ৰাষ্ট্ৰীয়

June 16, 2025 1:00 PM

views 17

আগন্তুক লোকপিয়লৰ প্ৰস্তুতি সন্দৰ্ভত অমিত শ্বাহৰ পর্যালোচনা বৈঠক

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আগন্তুক লোকপিয়লৰ প্ৰস্তুতি সন্দৰ্ভত কালি নতুন দিল্লীত কেন্দ্ৰীয় গৃহ সচিব আৰু অন্যান্য উচ্চ পদস্থ বিষয়াসকলৰ সৈতে এখন পর্যালোচনা বৈঠকত মিলিত হয়। সামাজিক মাধ্যমত দিয়া এটা পোষ্টযোগে শ্রীশ্বাহে কয়, যে আজি লোকপিয়ল সম্পৰ্কীয় চৰকাৰী নিৰ্দেশনাৱলী প্ৰকাশ কৰা হ'ব। প্ৰথ...

June 16, 2025 12:49 PM

views 27

ক্ষুদ্র উদ্যোগীসকলক অধিক গুৰুত্ব দিয়াৰ বাবে মোডী চৰকাৰ প্ৰতিশ্রুতিবদ্ধ বুলি নিৰ্মলা সীতাৰমণৰ প্ৰকাশ

ক্ষুদ্র উদ্যোগীসকলক অধিক গুৰুত্ব দিয়াৰ বাবে মোডী চৰকাৰ প্ৰতিশ্রুতিবদ্ধ বুলি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দেওবাৰে প্ৰকাশ কৰে। লেহত অনুষ্ঠিত মুঠ প্রায় ৫ কোটি টকাৰ ঋণৰ অনুমোদন পত্ৰ বিতৰণ কাৰ্যসূচীত ভাষণ দি শ্ৰীমতী সীতাৰমণে আৰ্থিক অন্তৰ্ভুক্তি,আৰু লাডাখৰ অনন্য সাংস্কৃতিক পৰিচয়ক সম্প্ৰসাৰিত উন্নয়নমূ...

June 16, 2025 12:45 PM

views 11

এছিয়াৰ বজাৰত খাৰুৱা তেলৰ মূল্য বৃদ্ধি

শেহতীয়াকৈ ইজৰাইল আৰু ইৰাণৰ মাজত সংঘাত বৃদ্ধি পোৱাৰ পিছত আজি এছিয়াৰ বজাৰত বিশ্বব্যাপী তেলৰ মূল্য বৃদ্ধি পায়। ইৰাণ আৰু ইজৰাইলৰ মাজত চলি থকা উত্তেজনাই মধ্যপ্রাচ্যৰ পৰা তেল ৰপ্তানিৰ ক্ষেত্ৰত ব্যাপকভাৱে ব্যাঘাত জন্মাব পৰা বৃহৎ আঞ্চলিক সংঘাতৰ বিষয়ত উদিগ্নতাৰ সৃষ্টি হৈছে। ব্ৰেণ্ট খাৰুৱা তেলৰ মূল্য ২.৩ ...

June 16, 2025 12:51 PM

views 18

চাইপ্ৰাছৰ সৈতে ভাৰতৰ অৰ্থনৈতিক সম্পর্ক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতিৰ ওপৰত গুৰুত্ব আৰোপ প্রধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চাইপ্ৰাছ ভ্ৰমণৰ সময়ত লীমাচ্ছলত অনুষ্ঠিত এখন বাণিজ্যিক বৈঠক সম্বোধন কৰি চাইপ্ৰাছৰ সৈতে ভাৰতৰ অৰ্থনৈতিক সম্পর্ক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, যে বিগত ২৩ বছৰৰ ভিতৰত ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰথমটো চাইপ্ৰাছ ভ্রমণে অর্থনৈতিক স...

June 15, 2025 9:00 PM

views 22

আহমেদাবাদ বিমান দুর্ঘটনাত প্ৰাণ হানি হোৱা সকলৰ ভিতৰত ৩২ গৰাকী লোকৰ ডি এন এ চিনাক্ত

আহমেদাবাদ বিমান দুর্ঘটনাত প্ৰাণ হানি হোৱা সকলৰ ভিতৰত এতিয়ালৈ ৩২ গৰাকী লোকৰ ডি এন এ চিনাক্ত কৰিব পৰা গৈছে। এতিয়ালৈকে ১৪ গৰাকী লোকৰ মৃতদেহ পৰিয়ালক গটাই দিয়া হৈছে। ৰাজ্যখনৰ গৃহ মন্ত্ৰী হৰ্ষ চাংঘৱিয়ে প্ৰকাশ কৰা অনুসৰি ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানিৰ ডি এন এৰ নমুনাও চিনাক্ত কৰিব পৰা গৈছ...

