ৰাষ্ট্ৰীয়

June 12, 2025 2:51 PM

views 23

চৰকাৰে যোৱা ১১ বছৰৰ বিভিন্ন গুৰুত্বপূৰ্ণ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপসমূহৰ সন্দৰ্ভত আকাশবাণীয়ে বিশেষভাৱে প্ৰচাৰ কৰিছে

■ সেৱা, সুশাসন আৰু দৰিদ্ৰ কল্যাণৰ আদৰ্শৰে দেশে ৰূপান্তৰৰ এটা দশক সম্পূৰ্ণ কৰিছে। চৰকাৰে যোৱা ১১ বছৰে বিভিন্ন গুৰুত্বপূৰ্ণ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপসমূহৰ সন্দৰ্ভত আকাশবাণীয়ে বিশেষভাৱে প্ৰচাৰ কৰি আহিছে। বিগত দশকটোত কেন্দ্ৰীয় চৰকাৰে প্ৰযুক্তিক সৰ্বাত্মক বিকাশ আৰু জনসাধাৰণৰ জীৱন সুচল কৰি তোলাৰ শক্তিশ...

June 12, 2025 2:44 PM

views 25

ভাৰত-ছুইডেন বাণিজ্য আৰু বিনিয়োগ সম্পৰ্কীয় নীতিৰ উচ্চ পৰ্যায়ৰ বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলৰ ভাষণ

ভাৰত আৰু ছুইডেনৰ অংশীদাৰিত্বই দুখন পৃথক অৰ্থনীতিৰ ৰাষ্ট্ৰই কিদৰে লক্ষ্য আৰু সহযোগিতাৰ বিনিময়েৰে পাৰস্পৰিক লাভ অৰ্জন কৰিব পাৰে, সেই কথাৰ আৰ্হি দেখুৱাই বুলি কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে প্ৰকাশ কৰিছে। ছুইডেনত কালি ভাৰত-ছুইডেন বাণিজ্য আৰু বিনিয়োগ সম্পৰ্কীয় নীতিৰ উচ্চ পৰ্যায়ৰ ব...

June 12, 2025 2:38 PM

views 18

দেশৰ প্রযুক্তিৰ লগতে স্ব-নিৰ্ভৰশীল কৰি তোলাৰ ক্ষেত্ৰত যুৱ প্ৰজন্মৰ ভূমিকাক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশক প্রযুক্তিৰ দিশত আগবঢ়াই নিয়াৰ লগতে স্ব-নিৰ্ভৰশীল কৰি তোলাৰ ক্ষেত্ৰত যুৱ প্ৰজন্মৰ ভূমিকাক প্ৰশংসা কৰিছে। ডিজিটেল ইণ্ডিয়াই যুৱ প্ৰজন্মক উদ্ভাৱনীমূলক কাম-কাজ কৰাৰ ক্ষেত্ৰত উৎসাহিত কৰাৰ উপৰি বিগত ১১ বছৰত ভাৰতক গোলকীয় প্ৰযুক্তিৰ শক্তি কেন্দ্ৰলৈ ৰূপান্তৰ ঘটাইছে বুলি ...

June 11, 2025 9:21 PM

views 35

গুৱাহাটীকে ধৰি ৰাজ্যৰ প্ৰায়বোৰ অঞ্চলত পাৰস্তম্ভৰ ৩৮ ডিগ্রী ছেলছিয়াছ স্পৰ্শ

গুৱাহাটীকে ধৰি ৰাজ্যখনৰ প্ৰায়বোৰ অঞ্চল আজি প্ৰচণ্ড গৰমৰ প্ৰভাৱত পৰিছে। উজনি অসম আৰু উত্তৰ অসমৰো বিভিন্ন অঞ্চলত আজি পাৰস্তম্ভই ৩৮ ডিগ্রী ছেলছিয়াছ চুইছেগৈ। ইয়াৰ লগতে বতাহত আপেক্ষিক আর্দ্রতাৰ পৰিমাণ ৬০ শতাংশ অতিক্ৰম কৰাত জনসাধাৰণে অধিক উষ্ণতাৰ পৰিৱেশত থকা যেন অনুভৱ কৰিছে। অহা দুদিনলৈ ৰাজ্যখনলৈ এনে ত...

June 11, 2025 9:16 PM

views 37

দৰং জিলাৰ ঐতিহাসিক খটৰা সত্ৰ পৰিদৰ্শন মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি দৰং জিলাৰ ঐতিহাসিক খটৰা সত্ৰ পৰিদৰ্শন কৰে। পৰিদৰ্শনকালত মুখ্যমন্ত্ৰী ড০ শৰ্মাই সত্ৰৰ পুৰণি নামঘৰ আৰু মণিকূট নতুনকৈ নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে সত্ৰ দৰ্শন কৰি সেৱা আগবঢ়োৱাৰ পাছত সত্ৰ পৰিচালনা সমিতিৰ শিল্পীসকলে পৰিৱেশন কৰা সত্ৰীয়া কৃষ্ট...

