June 8, 2025 9:15 PM
22
এন ডি এ চৰকাৰে কেন্দ্ৰত এঘাৰ বছৰ সম্পূৰ্ণ কৰাৰ সমান্তৰালকৈ দেশৰ শিক্ষাখণ্ডত বৃহৎ পৰিৱৰ্তন পৰিলক্ষিত হৈছেঃ দিল্লী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য যোগেশ সিঙ
এন ডি এ চৰকাৰে কেন্দ্ৰত এঘাৰ বছৰ সম্পূৰ্ণ কৰাৰ সমান্তৰালকৈ দেশৰ শিক্ষাখণ্ডত বৃহৎ পৰিৱৰ্তন পৰিলক্ষিত হৈছে। ৰাষ্ট্ৰীয় শিক্ষানীতি, উদীয়মান ভাৰতৰ বাবে পি এম বিদ্যালয়, সর্বশিক্ষা অভিযান, পি এম ই বিদ্যাৰ দৰে উল্লেখযোগ্য পদক্ষেপসমূহৰ জৰিয়তে দেশৰ শৈক্ষিক পাঠ্যক্ৰমৰ তাৎপৰ্যপূৰ্ণ বিকাশ হৈছে। আকাশবাণী বাতৰ...