গৃহমন্ত্ৰী অমিত শ্বাহৰ

● কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে আজি কলকাতাৰ নিউটাউনত কেন্দ্ৰীয় ফৰেনচিক বিজ্ঞান গৱেষণাগাৰৰ নতুন ভৱন উদ্বোধন কৰে। উদ্বোধনী ভাষণত শ্ৰীশ্বাহে কয়, যে এই নতুন গৱেষণাগাৰটোৱে পূব আৰু উত্তৰ পূব ভাৰতৰ বহুতো জটিল গোচৰৰ সমাধানত সহায় কৰিব। গৃহমন্ত্ৰীগৰাকীয়ে দুদিনীয়া ভ্রমণসূচীৰে যোৱা নিশা কলকাতালৈ আহে। ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।