ৰাষ্ট্ৰীয়

January 3, 2026 12:36 PM

views 16

পশ্চিমবংগ সংশ্লিষ্ট জিলা নির্বাচন কর্তৃপক্ষক নির্দেশ নির্বাচন আয়োগৰ নিৰ্দেশ

নির্বাচন আয়োগে ভোটাৰ তালিকাত অবৈধভাৱে ভুৱা ভোটাৰৰ নাম অন্তৰ্ভুক্ত কৰাৰ অভিযোগত বৰ্খাস্ত কৰা পশ্চিমবংগৰ পাঁচজন বিষয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিবলৈ সংশ্লিষ্ট জিলা নির্বাচন কর্তৃপক্ষক নির্দেশ দিছে। ৰাজ্যিক মুখ্য নির্বাচনী বিষয়াৰ কাৰ্যালয়ে প্রকাশ কৰা অনুসৰি বাৰুইপুৰ পূব বিধানসভা সমষ্টিৰ নিৰ্বাচনী পঞ...

January 2, 2026 8:48 PM

views 20

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১৭ জানুৱাৰীত দুদিনীয়া সূচীৰে অসম ভ্ৰমণ কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১৭ জানুৱাৰীত দুদিনীয়া সূচীৰে অসম ভ্ৰমণ কৰিব। ৰাজ্য চৰকাৰৰ উদ্যোগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত ১৭ জানুৱাৰীৰ দিনা সৰুসজাই ষ্টেডিয়ামত বাগৰুম্বা নৃত্যৰে বিশ্ব অভিলেখ গঢ়াৰ প্ৰস্তুতি চলোৱা হৈছে। আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু সাংস্কৃতিক মন্ত্ৰী ...

January 2, 2026 11:58 AM

views 19

দেশৰ অর্থনীতিৰ গতি ত্বৰান্বিত কৰাত কৃত্রিম বুদ্ধিমত্তাই বিশেষ ভূমিকা পালন কৰিছে বুলি ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৰ প্ৰকাশ

ভাৰত শীঘ্রেই বিশ্বৰ তৃতীয় বৃহৎ অর্থনীতিৰ দেশ হিচাপে পৰিগণিত হোৱাৰ দিশে অগ্ৰসৰ হৈছে আৰু দেশৰ অর্থনীতিৰ গতি ত্বৰান্বিত কৰাত কৃত্রিম বুদ্ধিমত্তাই বিশেষ ভূমিকা পালন কৰিছে। নতুন দিল্লীৰ ৰাষ্ট্ৰপতিভৱনত আয়োজিত কৃত্রিম বুদ্ধিমত্তাৰ প্ৰস্তুতিৰ বাবে দক্ষতাৰ বিকাশ- SOAR শীর্ষক এটা বিশেষ অনুষ্ঠানত ৰাষ্ট্ৰপতি শ্...

January 2, 2026 11:55 AM

views 8

১ ফেব্ৰুৱাৰীৰ পৰা নতুন ফাষ্ট টেগ জাৰী কৰাৰ বাবে KYV কাৰ্ডৰ প্ৰচলন বন্ধ কৰা হ’ব বুলি ঘোষণা

ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্রাধীকৰণে পহিলা ফেব্ৰুৱাৰীৰ পৰা নতুন ফাষ্ট টেগ জাৰী কৰাৰ বাবে আপোনাৰ বাহনখনক জানক KYV কাৰ্ডৰ প্ৰচলন বন্ধ কৰা হ'ব বুলি ঘোষণা কৰিছে। পথ পৰিবহণ আৰু ঘাইপথ মন্ত্র্যালয়ে প্ৰকাশ কৰা মতে, ঘাইপথেৰে অহা-যোৱা কৰা লোকৰ সুবিধা আৰু ফাষ্ট টেগ সক্ৰিয়কৰণৰ পৰৱৰ্তী পৰ্যায়ৰ সমস্যা দূৰ কৰাৰ বাবে ...

January 2, 2026 11:52 AM

views 9

ভাৰতীয় অর্থনীতিত ৰপ্তানি এটা গুৰুত্বপূর্ণ স্তম্ভ বুলি বিত্তীয় সেৱা বিভাগৰ প্রকাশ

ভাৰতীয় অর্থনীতিত ৰপ্তানি এটা গুৰুত্বপূর্ণ স্তম্ভ বুলি বিত্তীয় সেৱা বিভাগে প্রকাশ কৰিছে। ই মুঠ ঘৰুৱা উৎপাদন জি ডি পিৰ প্ৰায় ২১ শতাংশ ৰপ্তানিৰ জৰিয়তে দেশে বৃহৎ পৰিমাণৰ বিদেশী মুদ্রা আহৰণ কৰিব পাৰে। সেই খণ্ডত প্রত্যক্ষ আৰু প্ৰৰোক্ষভাৱে ৪ কোটি ৫০ লাখতকৈ অধিক লোক জড়িত হৈ আছে। ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্য...

