ৰাষ্ট্ৰীয়

June 13, 2025 12:17 PM

views 35

বেংকত বন্ধ হৈ থকা একাউণ্ট-গৰাকীবিহীন জমা ধনৰ একাউণ্ট সক্রিয়ৰ বাবে কে ৱাই চি আপডেটৰ সুবিধা উপলব্ধ কৰিবলৈ আৰ বি আইৰ নির্দেশ

ভাৰতীয় ৰিজাৰ্ভ বেংকে (আৰ বি আই) বন্ধ হৈ থকা একাউণ্ট আৰু গৰাকীবিহীন জমা ধনৰ একাউণ্ট সক্রিয় কৰাৰ বাবে সকলো শাখাতে কে ৱাই চি আপডেটৰ সুবিধা উপলব্ধ কৰিবলৈ সকলো বেংকক নির্দেশ দিছে। আৰ বি আয়ে কালি এখন প্ৰেছ বিজ্ঞপ্তিযোগে কয়, যে বেংক সমূহে ভিডিঅ' গ্রাহক চিনাক্তকৰণ প্ৰক্ৰিয়াৰ মাজৰেও এনে একাউণ্টৰ ধনৰাশিৰ...

June 13, 2025 12:16 PM

views 32

ইউক্রেইন আৰু ৰাছিয়াৰ কাৰাবন্দী বিনিময়ৰ দ্বিতীয় পৰ্যায় সম্পূৰ্ণ

ইউক্রেইন আৰু ৰাছিয়াই কালি কাৰাবন্দী বিনিময়ৰ দ্বিতীয় পৰ্যায় সম্পূৰ্ণ কৰে। এই পৰ্যায়ত বিনিময় কৰা কাৰাবন্দীসকলৰ মাজত গুৰুতৰভাৱে অসুস্থ আৰু আঘাতপ্রাপ্ত সৈনিকো আছে। ইউক্রেইন সশস্ত্র বাহিনী নেচনেল গাৰ্ড আৰু বৰ্ডাৰ গাৰ্ডৰ সৈনিকসকলক মুকলি কৰি দিয়া হৈছে বুলি দেশখনৰ ৰাষ্ট্ৰপতি ভ'ল'ডিমিৰ জেলেনস্কিয়ে ঘো...

June 13, 2025 12:14 PM

views 8

জাৰ্মানীৰ মিউনিখত চলি থকা ISSF-2025 বিশ্বকাপত ভাৰতীয় শ্বুটাৰ চিফট কৌৰ শৰ্মাৰ ব্ৰঞ্জৰ পদক

জাৰ্মানীৰ মিউনিখত চলি থকা ISSF-2025 বিশ্বকাপত ভাৰতীয় শ্বুটাৰ চিফট কৌৰ শৰ্মাই মহিলাৰ ৫০ মিটাৰ ৰাইফল থ্ৰী পজিছন শিতানত কালি ব্ৰঞ্জৰ পদক অৰ্জন কৰে। ২৩ বছৰীয়া চিটে চূড়ান্ত খেলত ৪৫৩ দশমিক ১ পইণ্টেৰে তৃতীয় স্থান লাভ কৰে । নৰৱেৰ জেনেট হেগ দুস্তেডে ৪৬৬ দশমিক ৯ পইণ্টেৰে সোণৰ আৰু ছুইজাৰলেণ্ডৰ এমিলি জেগিয়...

June 13, 2025 12:12 PM

views 12

নেডাৰলেণ্ডছত অনুষ্ঠিত FIH প্ৰ’ লীগ হকী প্রতিযোগিতাত আৰ্জেণ্টিনাৰ হাতত ভাৰত পৰাস্ত

FIH প্ৰ' লীগ হকী প্রতিযোগিতাত কালি সন্ধিয়া নেডাৰলেণ্ডছৰ এমটেলভীনত অনুষ্ঠিত এখন খেলত ভাৰত আৰ্জেণ্টিনাৰ হাতত ১-২ গ’লৰ ব্যৱধানত পৰাস্ত হয়। ভাৰতৰ যুগৰাজ সিঙে খেলৰ চতুৰ্থ মিনিটতে গ’ল দি দলৰ অগ্ৰগতি প্ৰদান কৰে যদিও কিছুসময়ৰ পাছত টমাছ ডমেনেই দিয়া গ’লেৰে আৰ্জেণ্টিনাই সমতা স্থাপন কৰে। প্ৰথমাৰ্থত দুয়োটা ...

June 12, 2025 9:26 PM

views 11

আহমেদাবাদৰ এয়াৰ ইণ্ডিয়াৰ A1-171 দুর্ঘটনাত  গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্রী বিজয় ৰূপানীৰ মৃত্যু ; এজন জীৱিত উদ্ধাৰ

গুজৰাটৰ আহমেদাবাদৰ মেঘানি নগৰত আজি দুপৰীয়া ২৪২গৰাকী যাত্ৰী কঢ়িয়াই লণ্ডন অভিমুখে উৰা মাৰিবলৈ লোৱা এয়াৰ ইণ্ডিয়াৰ A1-171 নম্বৰৰ বিমানখন উৰণৰ সময়তে দুর্ঘটনাগ্রস্ত হয়। বিমানখনত ১৬৯গৰাকী ভাৰতীয়, ৫৩গৰাকী ব্ৰিটিছ, এগৰাকী কানাডিয়ান আৰু সাতগৰাকী পৰ্তুগীজ নাগৰিক আছিল। কেন্দ্ৰীয় জল শক্তি মন্ত্ৰী চি আৰ...