June 15, 2025 8:46 PM

views 21

অহা বছৰৰ ৩১ মাৰ্চৰ পূৰ্বে দেশ নক্সালমুক্ত হ’ব বুলি কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ প্ৰকাশ

কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে অহা বছৰৰ ৩১ মাৰ্চৰ পূৰ্বে দেশ নক্সালমুক্ত হব বুলি প্ৰকাশ কৰিছে৷ উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত নৱ নিৰ্বাচিত ৬০,২৪৪ গৰাকী কনিষ্টবলক নিযুক্তিপত্ৰ প্ৰদান কৰা অনুষ্ঠানত অংশগ্ৰহণ কৰি গৃহমন্ত্ৰীগৰাকীয়ে কয়, যে পূৰ্বে এঘাৰখন ৰাজ্যত নক্সালবাদী থকাৰ বিপৰীতে সদ্যহতে কেৱল ৩ খন জিলাহ...

June 15, 2025 12:14 PM

views 27

দেশৰ সাৰ্বভৌমত্বলৈ ভাবুকি কঢ়িয়াই অনা যিকোনো প্রচেষ্টাৰ বিৰুদ্ধে নির্ণায়ক ব্যৱস্থাৰে সমুচিত উত্তৰ দিয়া হ’ব বুলি কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহৰ প্রকাশ

ৰাষ্ট্ৰীয় সুৰক্ষা চৰকাৰৰ সৰ্বোচ্চ অগ্রাধিকাৰৰ বিষয় আৰু দেশৰ সাৰ্বভৌমত্বলৈ ভাবুকি কঢ়িয়াই অনাৰ যিকোনো প্রচেষ্টাৰ বিৰুদ্ধে নির্ণায়ক ব্যৱস্থাৰে সমুচিত উত্তৰ দিয়া হ'ব বুলি কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে প্রকাশ কৰিছে। মধ্যপ্ৰদেশৰ আকৰ্ষণীয় পাহাৰীয়া পৰ্যটন থলী পচমঢ়িত কালি বিজেপিৰ সাংসদ, বিধায়কৰ...

June 14, 2025 8:37 PM

views 11

বিশ্বৰ সন্মুখত সন্ত্ৰাসবাদৰ ভাবুকি সন্দৰ্ভত দেশৰ স্থিতি দাঙি ধৰাত সৰ্বদলীয় প্রতিনিধি দল সফল হৈছে – ৰবি শংকৰ প্ৰসাদ

বিজেপিৰ জ্যেষ্ঠ নেতা ৰবি শংকৰ প্ৰসাদে অপাৰেচন সিন্দূৰৰ পাছত গঠন কৰা সৰ্বদলীয় প্রতিনিধি দলে সন্ত্ৰাসবাদ সন্দৰ্ভত ভাৰতৰ উদ্বেগৰ বিষয়ে বিশ্ববাসীক অৱগত কৰাত সফল হৈছে বুলি মন্তব্য কৰিছে। পাটনাত সংবাদ মাধ্যমৰ আগত মন্তৱ্য কৰি শ্ৰী প্ৰসাদে কয় যে ১৪০ কোটি ভাৰতীয়ৰ স্বাৰ্থতে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ...

June 14, 2025 8:36 PM

views 22

নীট-ইউ জিৰ ফলাফল ঘোষণা

ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নাম ভৰ্তিৰ নীট-ইউ জিৰ ফলাফল ঘোষণা কৰিছে। স্কোৰ কাৰ্ড পৰীক্ষাৰ আনুষ্ঠানিক ৱেবচাইট ntaneet.nic.in ত উপলব্ধ কৰোৱা হৈছে। প্ৰাৰ্থীসকলে এই ৱেবচাইটৰ জৰিয়তে নিজৰ স্কোৰ কাৰ্ড ডাউনলোড কৰিব পাৰিব আৰু মেধাৰ তালিকা চাব পাৰিব। চাৰি মে'ত দেশৰ ৫৫২ খন আৰ...

June 14, 2025 8:28 PM

views 21

দেশৰ বিমান বহৰৰ অন্তৰ্ভুক্ত বয়িং 787 শ্ৰেণীৰ ৩৪ খন বিমানৰ বিস্তৃত নীৰিক্ষণৰ নিৰ্দেশ অসামৰিক বিমান পৰিবহন সঞ্চালকালয়ৰ

কেন্দ্ৰীয় অসামৰিক বিমান পৰিৱহন বিভাগৰ মন্ত্ৰী কে ৰাম মোহন নাইডুয়ে আজি ভাৰতত বৰ্তমান ব্যৱহৃত ৩৪ খন ব'য়িং 787 বিমানৰ পৰীক্ষা কৰিবলৈ অসামৰিক বিমান সেৱা সঞ্চালকালয়ক নিৰ্দেশ দিছে৷ ইয়াৰে ৮ খন বিমানৰ তৎকালীনভাৱে পৰীক্ষা কৰা হৈছে বুলিও মন্ত্ৰীজনে জানিবলৈ দিছে। আজি নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা ব...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।