January 2, 2026 11:47 AM

views 10

ঘৰুৱা ৰন্ধন গেছৰ মূল্য সলনি হোৱা নাই বুলি স্পষ্টীকৰণ পেট্র’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰ্যালয়ৰ

পেট্র’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰ্যালয়ে ঘৰুৱা ৰন্ধন গেছৰ মূল্য সলনি হোৱা নাই বুলি স্পষ্ট কৰি দিছে। বাণিজ্যিক ৰন্ধন গেছৰ মূল্য ১১১ টকা বৃদ্ধি কৰা হৈছে বুলি একাংশ সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পোৱাৰ পাছতে মন্ত্র্যালয়ে এইদৰে স্পষ্টীকৰণ দিছে। মন্ত্ৰ্যালয়ে প্রকাশ কৰা অনুসৰি বাণিজ্যিক ৰন্ধন গেছৰ মূল্য বজা...

January 2, 2026 11:45 AM

views 6

বেংগালুৰুৰ পৰা কন্যাকুমাৰীলৈ সফলতাৰে চাইকেল যাত্রা সমাপ্ত কৰাৰ বাবে এছ. সুৰেশ কুমাৰক প্রশংসা প্রধানমন্ত্রীৰ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে বেংগালুৰুৰ পৰা কন্যাকুমাৰীলৈ সফলতাৰে চাইকেল যাত্রা সমাপ্ত কৰাৰ বাবে এছ. সুৰেশ কুমাৰক ভূয়সী প্রশংসা কৰিছে। এটা শুভেচ্ছা বার্তাত প্রধানমন্ত্রীয়ে কয়, যে এই সফলতা কেৱল প্রশংসনীয়া আৰু প্ৰেৰণাদায়কেই নহয়, ই তেওঁৰ মনোবল আৰু অদম্য সাহসৰো পৰিচায়ক। শ্রীমোদীয়ে লগতে জোৰ দি কয়, যে এন...

January 2, 2026 11:37 AM

views 8

২০২৫ বর্ষত সমগ্র বিশ্বত মুঠ ১২৮ জন সাংবাদিক আৰু সংবাদ কর্মীক হত্যা কৰা হৈছে বুলি আন্তঃৰাষ্ট্ৰীয় সাংবাদিক মঞ্চৰ প্ৰকাশ

আন্তঃৰাষ্ট্ৰীয় সাংবাদিক মঞ্চ IFJ-ই ২০২৫ বর্ষত সমগ্র বিশ্বত মুঠ ১২৮ জন সাংবাদিক আৰু সংবাদ কর্মীক হত্যা কৰা হৈছে বুলি প্রকাশ কৰিছে। সংবাদ জগতৰ বাবে বিগত বছৰটো এটা প্রাণঘাটি বছৰ আছিল বুলিও সংস্থাটোৱে মতপ্রকাশ কৰে। IFJ -ই এখন প্রতিবেদন যোগে প্ৰকাশ কৰা অনুসৰি মধ্যপ্রাচ্য আৰু আৰৰ অঞ্চলত বিশ্বৰ প্ৰায় ৫৮ শত...

January 2, 2026 11:31 AM

views 12

দুদিনীয়া ভ্রমণসূচীৰে আজি তামিলনাড়ুলৈ ৰাওনা উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ

উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ আজি দুদিনীয়া ভ্রমণসূচীৰে তামিলনাড়ুলৈ যাব। ভ্রমনকালত উপৰাষ্ট্ৰপতিগৰাকীয়ে চেন্নাই আৰু ভেল্লোৰত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। উপ ৰাষ্ট্ৰপতিগৰাকীয়ে আজি চেন্নাইৰ ড° এম জি আৰ শৈক্ষিক আৰু গৱেষণা প্ৰতিষ্ঠান বিশ্ববিদ্যালয়ত সমাবর্তন অনুষ্ঠানত ভাগ লাব। তেওঁ লগতে ৰাম নাথ গোৱ...

January 2, 2026 11:29 AM

views 15

কাইলৈ নতুন দিল্লীত পবিত্ৰ পিপৰহৱা অৱশেষৰ প্রদর্শনী উদ্বোধন প্রধানমন্ত্রীৰ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কাইলৈ নতুন দিল্লীৰ ৰায় পিথোৰা সাংস্কৃতিক চৌহদত পবিত্ৰ পিপৰহৱা অৱশেষৰ প্রদর্শনী উদ্বোধন কৰে। উনবিংশ শতিকাৰ শেষ ভাগত আৱিষ্কৃত পিপৰহৱা অৱশেষ শাক্য বংশৰ প্ৰতিষ্ঠাতা গৌতম বুদ্ধৰ সৈতে জড়িত বুলি বিশ্বাস প্রচলিত হৈ আহিছে। এই অৱশেষৰ স্বদেশলৈ প্ৰত্যাৱৰ্তন আৰু ৰাজহুৱা প্রদর্শনীয়ে ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।