ৰাষ্ট্ৰীয়

June 10, 2025 9:27 PM

views 37

ইছলামাবাদক আন্তঃসীমা সন্ত্ৰাসবাদৰ ক্ষেত্ৰত সহযোগিতা আগ নবঢ়াবলৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ সঁকিয়নি

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে ইছলামাবাদক আন্তঃসীমা সন্ত্ৰাসবাদৰ ক্ষেত্ৰত সহযোগিতা আগ নবঢ়াবলৈ সঁকিয়াই দিছে। তেওঁ লগতে কয়, যে শেহতীয়াকৈ পেহেলগামত হোৱা আক্ৰমণৰ দৰে পাকিস্তানে যদি কোনো ধৰণৰ প্ৰৰোচনাত পৰি ভাৰতক পুনৰ আক্ৰমণ কৰাৰ চেষ্টা কৰে, তেন্তে ভাৰতে ইয়াৰ উচিত প্ৰত্যুত্তৰ দিব। মন্ত্ৰীজনে...

June 10, 2025 9:22 PM

views 36

নৰেন্দ্ৰ মোদী চৰকাৰৰ ১১ বছৰ সম্পূৰ্ণ

নৰেন্দ্ৰ মোদী চৰকাৰৰ ১১ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে নৰেন্দ্ৰ মোদী এপ্ অথবা নমো এপৰ জৰিয়তে আৰম্ভ কৰা জন-মন সমীক্ষাৰ প্ৰথম দিনতে সমগ্ৰ দেশৰ ৫ লাখৰো অধিক লোকে এই সমীক্ষাৰ জৰিয়তে প্রতিক্রিয়া জনাইছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি দেশবাসীক বিগত ১১ বছৰত দেশৰ বিকাশ যাত্ৰা সন্দৰ্ভত নমো এপৰ জৰিয়তে সমী...

June 10, 2025 9:19 PM

views 35

দেশত ক্ৰীড়া আন্তঃগাঁথনিৰ সম্প্ৰসাৰণে গোলকীয় খেল মহাশক্তি হিচাপে প্ৰতিষ্ঠা কৰাৰ দিশত ভাৰতক আগুৱাই নিছেঃ প্ৰধানমন্ত্ৰী মোদী

দেশত ক্ৰীড়া আন্তঃগাঁথনিৰ সম্প্ৰসাৰণে গোলকীয় খেল মহাশক্তি হিচাপে প্ৰতিষ্ঠা কৰাৰ দিশত ভাৰতক আগুৱাই নিছে বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াৰ এটা প্ৰৱন্ধ শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে আজি কয়, যে যুৱক-যুৱতীসকলক কেন্দ্ৰ হিচা...

June 10, 2025 8:38 PM

views 19

ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাক মহাকাশলৈ কঢ়িয়াই নিব লগা AXIOM-4 অভিযান বেয়া বতৰৰ পৰিপ্ৰেক্ষিতত সাময়িকভাৱে পিছুৱাই দিয়া হৈছে

ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাক মহাকাশলৈ কঢ়িয়াই নিব লগা AXIOM-4 অভিযান বেয়া বতৰৰ পৰিপ্ৰেক্ষিতত সাময়িকভাৱে পিছুৱাই দিয়া হৈছে। ভাৰতীয় সময় অনুসৰি কাইলৈ সন্ধিয়া ৫.৩০ বজাত মহাকাশযানৰ উৎক্ষেপনৰ সময় নিৰ্ধাৰণ কৰা হৈছে। সামাজিক মাধ্যমৰ এটা পোষ্টত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা, ইছৰ'ৰ অধ্যক্ষ ভি নাৰ...

June 10, 2025 8:16 PM

views 25

কেন্দ্ৰই পাকিস্তানৰ গোলাবর্ষণত ক্ষতিগ্ৰস্ত ২,০৬০ টা বাসগৃহ পুনৰ নিৰ্মাণৰ বাবে ২৫ কোটি টকাৰ অতিৰিক্ত পুঁজি মুকলি কৰিব

কেন্দ্ৰীয় চৰকাৰে দেশৰ সীমান্ত অঞ্চলসমূহত পাকিস্তানৰ গোলাবর্ষণত ক্ষতিগ্ৰস্ত ২,০৬০ টা বাসগৃহ পুনৰ নিৰ্মাণৰ বাবে ২৫ কোটি টকাৰ অতিৰিক্ত পুঁজি মুকলি কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সম্পূৰ্ণৰূপে ক্ষতিগ্রস্ত প্ৰতিটো ঘৰৰ বাবে ২ লাখ টকাকৈ আৰু আংশিকভাৱে ক্ষতিগ্ৰস্ত প্ৰতিটো ঘৰৰ বাবে ১ লাখ টকাকৈ অতিৰিক্ত ...