June 11, 2025 8:47 PM

views 17

কেনিয়াত সংঘটিত বাছ দুৰ্ঘটনাত ৫ গৰাকী ভাৰতীয় লোকৰ মৃত্যু

দোহাত থকা ভাৰতীয় দূতাবাসে আজি জানিবলৈ দিছে যে কেনিয়াত সংঘটিত এটা বাছ দুৰ্ঘটনাত ৫ গৰাকী ভাৰতীয় লোক মৃত্যু হোৱাৰ ঘটনাৰ সবিশেষ বুজ লৈ আছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত দূতাবাসে জানিবলৈ দিছে যে যোৱা নিশা ৫ গৰাকী লোকৰ মৰনোত্তৰ পৰীক্ষা কৰা হয়। কেনিয়াৰ নাইৰোবিত থকা ভাৰতীয় উচ্চায়ুক্তই মৃত লোককেইজনৰ নশ...

June 11, 2025 8:31 PM

views 19

সামাজিক মাধ্যমত ১১ বছৰৰ সামগ্রিক বিকাশ আৰু দেশৰ সমৃদ্ধি সন্দৰ্ভত প্রধানমন্ত্ৰী মোদীৰ প্ৰৱন্ধ প্ৰকাশ কৰিছে

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সামাজিক মাধ্যমত ১১ বছৰৰ সামগ্রিক বিকাশ আৰু দেশৰ সমৃদ্ধি সন্দৰ্ভত এটা প্ৰৱন্ধ ছেয়াৰ কৰিছে। দেশৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই প্ৰৱন্ধটো লিখিছে। পোষ্টটোত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শ্ৰীমোদীয়ে বিগত ১১ বছৰত দেশৰ সামগ্রিক বিকাশত উল্লেখযোগ্য পৰিৱৰ্তন আৰু দ...

June 11, 2025 8:08 PM

views 26

আলিপুৰদুৱাৰ সংমণ্ডলৰ ৩ গৰাকী জ্যেষ্ঠ জ্যেষ্ঠ শাখা অভিযন্তা আৰু ক’চিং ডিপ’ বিষয়াক তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ নিলম্বন

কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ত্ৰিপুৰাৰ পৰা কাশ্মীৰলৈ কৰ্তব্য সম্পাদনৰ বাবে যোৱা সীমান্ত সুৰক্ষা বাহিনী- বি এছ এফৰ বিষয়া আৰু জোৱানক পুৰণি আৰু অনুপযোগী ৰে'লৰ সুবিধা প্ৰদান কৰাৰ বিৰুদ্ধে ইয়াৰ লগত জড়িত সংশ্লিষ্ট কৰ্তৃপক্ষৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। আলিপুৰদুৱাৰ সংমণ্ডলৰ ৩ গৰাকী জ্...

June 11, 2025 8:03 PM

views 28

জুলাইৰ পৰা আধাৰৰ সৈতে একাউণ্ট প্রামানিকৃত সকলেহে আই আৰ ছি টি চিৰ ৱেৱছাইট আৰু এপৰ জৰিয়তে অনলাইনযোগে তৎকাল টিকট বুক কৰিব পাৰিব

জুলাইৰ পৰা আধাৰৰ সৈতে একাউণ্ট প্রামানিকৃত সকলেহে আই আৰ ছি টি চিৰ ৱেৱছাইট আৰু এপৰ জৰিয়তে অনলাইনযোগে তৎকাল টিকট বুক কৰিব পাৰিব বুলি ৰে'ল মন্ত্ৰালয়ে প্রকাশ কৰিছে। তৎকাল টিকট বুকিঙৰ প্ৰক্ৰিয়াটো অধিক নিকা আৰু স্বচ্ছ কৰি তোলাৰ লগতে যাত্ৰীসকলৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ উদ্দেশ্যে এই পদক্ষেপ লোৱা হৈছে। ভাৰতীয...

June 11, 2025 7:57 PM

views 26

ফেমিলি পেঞ্চনধাৰক আৰু বয়োজ্যেষ্ঠ পেঞ্চনধাৰকসকলৰ ওজৰ-আপত্তি নিষ্পত্তিৰ বাবে কেন্দ্রীয় মন্ত্রী জীতেন্দ্র সিঙে জুলাইত বিশেষ অভিযানৰ মাহজোৰা দ্বিতীয় পৰ্যায় মুকলি কৰিব

কেন্দ্রীয় মন্ত্রী জীতেন্দ্র সিঙে ফেমিলি পেঞ্চনধাৰক আৰু বয়োজ্যেষ্ঠ পেঞ্চনধাৰকসকলৰ ওজৰ-আপত্তি নিষ্পত্তিৰ বাবে অহা জুলাইত বিশেষ অভিযানৰ মাহজোৰা দ্বিতীয় পৰ্যায় মুকলি কৰিব। পেঞ্চন আৰু পেঞ্চনাৰ কল্যান বিভাগে ফেমিলি পেঞ্চনধাৰক আৰু বয়োজ্যেষ্ঠ পেঞ্চনধাৰকসকলৰ ২,২১০ টা ওজৰ আপত্তি নিষ্পত্তিৰ বাবে এই অভিযান...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।