June 12, 2025 9:08 PM

views 18

বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পৰিপ্ৰেক্ষিতত যাত্ৰীসকলৰ সুবিধার্থে ভাৰতীয় ৰে’লৱেৰ আহমেদাবাদৰ পৰা দুখন বিশেষ ৰে’লৰ ব্যৱস্থা

গুজৰাটত এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় ৰে'লৱেই যাত্ৰীসকলৰ সুবিধার্থে আহমেদাবাদৰ পৰা দুখন বিশেষ ৰে'লগাড়ীৰ চলাচল কৰোৱাৰ ব্যৱস্থা কৰিছে। ইয়াৰে এখন ৰে'লগাড়ী দিনৰ চাৰে ১১ বজাত আহমেদাবাদৰ পৰা নতুন দিল্লীলৈ আৰু আনখন দিনৰ ১২ বজাত আহমেদাবাদৰ পৰা মুম্বাইলৈ ৰাওনা হ'ব।

June 12, 2025 8:48 PM

views 9

আহমেদাবাদৰ মেঘানি নগৰত  এয়াৰ ইণ্ডিয়াৰ AI-171 বিমানৰ দুৰ্ঘটনাত ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি আৰু প্রধানমন্ত্রীৰ গভীৰ শোক প্ৰকাশ

দুগৰাকী পাইলট আৰু ১০গৰাকী চালক দলৰ সদস্যসহ মুঠ ২৪২গৰাকী লোক কঢ়িয়াই নিয়া লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ এখন বিমান আজি গুজৰাটৰ আহমেদাবাদ বিমান বন্দৰৰ সমীপৰ মেঘানি নগৰত দুর্ঘটনাগ্রস্ত হয়। দুর্ঘটনাগ্রস্ত AI-171 বিমানখনত ১৬৯গৰাকী ভাৰতীয় নাগৰিকৰ লগতে ৫৩গৰাকী ব্ৰিটেইনৰ, এগৰাকী কানাডাৰ আৰু সাতগৰাকী পর্ত...

June 12, 2025 7:15 PM

views 12

গুজৰাটৰ আহমেদাবাদত লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়া 171 বিমান উৰণৰ সময়ত দুর্ঘটনাগ্রস্ত

গুজৰাটৰ আহমেদাবাদৰ মেঘানি নগৰত আজি দুপৰীয়া ২৪২গৰাকী যাত্ৰী কঢ়িয়াই লণ্ডন অভিমুখে উৰা মাৰিবলৈ লোৱা এয়াৰ ইণ্ডিয়াৰ ১৭১ বিমানখন উৰণৰ সময়তে দুৰ্ঘটনাগ্রস্ত হয়। অসমর্থিত বাতৰি অনুসৰি বিমানখনত থকা আৰোহীসকলৰ এজনো জীয়াই থকাৰ সম্ভাৱনা নাই। ১৬৯গৰাকী ভাৰতীয়, ৫৩গৰাকী ব্ৰিটিছ, এগৰাকী কানাডিয়ান আৰু সাতগৰাক...

June 12, 2025 3:19 PM

views 31

সমগ্ৰ দেশতে ২১ জুনত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হ’ব

■ সমগ্ৰ দেশতে অহা ২১ জুনত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে পুৱা ৬.৩০ বজাৰ পৰা ৭ বাজি ৪০ মিনিটলৈ ১ লাখৰো অধিক যোগ কাৰ্যসূচী অনুষ্ঠিত কৰা হ'ব। এই বছৰৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বিষয়বস্তু হৈছে – ‘এখন পৃথিৱী, এটা স্বাস্থ্য’। কেন্দ্রীয় আয়ুষ মন্ত্ৰী প্ৰতাপ ৰাও যাদৱে আজি নতুন দিল্লীত সাংবাদিকৰ আগত কয়, ...

June 12, 2025 3:11 PM

views 32

ৰাজঘাটত লোক সম্বর্ধন পর্ব উদ্বোধন মন্ত্রী কিৰেণ ৰিজিজুৰ

সংখ্যালঘু পৰিক্ৰমা মন্ত্রী কিৰেণ ৰিজিজুৱে আজি নতুন দিল্লীৰ ৰাজঘাটত লোক সম্বর্ধন পর্ব উদ্বোধন কৰে। অহা দেওবাৰে এই অনুষ্ঠানৰ সামৰণি পৰিব। অনুষ্ঠানত ‘সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস, সবকা প্রয়াস' দৃষ্টিভংগীৰ অধীনত চৰকাৰৰ মুখ্য আঁচনি কাৰ্যসূচী আৰু সফলতাসমূহ প্ৰদৰ্শন কৰা হ'ব। অনুষ্ঠানত সংখ্যালঘু সম্প...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।