June 10, 2025 8:03 PM

views 28

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত আশাৰ কিৰণ হিচাপে পৰিগণিত হৈছেঃ গজেন্দ্র সিং শেখাৱট

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত আশাৰ কিৰণ হিচাপে পৰিগণিত হৈছে বুলি কেন্দ্ৰীয় সংস্কৃতি মন্ত্রী গজেন্দ্র সিং শেখাৱটে প্রকাশ কৰিছে। মোদী চৰকাৰৰ ১১ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে চেন্নাইত আজি সংবাদ মাধ্যমৰ আগত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, যে ভাৰত এখন নিৰাশাৰ ৰাষ্ট্ৰৰ পৰা উজ্বল ভৱিষ্যতলৈ ৰূপান্...

June 10, 2025 8:01 PM

views 42

যুৱচামক ড্ৰাগছৰ আসক্তিৰ পৰা মুক্তৰ উদ্দেশ্যে পঞ্জাব চৰকাৰৰ ২০০ গৰাকী মনোৰোগ বিশেষজ্ঞ নিয়োগৰ সিদ্ধান্ত

পঞ্জাব চৰকাৰে ৰাজ্যখনত যুৱচামক ড্ৰাগছৰ আসক্তিৰ পৰা মুক্ত কৰাৰ উদ্দেশ্যে যাৱতীয় সহযোগিতা আৰু পৰামৰ্শ প্ৰদানৰ বাবে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ ২০০ গৰাকী মনোৰোগ বিশেষজ্ঞ নিয়োগ কৰাৰ সিদ্ধান্ত লৈছে। পঞ্জাব চৰকাৰে ৰাজ্যখনৰ পৰা ড্ৰাগছ নিৰ্মূল কৰাৰ বাবে আৰম্ভ কৰা য়ুধ নাছিয়ান বিৰুধ অর্থাৎ ড্ৰাগছৰ বিৰুদ...

June 10, 2025 7:56 PM

views 30

বিজ্ঞানীসকলক সহযোগিতাৰে কাম কৰিবলৈ কেন্দ্রীয় শিক্ষা মন্ত্রী ধর্মেন্দ্র প্রধানৰ আহ্বান

কেন্দ্রীয় শিক্ষা মন্ত্রী ধর্মেন্দ্র প্রধানে কয়, যে বিজ্ঞানী, উদ্ভাৱক আৰু নীতি নির্মাতাসকলে একেলগ হৈ দুৰ্বল আৰু পিছপৰা শ্ৰেণীৰ সৱলীকৰণৰ ক্ষেত্ৰত এটা পৰিস্থিতিতন্ত্ৰ গঠনৰ বাবে এয়াই হৈছে উপযুক্ত সময়। হায়দাবাদত যুৱ বিজ্ঞানীসকলৰ আন্তঃৰাষ্ট্ৰীয় সমাৰোহ তথা গ্ল'বেল ইয়ং একাডেমীৰ বাৰ্ষিক সাধাৰণ বৈঠকত অ...

June 10, 2025 7:43 PM

views 41

জম্মু-কাশ্মীৰৰ জম্মু অঞ্চলত তাপ প্রবাহ অব্যাহত

জম্মু-কাশ্মীৰৰ জম্মু অঞ্চলত তাপ প্রবাহ অব্যাহত আছে। অঞ্চলটোত বিগত চাৰি বছৰত এইবাৰ তাপমান আটাইতকৈ বেছি হোৱা পৰিলক্ষিত হৈছে। পাঁচ খন জিলাত কালি তাপমানে অভিনেখ গঢ়ি ৪০ ডিগ্ৰী চেলচিয়াছৰ মাত্ৰ অতিক্ৰম কৰে। ছাম্বাত সর্বাধিক ৪৬.৬ ডিগ্রী চেলচিয়াছ তাপমান ৰেকৰ্ড হয়। জম্মু মহানগৰত কালিৰ দিনটোত তাপমান আছিল ৪...

June 10, 2025 7:19 PM

views 36

ভাৰতে কোনো ধৰণৰ সন্ত্ৰাসবাদী কার্যকলাপ সহ্য নকৰেঃ নিত্যানন্দ ৰায়

ভাৰতে কোনো ধৰণৰ সন্ত্ৰাসবাদী কার্যকলাপ সহ্য নকৰে আৰু সন্ত্ৰাসবাদ দমনৰ বাবে কঠোৰ ব্যৱস্থা অব্যাহত ৰাখিব বুলি কেন্দ্ৰীয় গৃহ পৰিক্ৰমা ৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়ে প্ৰকাশ কৰিছে। পেহেলগামৰ সন্ত্রাসবাদী আক্রমণক বৰ্বৰ কাৰ্য বুলি অভিহিত কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে অপাৰেচন সিন্দুৰৰ জৰিয়তে ভাৰতে পাকিস্তান...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।