ৰাষ্ট্ৰীয়

June 14, 2025 8:07 PM

views 26

আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ তদন্তৰ বাবে কেন্দ্ৰীয় গৃহ সচিবৰ নেতৃত্বত এখন উচ্চ স্তৰীয় সমিতি গঠন

আহমেদাবাদত পৰহি সংঘটিত এয়াৰ ইণ্ডিয়াৰ বিমানৰ শোকাবহ দুৰ্ঘটনাৰ তদন্তৰ বাবে কেন্দ্ৰীয় গৃহ সচিবৰ নেতৃত্বত এখন উচ্চ স্তৰীয় সমিতি গঠন কৰা হৈছে আৰু সমিতিখনে তিনিমাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব। অসামৰিক বিমান পৰিবহন মন্ত্ৰী ৰামমোহন নাইডুৱে আজি এখন সংবাদমেল যোগে এই বিষয়ে প্রকাশ কৰে। তেওঁ কয় যে দুৰ্ঘটনা...

June 14, 2025 7:39 PM

views 21

কৈলাশ মানসৰোৱৰ যাত্ৰাৰ বাবে প্ৰথমটো তীর্থযাত্ৰীৰ দল কাইলৈ গেংটকত উপস্থিত হ’ব

কৈলাশ মানসৰোৱৰ যাত্ৰাৰ বাবে প্ৰথমটো তীর্থযাত্ৰীৰ দল কাইলৈ গেংটকত উপস্থিত হ'ব। তীর্থযাত্ৰীসকলক আদৰিবৰ বাবে চিকিম চৰকাৰে সকলো ব্যৱস্থা গ্রহণ কৰিছে। উল্লেখযোগ্য, যে পাঁচ বছৰৰ ব্যৱধানৰ অন্তত অহা ২০ জুনত এই কৈলাশ মানসৰোৱৰ যাত্ৰা আৰম্ভ হ'ব । পৰ্যটন আৰু অসামৰিক বিমাণ পৰিৱহণ বিভাগৰ অতিৰিক্ত মুখ্য সচিব চি এছ...

June 14, 2025 7:12 PM

views 21

চাইপ্ৰাছ, কানাডা আৰু ক্ৰ’ৱেছিয়ালৈ কাইলৈ প্রধানমন্ত্ৰীৰ পাঁচদিনীয়া আনুষ্ঠানিক ভ্রমণসূচী আৰম্ভ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কাইলৈ চাইপ্ৰাছ, কানাডা আৰু ক্ৰ'ৱেছিয়ালৈ পাঁচদিনীয়া আনুষ্ঠানিক ভ্রমণসূচী আৰম্ভ কৰিব। চাইপ্ৰাছৰ ৰাষ্ট্ৰপতি নিকোছ ক্রীষ্টোড’লিডেছৰ আমন্ত্ৰণ মৰ্মে কাইলৈ প্ৰধানমন্ত্রী শ্রীমোডী চাইপ্ৰাছলৈ যাব। দুই দশকৰো অধিক সময়ৰ পাছত চাইপ্ৰাছলৈ ভাৰতৰ প্ৰধানমন্ত্ৰীৰ এয়া হ'ব প্ৰথম আনুষ্ঠ...

June 14, 2025 9:33 AM

views 12

গুজৰাটৰ আহমেদাবাদত হোৱা প্ৰাণনাশক বিমান দুর্ঘটনাৰ তদন্ত অব্যাহত, ব্লেকবক্স উদ্ধাৰ

গুজৰাটৰ আহমেদাবাদত হোৱা প্ৰাণনাশক বিমান দুর্ঘটনাৰ তদন্ত অব্যাহত আছে। ফৰেনছিক বিশেষজ্ঞৰ দলে কালি দুর্ঘটনাস্থলীত তন্ন তন্নকৈ সকলোবোৰ দিশ পৰীক্ষা কৰে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে, সেই স্থানৰ পৰা এটা ব্লেকবক্স উদ্ধাৰ কৰা হৈছে। ইয়াৰ পূৰ্বে এয়াৰ ট্ৰেফিক সেৱা অৰ্থাৎ‍ এ টি এছৰ দলে বিমান দুৰ্ঘটনা সংঘটিত হ...

June 14, 2025 9:31 AM

views 20

ইজৰাইলৰ আক্ৰমণৰ প্ৰত্যুত্তৰ ইৰানৰ; ইজৰাইলী চহৰত শতাধিক ক্ষেপনাস্ত্ৰ-ড্রোনেৰে আক্ৰমণ

ইৰানে ইজৰাইলৰ আক্ৰমণৰ প্ৰত্যুত্তৰত যোৱা নিশা ইজৰাইলী চহৰত শতাধিক ক্ষেপনাস্ত্ৰ আৰু ড্রোনেৰে আক্ৰমণ চলায়। ইৰানে এই প্রত্যাক্রমণক অপাৰেচন ছিভিয়েৰ পানিছমেণ্ট নাম দিছে। তেল আভিভ আৰু জেৰুজালেমত চলোৱা এই আক্ৰমণৰ ফলত ইজৰাইলত বিমান আক্ৰমণৰ চাইৰেন বাজি উঠে আৰু লাখ লাখ অসামৰিক লোকে শিবিৰত আশ্ৰয় ল'বলগীয়া হয...

June 14, 2025 9:29 AM

views 11

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ বাৰ্তালাপ

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে পশ্চিম এছিয়াৰ বৰ্ধিত উত্তেজনাময় পৰিস্থিতিৰ সন্দৰ্ভত কালি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ফোনযোগে মতবিনিময় কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্রী মোদীয়ে কয়, যে নেতান্যাহুৰ সৈতে এই আলাপত তেওঁ বর্ধিত পৰিস্থিতি সন্দৰ্ভত ভাৰতৰ উদ্বেগ প্ৰকাশ কৰাৰ লগতে শীঘ...

June 14, 2025 9:28 AM

views 9

ভাৰতত অহা কেইবা মাহৰ বাবে ইন্ধন যোগান পর্যাপ্ত পৰিমাণে মজুত আছেঃ কেন্দ্ৰীয় মন্ত্ৰী হৰদ্বীপ পুৰী

কেন্দ্ৰীয় পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী হৰদ্বীপ পুৰীয়ে অহা কেইবা মাহৰ বাবে ভাৰতত ইন্ধন যোগান পর্যাপ্ত পৰিমাণে মজুত আছে বুলি প্ৰকাশ কৰিছে। কালি পেট্ৰ'লিয়াম সচিব আৰু ৰাজহুৱা শক্তি খণ্ডৰ মুৰব্বীসকলৰ সৈতে হোৱা পৰ্যালোচনা বৈঠকৰ অন্তত মন্ত্ৰী শ্ৰী পুৰীয়ে সামাজিক মাধ্যমত এই কথা প্ৰকাশ ক...

June 14, 2025 9:24 AM

views 11

জাৰ্মানীৰ মিউনিখত অনুষ্ঠিত ISSF বিশ্বকাপৰ মহিলাৰ শ্বুটিঙত ভাৰতৰ সুৰুচি সিঙৰ সোণৰ পদক

জাৰ্মানীৰ মিউনিখত অনুষ্ঠিত আই এছ এছ এফ বিশ্বকাপৰ মহিলাৰ শ্বুটিঙৰ ১০ মিটাৰ এয়াৰ পিষ্টলৰ ফাইনেলত ভাৰতৰ সুৰুচি সিঙে সোণৰ পদক লাভ কৰিছে। সুৰুচিয়ে ফ্ৰান্সৰ কেমিলি য়নজেয়েস্কিক মুঠ ২৪১ দশমিক ৯ পইণ্টত পৰাজিত কৰে। এয়া হৈছে আই এছ এছ এফ বিশ্বকাপৰ ১০ মিটাৰ এয়াৰ পিষ্টল শাখাত সুৰুচিৰ তৃতীয়বাৰৰ বাবে সোণৰ পদ...

June 13, 2025 8:50 PM

views 28

চীনৰ বিদেশ দপ্তৰৰ উপমন্ত্ৰী ছান ৱেইডঙৰ সৈতে ভাৰতৰ বৈদেশিক সচিব বিক্রম মিশ্রিৰ বৈঠক

কেন্দ্রীয় বৈদেশিক সচিব বিক্রম মিশ্রিয়ে আজি নতুন দিল্লীত চীনৰ বিদেশ দপ্তৰৰ উপমন্ত্ৰী ছান ৱেইডঙৰ সৈতে এখন বৈঠকত অংশগ্ৰহণ কৰি দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ পৰ্যালোচনা কৰে। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ এটা বিবৃতিত প্ৰকাশ পোৱা মতে তেওঁলোকে জনসাধাৰণৰ সৈতে সম্পর্কিত বিষয়ক অগ্ৰাধিকাৰ দি উভয় দেশৰ মাজ...

June 13, 2025 8:37 PM

views 12

কাইলৈ যোগা কানেক্ট শীর্ষক বিশ্ব পৰ্যায়ৰ শীৰ্ষ সন্মিলনৰ আয়োজন

আয়ুষ মন্ত্ৰালয়ে কাইলৈ নতুন দিল্লীত এখন পৃথিৱী এটা স্বাস্থ্যৰ বাবে যোগ বিষয়বস্তুৰে যোগা কানেক্ট শীর্ষক এখন বিশ্ব পৰ্যায়ৰ শীৰ্ষ সন্মিলনৰ আয়োজন কৰিছে। অহা ২১ জুনৰ একাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ সৈতে সংগতি ৰাখি এই সন্মিলনৰ আয়োজন কৰা হৈছে। এই সন্মিলনত এহেজাৰতকৈও অধিক অংশগ্ৰহণকাৰীয়ে ভাগ লোৱাৰ লগতে...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।